Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

পুনৰ তলাবন্ধত ৪০ লাখ লােক সংস্থাপনহীন হােৱাৰ শংকা

publisher by publisher
May 1, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
পুনৰ তলাবন্ধত ৪০ লাখ লােক সংস্থাপনহীন হােৱাৰ শংকা
4
SHARES
40
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

River Terminal in Guwahati: ৭ নৱেম্বৰত মুকলি হব মহানগৰীৰ ব্ৰহ্মপুত্র জাহাজ বন্দৰ

জিএছটিৰ পাঁচ আৰু ১৮ শতাংশ হাৰ বাহাল ৰখাত অনুমোদন

দেশত কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৰ ফলত বহুকেইখন ৰাজ্যত ইতিমধ্যে পুনৰ তলাবন্ধ আৰু সপ্তাহান্তিক তলাবন্ধ বাহাল আছে। দেশত সম্প্রতি তলাবন্ধ আৰু কৰ’না কেন্দ্রিক আন কাৰণত প্রায় ৮০ শতাংশ দোকান-পােহাৰ বন্ধ হৈ আছে।

ADVERTISEMENT

বাকী ২০ শতাংশ বিপণী খােলা আছে যদিও ইয়াতাে গ্রাহক অভাৱ ঘটিছে। এনে পৰিস্থিতিত ৰিটেইল এছ’চিয়েচন অৱ ইণ্ডিয়াই আশংকা প্রকাশ কৰি কয় যে যদিহে অচিৰে চৰকাৰ আৰু ৰিজার্ভ বেংকে সহায়ৰ বাবে আগবাঢ়ি নাহে, তেন্তে দেশত বিশেষকৈ ৰিটেইল খণ্ডত কৰ্মৰত ৪০ লাখ লােকে চাকৰি হেৰুৱাব লগা হ’ব পাৰে।

সংস্থাটোৱে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনলৈ পত্র লিখিৰাজ্যসমূহত তলাবন্ধ আৰু সান্ধ্য আইনৰ ফলত উদ্ভৱ হােৱা ব্যৱসায়িক পৰিস্থিতিৰ বিষয়ে সবিশেষ অৱগত কৰে। ৰিটেইল এছ’চিয়েচন অৱ ইণ্ডিয়াই কৰ’না পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি দেশৰ ব্যৱসায়ীসকলক সকলাে ধৰণৰ ঋণৰ ক্ষেত্ৰত সুদৰ ৰেহাই দিবলৈ দাবী জনাইছে।

ব্যৱসায়িক প্রতিষ্ঠানটোৱে কয় যে ৰিটেইল অর্থাৎ খুচুৰা ব্যৱসায়ত লাভৰ পৰিমাণ যথেষ্ট কম হয় আৰু তলাবন্ধৰ ফলত এই খণ্ডৰ ব্যৱসায়ীসকল সর্বাধিক প্ৰভাৱিত হৈছে। ৰিটেইল খণ্ডৰ ব্যৱসায়ীৰ উপার্জন বাধাগ্রস্ত হােৱাত ঋণৰ বােজা ভয়াৱহ হৈছে বুলি উল্লেখ কৰি ৰিটেইল এছ’চিয়েচন অৱ ইণ্ডিয়াই কৰ’নাৰ পৰিস্থিতিত ব্যৱসায়ীসকলৰ সমস্যাৰ প্রতি গুৰুত্ব দিবলৈ কেন্দ্রীয় চৰকাৰক অনুৰােধ জনাইছে।

ৰিটেইল খণ্ডক তলাবন্ধত হােৱা ক্ষতিৰ পৰা সকাহ দিবলৈ হ’লে চৰকাৰে বিশেষ আঁচনি গ্ৰহণ কৰাটো জৰুৰী হৈছে। বুলিও সংস্থাটোৱে মত প্রকাশ কৰে। এই ক্ষেত্ৰত ৰিজাৰ্ভ বেংককো ৰিটেইল খণ্ডৰ সমস্যাৰ প্রতি দৃষ্টি ৰাখি বিত্তীয় পদক্ষেপ তথা সিদ্ধান্ত গ্রহণ কৰিবলৈ ৰিটেইল এছচিয়েনচন অৱ ইণ্ডিয়াই অনুৰােধ জনাইছে।

সংস্থাটোৱে কয় যে দ্বিতীয়বাৰৰ বাবে হােৱা তলাবন্ধৰ ফলত দেশৰ খুচুৰা ব্যৱসায়ৰ স’তে জড়িত হৈ থকা ৪০ লাখৰাে অধিক লােক অচিৰে সংস্থাপনহীন হােৱাৰ উপক্ৰম হৈছে। এইসকল লােকৰ সৰহসংখ্যকে উৎপাদন গােট, বিনােদন জগত, বস্ত্র উদ্যোগ আদিৰ খুচুৰা ব্যৱসায়ত নিয়ােজিত হৈ আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19Nirmala SitharamanRetailers Association of India
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d