Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home science

কেতিয়াবা বান্দৰক ভিডিঅ’ গেম খেলা দেখিছে নে ?

প্ৰযুক্তিবিদ্যাৰ অন্যতম পথ প্ৰদৰ্শক ইলন মাস্কৰ নতুন আৱিষ্কাৰ

publisher by publisher
April 10, 2021
in India, News, science
Reading Time: 1 min read
0
কেতিয়াবা বান্দৰক ভিডিঅ’ গেম খেলা দেখিছে নে ?
7
SHARES
72
VIEWS
ShareShareShareShare

RelatedPosts

Elon Musk SpaceX Rocket Crashes in Moon: ইলন মাস্কৰ ৰকেটৰ আঘাতত ৬০ ফুটৰ গাঁত চন্দ্রপৃষ্ঠত

মাস্কৰ পৰিকল্পনা সলনি : মঙলৰ পৰিৱৰ্তে চন্দ্ৰত বসতি স্থাপনৰ প্ৰস্তুতি

মহাকাশ পর্যটনত প্রতিদ্বন্দ্বীহীন হ’ল মাস্ক!

আপুনি কেতিয়াবা বান্দৰক ভিডিঅ’ গেম খেলা দেখিছে নে ? শেহতীয়াকৈ এনে এটা ভিডিঅ’ পোহৰলৈ আহিছে য’ত বান্দৰে খেলি আছে ভিডিঅ’ গেম ।

ADVERTISEMENT

আমেৰিকান উদ্যোগপতি ইলন মাস্ক প্ৰযুক্তিবিদ্যাৰ অন্যতম পথ প্ৰদৰ্শক। তেওঁৰ কে’বাটাও পদক্ষেপৰ ভিতৰত আছে নিউৰালিংক যি মানুহৰ মগজুক কম্পিউটাৰৰ স’তে সংযোগ কৰে। এই প্ৰযুক্তিয়ে আমাক ভৱিষ্যতে আশা দিব পাৰে। ৪৯ বছৰীয়া চহকী লোকজনে শেহতীয়াকৈ টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত ভৱিষ্যতে নতুন প্ৰযুক্তিয়ে কেনেদৰে কাম কৰিব তাক দেখুওৱা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে এটা আন্তঃপৃষ্ঠ সৃষ্টি কৰা যি মানুহৰ মগজুক কম্পিউটাৰৰ স’তে সংযোগ কৰিব।

শুকুৰবাৰে, ইলন মাস্কে নিউৰালিংকৰ ইউটিউব চেনেলৰ পৰা পেজাৰ নামৰ এটা ন বছৰীয়া বান্দৰৰ ভিডিঅ’ শ্বেয়াৰ কৰে। ভিডিঅ’টোত দেখা গৈছে যে, তেওঁ কম্পিউটাৰ স্ক্ৰীনত এটা ভিডিঅ’ গেম খেলি আছে। বিজ্ঞানীসকলে প্ৰায় ছয় সপ্তাহ পূৰ্বে পেজাৰৰ মগজুৰ দুয়োফালে নিউৰালিংক মাইক্ৰ’চিপ যোগ দিছিল। স্ক্ৰীনত চলি থকা গেমবোৰ নিয়ন্ত্ৰণ কৰিবলৈ পেজাৰক জয়ষ্টিক ব্যৱহাৰ কৰা দেখা যায়।

ভিডিঅ’টোৰ ব্যাখ্যাই সূচায় যে, নিউৰালিংকৰ জৰিয়তে বাৰ্তালাপ কৰাটো যথেষ্ট সহজ। তাৰ বাবে, নিৰ্দিষ্ট লোকজনক প্ৰথমে স্মাৰ্টফোন এটাৰ স’তে সম্পৰ্কিত কৰিব লাগিব।

Monkey plays Pong with his mind https://t.co/35NIFm4C7T

— Elon Musk (@elonmusk) April 9, 2021

ভিডিঅ’টোত উল্লেখ কৰা হৈছে যে দুহেজাৰ ইলেক্ট্ৰ’ডৰ পৰা মগজুত স্থাপন কৰা চিপ ৰেকৰ্ডাৰটো পেজাৰৰ মটৰ কৰ্টেক্সত ৰখা হৈছে যি হাত আৰু বাহুৰ চলাচলৰ সংকেত দিয়ে। নিউৰালিংক কৰ্তৃপক্ষই দেখুৱাইছে যে কেনেকৈ বান্দৰৰ মগজুলৈ নিউৰন প্ৰবাহিত হৈ আছে। ইয়াত পেজাৰৰ মগজুৰ পেশীৰ কাৰ্যকলাপ তেওঁৰ জয়ষ্টিক-চলমান এলগৰিথমৰ স’তে সম্পৰ্কিত। বান্দৰে ভিডিঅ’ গেমটো খেলি থাকোতে জয়ষ্টিক ব্যৱহাৰ কৰে। গৱেষকজনে তেওঁৰ স্বতঃস্ফূৰ্ত কাৰ্যকলাপ ৰেকৰ্ড কৰিছিল আৰু ক’ডাৰটো কেলিব্ৰেট কৰিছিল।

ইলন মাস্কে এইটো টুইট কৰাৰ পাছতে প্ৰতিক্ৰিয়া আহিবলৈ আৰম্ভ কৰে। কিয়নো কিছুমানে মন্তব্যত লিখিছে, ‘এই প্ৰযুক্তিগত বিৱৰ্তনৰ পৰৱৰ্তী পদক্ষেপ হৈছে মানুহক নিয়ন্ত্ৰণ কৰা ।’ আন এজন জিআইএফে প’ষ্ট কৰিছিল য’ত লিখা আছিল যে, ‘মানুহৰ পদ্ধতিবোৰ হিংসা আৰু মৃত্যু।’ এই জিআইএফ প’ষ্টটোৱে সহজে দেখুৱায় যে তেওঁ বান্দৰৰ পৰীক্ষণ সমৰ্থন নকৰে।

সময়েই ক’ব যে, নিউৰালিংকৰ এই নতুন প্ৰযুক্তিয়ে আগন্তুক দিনবোৰত কিমান আলোড়ন সৃষ্টি কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Elon MuskNeuralink
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d