Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

    বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ক’ভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবে জৰুৰী পদক্ষেপ গ্ৰহণ কৰকঃ চিপিআই(এম)

publisher by publisher
April 18, 2021
in Assam, COVID-19, India, News
Reading Time: 1 min read
0
ক’ভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবে জৰুৰী পদক্ষেপ গ্ৰহণ কৰকঃ চিপিআই(এম)
5
SHARES
47
VIEWS
ShareShareShareShare

RelatedPosts

Bokakhat:প্ৰখৰ ৰ’দকো নেওচি প্ৰণৱ দলেৰ মুক্তিৰ দাবীত সভা-সমদলৰে উত্তাল বোকাখাত

Manuranjan Talukdar Bike Rally in Bhawanipur:-Sorbhog নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ বৃহৎ বাইক ৰেলীৰে চমক

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ভাৰতত ক’ভিড সংক্ৰমণৰ দ্বিতীয় ঢৌৱে ভয়াবহ ৰূপ ধাৰণ কৰিছে । সম্প্ৰতি ই সকলোৰে উদ্বিগ্নতাৰ কাৰক হৈ উঠিছে । প্ৰথমটো ঢৌ প্ৰশমিত হোৱাৰ পাছত সংক্ৰমণ ৰোধ কৰাৰ বাবে অৱলম্বন কৰিবলগীয়া সাৱধানতাৰ ক্ষেত্ৰত কৰা শিথিলতাই বৰ্তমান দ্ৰুতভাৱে সংক্ৰমণ বৃদ্ধি হোৱাৰ মূল কাৰক ।

ADVERTISEMENT

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ গঠন কৰা পিএম কেয়াৰ্ছ ফাণ্ডত জমা হোৱা বিপুল পৰিমাণৰ ধন ব্যৱহাৰ কৰি স্বাস্থ্য সেৱাৰ আন্তঃগাথঁনি উন্নত আৰু সম্প্ৰসাৰিত কৰিবলৈ লাভ কৰা সুযোগ কেন্দ্ৰীয় চৰকাৰে ব্যৱহাৰ নকৰিলে । ফলত হাস্পতালৰ বিছনা, অক্সিজেন যোগান, আইচিইউ, ভেণ্টিলেটৰ আদিৰ ব্যাপক নাটনিৰ সৃষ্টি হৈছে । উপযুক্ত চিকিৎসাৰ অভাৱত বহু লোকে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হৈছে ।

ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণহীনভাৱে বৃদ্ধি পোৱাৰ পাছতো কুম্ভমেলাত লক্ষাধিক লোকক সমৱেত হ’বলৈ অনুমতি প্ৰদান, প্ৰধানমন্ত্ৰীৰ নিজেই পশ্চিমবংগৰ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ আদিয়ে বিজেপি চৰকাৰ আৰু দলীয় নেতৃবৃন্দৰ দায়িত্বহীন আচৰণৰ প্ৰমাণ দিছে ।

অসমতো দ্ৰুত হাৰত ক’ভিড সংক্ৰমণ বৃদ্ধি পাইছে । সেয়ে সংক্ৰমণ ৰোধ কৰিবলৈ দ্ৰুত আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা উচিত । অইন ৰাজ্যৰ তুলনাত আমাৰ ৰাজ্যখনত সংক্ৰমণ কম বুলি আত্মসন্তুষ্টি লভাটো পৰিশেষত অত্যন্ত ক্ষতিকাৰক হ’ব পাৰে । অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে একাধিকবাৰ এনে মন্তব্য কৰিছে ।

চৰকাৰৰ প্ৰবক্তাসকলৰ এনে আচৰণে ল’বলগীয়া সাৱধানতাৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত শিথিলতা অনাৰ আশংকা আছে । স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাজ্যখনত স্বাস্থ্য সেৱাৰ সুযোগ এই পৰ্যন্ত যথেষ্ট সীমিত । সেয়ে ক’ভিড সংক্ৰমণে ব্যাপকতা লাভ কৰাৰ পূৰ্বেই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা উচিত ।

ৰাজহুৱা স্থানত মাস্ক পৰিধান আৰু শাৰীৰিক দূৰত্ব মানি চলাটো কঠোৰভাৱে নিশ্চিত কৰাটো উচিত । ৰাজহুৱা স্থানসমূহ বীজাণুমুক্ত কৰিবলৈ চৰকাৰী সংস্থাসমূহে শীঘ্ৰে আৰু নিয়মিতভাৱে অভিযান চলাব লাগে । সকলো প্ৰাপ্তবয়স্ক লোকক প্ৰতিষেধক প্ৰদান কৰাটো চৰকাৰে নিশ্চিত কৰা উচিত ।

সম্প্ৰতি ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত প্ৰায় সপ্তাহজুৰি প্ৰতিষেধকৰ নাটনিয়ে দেখা দিছিল । চৰকাৰৰ অসতৰ্কতাৰ বাবে যাতে পুনৰ এনে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সজাগ হ’ব লাগে । হাস্পতালৰ বিছনা, আইচিইউ, ভেণ্টিলেটৰ, অক্সিজেন যোগানৰ ব্যৱস্থা সম্প্ৰসাৰিত কৰাৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন যাতে যিকোনো পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিব পাৰে ।

হাস্পতালসমূহত পৰ্যাপ্ত সংখ্যক চিকিৎসক, নাৰ্চ, স্বাস্থ্যকৰ্মীৰ ব্যৱস্থা কৰিব লাগে । চৰকাৰে ৰোগীসকলক পুষ্টিকৰ খাদ্য যোগান ধৰিব লাগে । চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটীয়ে অসমৰ জনসাধাৰণক ক’ভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবে সজাগ, সতৰ্ক আৰু ঐক্যবদ্ধ হৈ থাকিবলৈ আহ্বান জনায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19CPIM
publisher

publisher

Related Posts

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই
International

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

September 26, 2026
তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ
Assam

তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

September 26, 2026
বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা
Assam

বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল
India

জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

September 26, 2026
জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

September 26, 2026
এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়
News

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d