Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

সাগৰৰ তলত শৰীৰচর্চা কৰিছে ভাৰতীয় যুৱকে

publisher by publisher
May 12, 2021
in India, News
Reading Time: 1 min read
0
সাগৰৰ তলত শৰীৰচর্চা কৰিছে ভাৰতীয় যুৱকে
6
SHARES
57
VIEWS
ShareShareShareShare

RelatedPosts

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী আজি ঘোষণা কৰিব নিৰ্বাচন আয়োগ

Chennai Rain:চেন্নাইত বৰষুণ পৰিমাণ হ্ৰাস হোৱাৰ সম্ভাৱনা নাই ,নিৰাপত্তাৰ বাবে স্থগিত হ’ল বিমান অৱতৰণ

সাগৰৰ গভীৰত নামি শৰীৰচৰ্চা কৰা এক ভিডিঅ’ সম্প্রতি ভাইৰেল হৈছে। সামাজিক মাধ্যমত। পুডুচেৰীৰ এজন যুৱকৰ এই অনন্য কীর্তি দেখি অনেকেই বিস্ময় মানিছে।

ADVERTISEMENT

লগতে কোনােৱে প্ৰশ্ন কৰিছে যে শৰীৰচৰ্চাৰ বাবে মাটিৰ অভাৱ হৈছে নেকি ? আচলতে এই শৰীৰচৰ্চা কোনাে খেয়ালি স্বভাৱ বা নাম কিনাৰ সহজ পন্থা নহয়। ইয়াৰ গভীৰত আছে এই মাৰাত্মক কৰ’না কালত জনমানসলৈ এক বিশেষ বার্তা দিয়াৰ উদ্যোগ।

ভিডিঅ’ত দেখা পােৱা যুৱকজন হৈছে পুডুচেৰীৰ এজন পেছাদাৰী ডাইভাৰ বা ডুবাৰু অৰৱিন্দ। তেওঁ চেন্নাই আৰু পুডুচেৰীৰ সাগৰৰ উপকূলত ডাইভিঙৰ স’তে জড়িত। প্রায় দুটা দশক ধৰি অৰৱিন্দই এই কাম কৰি আহিছে।

কৈশােৰ অৱস্থাতে তেওঁৰ পানীৰ স’তে বন্ধুত্ব গঢ়ি উঠিছিল। সেইবাবেই বিশেষ শৰীৰচৰ্চাৰে জনতালৈ বার্তা প্রেৰণৰ বাবে তেওঁ পানীৰ তলকে বাছি লৈছে। অৱশ্যে ইয়াৰ বাবে তেওঁ সকলাে ধৰণৰ সতর্কতা অৱলম্বন কৰিছে।

চকুত আছিল প্রটেক্টিভ আই গিয়ে। পৰিধানত উপযুক্ত পােছাক। লােৱা হৈছিল অন্যান্য সতর্কতাও। কিন্তু এইদৰে ভূ-পৃষ্ঠৰ পৰা ১৪ মিটাৰ তলত অৰৱিন্দই শৰীৰচর্চা কৰি মানুহলৈ কি বার্তা দিবলৈ চেষ্টা কৰিছে ?

Man from Puducherry does Exercise 14 more deep water to emphasize on need of exercise during pandemic.

Does Dumbell curls and Barbell curls under water as fishes swim by.. pic.twitter.com/pCVbx6O1H5

— Pramod Madhav (@PramodMadhav6) May 10, 2021

আচলতে এই মুহূর্তত ভাৰতত কৰ’নাৰ দ্বিতীয় ঢৌৱে আহি আঘাত কৰিছেহি। দৈনিক সংক্রমণ আৰু মৃত্যুৰ ৰূপ দেখি
বাঢ়িছে আতংক। এনে অৱস্থাত সকলােকে শৰীৰচৰ্চাৰ প্রতি উৎসাহিত কৰাৰ লক্ষ্যৰেই অৰৱিন্দই এই উদ্যোগ হাতত লৈছে।

এই সন্দৰ্ভত যুৱকজনে কয়, সকলােৱে প্ৰতিদিনে অন্তত ৪৫ মিনিট শৰীৰচৰ্চা কৰা উচিত। যাৰ ভিতৰত থাকিব লাগিব কেতবােৰ শ্বাস-প্রশ্বাসৰ ব্যায়ামাে। ইয়াৰ ফলত শৰীৰ, বিশেষকৈ হাওঁফাওঁৰ কার্যক্ষমতা বাঢ়িব।

ফলত সংক্রমণ হলেও সহজে কাহিল কৰিব নােৱাৰিব। ইয়াৰ উপৰি শৰীৰচৰ্চাৰ ফলত সামগ্রিকভাৱে ৰােগৰ স’তে সংগ্রাম কৰাৰ শক্তিও বাঢ়িব। প্রশ্ন উঠিছে যে এই বার্তাতাে সাগৰৰ উপকূলত শৰীৰচৰ্চাও কৰি দিব পাৰিলেহেঁতেন ?

এই ক্ষেত্ৰত অৰৱিন্দৰ যুক্তি হৈছে তেওঁ যদি সাগৰৰ তলত নামি ব্যায়াম কৰিব পাৰে, তেন্তে বাকীসকলে পানীৰ পাৰৰ উপকূলত বহি সেয়া কিয় কৰিব নােৱাৰিব ?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Exercising UnderwaterPuducherry
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d