Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কৰ’না কালত আয় বৃদ্ধি এইসমূহ সংস্থাৰ

publisher by publisher
May 9, 2021
in Business, COVID-19, News
Reading Time: 1 min read
0
কৰ’নাত সুস্থ হ’বলৈ দৈনিক ৩-৪ লিটাৰ পানী, মৌচুমীৰ ৰস পান জৰুৰী
5
SHARES
51
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে সমাজমাধ্যম নিষিদ্ধ! 

Michael Rosenberg:ফে’চবুক-ইনস্টাগ্রাম-ইউটিউব-টিকটক বর্জন বিখ্যাত সংগীতজ্ঞ মাইকেল ৰ’জেনবাৰ্গৰ

Apple logo gadgets page

ADVERTISEMENT

এপল

মহামাৰীৰ আৰম্ভণিৰে পৰা এই পর্যন্ত আইফোনৰ বিক্ৰী বৃদ্ধি পােৱাৰ ফলত দুগুণ মুনাফা লাভ কৰিছে প্রযুক্তি এপলে। দক্ষিণ কোৰিয়াৰ এই সংস্থাটোৱে চলিত বছৰৰ প্রথম তিনি মাহত বিগত তিনি বছৰৰ ভিতৰত সর্বোচ্চ মুনাফা আদায় কৰিছে। বিগত প্রায় ডেৰ বছৰ ধৰি বিশ্বব্যাপী সাধাৰণ মানুহৰ জীৱনযাত্রা প্রযুক্তি নির্ভৰ হৈ পৰিছে। অফিচৰ কাম, কিনা-বেচা, শিক্ষা কার্যক্রমৰ পৰা আৰম্ভ কৰি।বিনােদনলৈ সকলােখিনিৰ বাবেই প্রযুক্তিৰ আশ্রয় ল’বলগীয়া হৈছে। সকলােৱে। ফলস্বৰূপে।ব্যাপক হাৰত বিক্ৰী হৈছে এপলৰ ফোন, এপ আদিকে ধৰি অন্যান্য বহু ডিভাইচৰ। এপলে জনােৱা মতে, গ্রাহকসকলে সংস্থাটোৰ নতুন ফাইভ জি ফোনসমূহৰ আপগ্রেড অব্যাহত ৰাখিছে। তদুপৰি মেক কম্পিউটাৰ আৰু আইপেডৰ লগতে ফিটনেছ ডিভাইচ তথা মিউজিক এপসমূহৰ বিক্ৰী অভূতপূর্ব হাৰত বৃদ্ধি হৈছে। চলিত বছৰৰ প্ৰথমটো ত্রিমাসিকত এপলৰ আয় হৈছে ৮৯.৬ বিলিয়ন মার্কিন ডলাৰ, যি বিগত বছৰৰ একেছােৱা সময়ৰ তুলনাত ৫০ শতাংশ অধিক। আনহাতে, সময়ছােৱাত সংস্থাটোৰ লাভ হৈছে ২৩.৬ বিলিয়ন ডলাৰ।

amazon is firing its delivery firms following peo 2 2568 1570924963 0 dblbig

এমেজন

মহামাৰীৰ তাণ্ডৱে সৰ্বসাধাৰণক দিশহাৰা কৰি।তুলিলেও তাৰ মাজতে স্বর্ণযুগ আৰম্ভ হৈছে প্রযুক্তি সংস্থাসমূহৰ। কৰ’নাৰ বাবেই অনলাইন স্বপিঙৰ প্ৰতি গ্রাহকৰ আকর্ষণ বাঢ়ি যােৱাৰ ফলত মার্কিন ই- বাণিজ্যিক সংস্থা এমেজনে ব্যাপক মুনাফা আদায় কৰিছে। চলিত বছৰৰ প্ৰথমটো ত্রিমাসিক অর্থাৎ জানুৱাৰীৰ পৰা মার্চ পর্যন্ত এমেজনৰ আয় হৈছে প্রায় ১০৮.৫ বিলিয়ন মার্কিন ডলাৰ। এই পৰিমাণ বিগত বছৰৰ একেছােৱা সময়ৰ তুলনাত প্রায় তিনিগুণ অধিক হােৱা বুলি জানিবলৈ দিছে সংস্থাটোৱে। ২০২০ৰ জানুৱাৰী- মার্চত সংস্থাটোৰ আয় আছিল ৭৫ বিলিয়ন মার্কিন ডলাৰ। অনলাইন ব্যৱসায়ৰ উপৰি এমেজনৰ এনে ব্যাপক মুনাফাৰ আঁৰত আছে। সংস্থাটোৰ ষ্ট্রীমিং সেৱা, প্রাইম ভিডিঅ’ আৰু এডব্লিউএছৰ ক্রমবর্ধমান জনপ্রিয়তা।

samsung local division austin semiconductorছেমছু‍্য‍‌ং

চলিত বছৰৰ প্রথম তিনি মাহত ছেমছুঙৰ মুনাফা বিগত বছৰৰ তুলনাত বাঢ়িছে প্রায় ৪৬.৩ শতাংশ। কৰ’না কালত সংস্থাটোৰ টেলিভিছন ছেট আৰু অন্যান্য হােম এপ্লায়েন্স বিক্রী লক্ষ্যণীয় হাৰত বৃদ্ধি পাইছে। সংস্থাৰ তৰফৰ পৰা এক প্রতিবেদনযােগে প্রকাশ কৰা মতে,স্মার্টফোন আৰু কনজিউমাৰ ইলেক্ট্রনিক্সৰ ব্যাপক বিক্ৰীৰ বাবেও আশা কৰাতকৈ বেছি লাভ আহৰণ কৰিব পৰা গৈছে।

144728773ফেচবুক

তলাবন্ধৰ দৰে কঠোৰ নিয়মে বিগত ডেটা বছৰত ছ’চিয়েল মিডিয়া প্লেটফর্মসমূহক বাৰুকৈয়ে লাভান্বিত কৰা দেখিবলৈ পােৱা গৈছে। এনে।সংস্থাসমূহৰ ভিতৰত সর্বাধিক লাভান্বিত হৈছে ফেচবুক। কৰ’না কালত মাহিলি সক্রিয় ব্যৱহাৰকাৰীৰ সংখ্যা প্রায় ১০ শতাংশ বৃদ্ধি হৈ ২.৮৮ বিলিয়নৰ সীমা পাৰ কৰা বুলি ইয়াৰ এক প্রতিবেদন প্রকাশ পাইছে।মূলতঃ সক্রিয় উপভােক্তাৰ সংখ্যা বৃদ্ধি আৰু ৰমৰ্মীয়া বিজ্ঞাপন ব্যৱসায়ৰ বাবেই কৰ’নাৰ প্রতিকূলতাৰ মাজতাে প্রচুৰ মুনাফা ঘটিছে সংস্থাটোৱে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AppleCovid-19FacebookSamsung
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d