Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কাবুলত বিদ্যালয়ৰ কাষত গাড়ীবোমা, নিহত ৫৮, আহত ১৫০

publisher by publisher
May 10, 2021
in News
Reading Time: 1 min read
0
কাবুলত বিদ্যালয়ৰ কাষত গাড়ীবোমা, নিহত ৫৮, আহত ১৫০
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

পঞ্জাৱত সংঘটিত হৈছে দুটাকৈ বিস্ফোৰণ : সুৰক্ষা সংস্থাৰ উচ্চ সতর্কতা

মণিপুৰত বোমা বিস্ফোৰণৰ পাছতে উত্তেজনা তীব্ৰ, পাঁচ জিলাত ইণ্টাৰনেট বন্ধ

যোৰহাটত ভয়ংকৰ বিস্ফোৰণ: নিহত এজন, আহত দুগৰাকী মহিলা

বিদ্যালয়ৰ পৰা উভতাৰ পথত গাড়ীবোমা বিস্ফোৰণত ছিন্ন ভিন্ন হৈ গ’ল প্ৰায় সাত-আঠজন ছাত্ৰ-ছাত্ৰীসহ মুঠ ৫৮ জনৰ দেহ । এই ঘটনা সংঘটিত হয় শনিবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলত । বিস্ফোৰণত আহত হয় ১৫০ জন । ইয়াৰ অৰ্ধেক সংখ্যকেই ছাত্ৰী । সম্প্ৰতি আহোমসকল কাবুলৰ হাস্পতালত চিকিৎসাধীন হৈ আছে ।

ADVERTISEMENT

download 1

শনিবাৰে কাবুলৰ দস্ত-এ-বাৰচি অঞ্চলত চৈয়দ উল শুহাদা বিদ্যালয়ৰ কাষত বিস্ফোৰণ ঘটে । স্থানীয় সংবাদমাধ্যমত সম্প্ৰচাৰিত ভিডিঅ’ত পৰিলক্ষিত হৈছে ৰক্তাক্ত পথ । প্ৰত্যক্ষদৰ্শীসকলে জনায় যে, বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ কাষতেই ৰাখি থোৱা আছিল গাড়ীখন । বিদ্যালয়ৰ ছুটিৰ পাছত ছাত্ৰ-ছাত্ৰীৰ ভিৰ লাগে । সেই সময়তেই বিস্ফোৰণ হয় ।

2189ee5fb07843e6a319ee26e7152b04

বিস্ফোৰণত আহত শিক্ষাৰ্থীসকলৰ অন্য লোকসকলোকো ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় । লগতে নিহতসকলৰ চিনাক্তকৰণৰ বাবে উদ্যোগী হয় প্ৰশাসন ।

download

স্থানীয় বাসিন্দা ৰেজা আলিয়ে কয়, ‘গোটেই নিশা কাৰখানালৈ লৈ গৈছো ভিন্ন ভিন্ন দেহ । লগতে প্ৰাৰ্থনা কৰিছো, আহতসকলৰ বাবেও ।’ নিহত আৰু আহতসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে আলিৰ দৰে বহু লোক ।

merlin 187481262 371a1b39 33de 48d2 8b2a f73b345fed75 articleLarge

বিগত এপ্ৰিলত আমেৰিকায় জনায় যে, ১১ ছেপ্টেম্বৰৰ ভিতৰত আফগানিস্তানৰ পৰা সেনা বৰ্জন কৰা হ’ব । এই ঘোষণা হোৱাৰ কিছুদিনৰ পাছতে কাবুলত পুনৰ বিস্ফোৰণৰ ঘটনাত উদ্বিগ্ন আফগান প্ৰশাসন ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AfghanistanBomb Blast
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d