● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত এক লাখ এক লাখ ৬৮ হেজাৰ ৯১২ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
ADVERTISEMENT
● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি ৩৫ লাখ ২৭ হেজাৰ ৭১৭ জন ।
● ইতিমধ্যে এক লাখ ৭০ হেজাৰ ১৭৯ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
● বিগত ২৪ ঘণ্টাত ৯০৪ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।
● ইতিমধ্যে ২৫ কোটি ৭৮ লাখ ছয় হেজাৰ ৯৮৬ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● যোৱা ২৪ ঘণ্টাত ১১ লাখ ৮০ হেজাৰ ১৩৬জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● ভাৰতৰ ১০ কোটি ৪৫ লাখ ২৮হেজাৰ ৫৬৫ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।
● বিগত ২৪ ঘণ্টাত ২৯ লাখ ৩৩ হেজাৰ ৪১৮ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।





























