Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

কৰ’নাত মানুহ মৰিলেও বহুত কিছু ভাল হৈছেঃ কংগণা

publisher by publisher
April 19, 2021
in Entertainment, India, News
Reading Time: 1 min read
0
কৰ’নাত মানুহ মৰিলেও বহুত কিছু ভাল হৈছেঃ কংগণা
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ডেটিং এপ প্রসংগত মন্তব্য কংগনাৰ

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

বিগত ২৪ ঘণ্টাত ভাৰতত দুই লাখ ৭৩ হেজাৰ ৮১০ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে । প্ৰায় ১৭ শ লোকে ক’ভিড আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে । এনে পৰিস্থিতিত কৰ’না ভাইৰাছৰ প্ৰশংসা কৰিলে জনপ্ৰিয় অভিনেত্ৰী কংগণা ৰণৌতে ।‌ টুইটাৰত এটা প’ষ্টত কংগণাই কয়, এই ভাইৰাছৰ ফলত মানুহৰ মৃত্যু হ’লেও বহু কিছু ভাল হৈছে ।

ADVERTISEMENT

কৰ’নাক ‘প্ৰস্তুত কৰা ভাইৰাছ’ বুলি দাবী জনাইছে কংগণাই । টুইটত লিখে, ‘প্ৰস্তুত কৰা এই ভাইৰাছক মানুহে ইজনে-সিজনৰ অৰ্থনীতি ধ্বংস কৰিবলৈ ব্যৱহাৰ কৰিছিল । আজি হয়তো তেওঁলোকে ইয়াক লৈ সন্ত্ৰস্ত । মোৰ এই ধাৰণাৰ হয়তো বহুতে সমৰ্থন কৰিব, বহুতেই নকৰে । কিন্তু এটা কথা মানিব‌ই লাগিব যে, এই ভাইৰাছ সমগ্ৰ বিশ্বতে ব্যাপি পৰিছে । মানুহ মৰিছে হয়, কিন্তু বাকী সকলোবোৰ ভাল হৈছে ।’

ইয়াতে স্তব্ধ নহৈ পৃথিৱীৰ ভালৰ বাবে কি কি কৰিব লাগিব তাৰো উপদেশ দিয়ে কংগণাই । লিখে, ‘১) আমি বছৰি আঠজোপা গছ ৰুব লাগিব, ২) শহাপহুৰ দৰে সন্তান জন্ম দিয়া বন্ধ কৰিব লাগিব, ৩) এবাৰতকৈ বেছি অব্যৱহৃত প্লাষ্টিকৰ পণ্য ব্যৱহাৰ কৰিব নালাগে, ৪) খাদ্য অপব্যয় নকৰিব, ৫) আপোনাৰ চৌদিশে থকা দায়িত্বহীন লোকৰ পৰা সতৰ্ক থাকি তেওঁলোকৰ দায়িত্ব বহন কৰক । কাৰণ আপুনি সাৱধান হ’লেও তেওঁলোকে বিপদ মাতি আনিব পাৰে ।’

Today humans are traumatised by self made virus which they used to bring each other’s economies down. Some may agree with what I say some may not but one thing no one can deny is that the Earth is healing, virus may be killing humans but healing every thing else 1/2

— Kangana Ranaut (Modi Ka Parivar) (@KanganaTeam) April 18, 2021

কংগণাৰ এই টুইটে ব্যাপক লাইক পাবলৈ সক্ষম হয় । বহুতেই বলীউডৰ কুইনৰ স’তে একমত । সাম্প্ৰতিক পৰিস্থিতিত কংগণাৰ এই মন্তব্যত একাংশই আপত্তি প্ৰকাশ কৰিছে । তেওঁলোকৰ দাবী, অভিনেত্ৰীৰ সকলো ধৰণৰ সুযোগ সুবিধা থকাৰ বাবে ‘পৃথিৱী সুস্থ হৈ উঠিছে’ বুলি ক’ব পাৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19Kangana Ranaut
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d