Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা

    উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কৰ’নাৰ সময়ত গুৰুত্ব বাঢ়িছে ‘৪-৭-৮’ নিশ্বাস প্রক্রিয়াৰ

publisher by publisher
April 21, 2021
in COVID-19, Health
Reading Time: 1 min read
0
কৰ’নাৰ সময়ত গুৰুত্ব বাঢ়িছে ‘৪-৭-৮’ নিশ্বাস প্রক্রিয়াৰ
4
SHARES
40
VIEWS
ShareShareShareShare

অতিমাৰীৰ বাবে বহুতৰেই নানা কাৰণত টোপনিৰ হাৰ কমিছে। এফালে ঘৰৰ পৰা বাহিৰ ওলাব নােৱৰাৰ ফলত হােৱা অৱসাদ, আনফালে কামৰ অনিশ্চয়তা। এটা বৃহৎ অংশৰ মানুহে উদ্বেগত দিন কটাবলগীয়া হৈছে। ইয়াৰে প্ৰভাৱ পৰিছে মানুহৰ টোপনিত।

ADVERTISEMENT

অৱশ্যে পর্যাপ্ত পৰিমাণৰ নিদ্রা গ্রহণ কৰিব নােৱাৰিলে কাম কৰাৰ শক্তিয়েই পােৱা নাযায়। সেই বাবেই নিদ্ৰাৰ প্রয়ােজন। উক্ত কাৰণতে সম্প্রতি জনপ্রিয় হৈ পৰিছে ৪-৭-৮ নিঃশ্বাস পদ্ধতি। সঠিক নিদ্রা গ্রহণত সাহায্য কৰিব পাৰে এই পদ্ধতিয়ে। এই দাবী কৰিছে আমেৰিকাৰ চিকিৎসক এণ্ডু ভাইলে ।

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

নিদ্রা-বিশেষজ্ঞ ভাইলে কিছু বছৰৰ পূর্বে টোপনিত ঢলি পৰাৰ এই পদ্ধতিটো আৱিষ্কাৰ কৰিছিল। সেই সময়ত অৱশ্যে এই পদ্ধতি বিশেষ জনপ্রিয় হােৱা নাছিল, কিন্তু অতিমাৰীৰ সময়ত ই সম্প্রতি অতি জনপ্রিয় হৈ পৰিছে। কি এই পদ্ধতি ? প্রথমে চিৎ হৈ শুই নিঃশব্দে চাৰি ছেকেণ্ডৰ এটা শ্বাস ল’ব লাগিব।

সেই সময়ত মুখ সম্পূৰ্ণৰূপে বন্ধ থাকিব লাগিব আৰু শ্বাস ল’ব লাগিব নাকেৰে। সেই শ্বাসৰ বতাহ নিজৰ বুকুত সাত ছেকেণ্ড ধৰি থাকিব লাগিব। তাৰ পাছত সেই বতাহ আঠ ছেকেণ্ড পর্যন্ত এৰি থাকিব লাগিব। শ্বস এৰি দিয়াৰ সময়ত মুখৰ পৰা সৰুকৈ চি-চিয়নিৰ দৰে শব্দ কৰিব পাৰিলে ভাল। সমগ্র পদ্ধতিটো মুঠ চাৰিবাৰ কৰিব লাগিব।

দেখা গৈছে যে এই প্রক্রিয়াৰ ফলত সােনকালে টোপনি আহে। কৰ’নাৰ প্রকোপৰ সময়ত যেতিয়া অধিকাংশৰে নিদ্রা হৰিছে, তেনে অৱস্থাত মানুহ দ্বাৰস্থ হৈছে এই প্রক্রিয়া।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19Health
publisher

publisher

Related Posts

Habit of biting nails:নখ কামোৰাৰ অভ্যাস, এই অভ্যাসে আপোনাৰ বহু দিশত গুৰুতৰ ক্ষতি কৰে
Health

August 13, 2025
GYM For Older People:৬০ৰ পাছতো যাব পাৰে জিমলৈ !
News

July 19, 2025
Sudden Increase in deaths among youth: যুৱকৰ মাজত আকস্মিক মৃত্যু বৃদ্ধিৰ আঁৰত

July 8, 2025
মোডীৰ স’তে সাক্ষাৎ কৰাৰ পূৰ্বে কৰিব লাগিব RT-PCR, নির্দেশ মন্ত্রীসকলক
COVID-19

June 11, 2025
ভাৰতত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ , সক্ৰিয় ৰোগী ৬৪৯১, উদ্বেগ বাঢ়িছে কেৰালা আৰু গুজৰাটত  

June 10, 2025
Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত

June 6, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d