● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ২,১৭,৩৫৩ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
ADVERTISEMENT
● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি ৪২ লাখ ৯৯ হেজাৰ ৯১৭ জন ।
● ইতিমধ্যে ১,৭৪,৩০৮ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
● বিগত ২৪ ঘণ্টাত ১,১৮৫ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।
● ইতিমধ্যে ২৬,৩৪৭৬,৬২৫ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● যোৱা ২৪ ঘণ্টাত ১৪ লাখ ৭৩ হেজাৰ ২১০ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● ভাৰতৰ ১১ কোটি ৭২ লাখ ২৩ হেজাৰ ৫০৯ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।
● বিগত ২৪ ঘণ্টাত ২৭ লাখ ৩০ হেজাৰ ২৭১ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।





























