Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অকার্যকৰ ! প্লাজমা থেৰাপী বাতিলৰ দাবী গৱেষকৰ

publisher by publisher
May 17, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
অকার্যকৰ ! প্লাজমা থেৰাপী বাতিলৰ দাবী গৱেষকৰ
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

অত্যধিক নিমখ খাই নিঃশব্দে মহামাৰী মাতিছে ভাৰতীয় লোকে

Two children infected with SMPV for the first time in India:তলাবন্ধৰ দু:সহ স্মৃতিয়ে জোঁকাৰিছে দেশক

ICMR To Send Medicines With Drone: ড্ৰ’নৰে দুৰ্গম অঞ্চললৈ ঔষধ প্ৰেৰণ  !

প্রায় ঘনাই চৰিত্ৰ সলনি কৰি আছে কৰ’না ভাইৰাছে । প্রতিষেধকক প্রধান অস্ত্র বুলি গণ্য কৰা হলেও চৰিত্ৰ পৰিৱৰ্তনৰ বাবে বিশেষ কার্যকৰী হােৱা নাই বুলি বিশেষজ্ঞৰ এটা বৃহৎ অংশই দাবী কৰিছে।

ADVERTISEMENT

এইবাৰ কৰ’নাৰ চিকিৎসাত প্লাজমা থেৰাপীৰ কার্যকাৰিতাক লৈও প্রশ্ন উত্থাপন কৰিলে গৱেষকসকলে। তেওঁলােকে দাবী কৰিছে যে প্লাজমা থেৰাপীৰ মাধ্যমেৰে ৰােগীৰ শৰীৰত এই প্রাণঘাতী ভাইৰাছৰ বিস্তাৰ ৰােধ কৰিব নােৱাৰি।

কৰ’না ৰােগীক মৃত্যুৰ কবলৰ পৰা ৰক্ষা কৰাতাে প্লাজমা থেৰাপী কামত নাহে। বৰঞ্চ ভাইৰাছৰ প্ৰজাতিসমূহ অধিক বিকশিতহে হয়। সেয়ে কৰ’নাৰ চিকিৎসাৰ নির্দেশিকাৰ পৰা প্লাজমা থেৰাপীক বাদ দিয়াৰ দাবী উত্থাপন কৰিছে গৱেষকসকলে।

উল্লেখ্য যে যােৱা মার্চত কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে কৰ’না চিকিৎসা সংক্রান্তীয় নির্দেশিকাত প্লাজমা থেৰাপীক অন্তর্ভুক্ত কৰে। চিকিৎসাৰ পৰিভাষাত ইয়াৰ নাম ৰখা হয় ‘ক’ভিড-১৯ কনভালেচেন্ট প্লাজমা ট্রান্সফিউছন’।

সেই অনুসৰি যিসকল প্রাপ্তবয়স্ক ৰােগীয়ে কৰনাৰ পৰা সুস্থ হৈ উঠিছে, তেওঁলােকৰ ৰক্তৰ পৰা সংগ্ৰহ কৰা ৰক্তৰসৰ পৰা প্রয়ােজনীয় এন্টিবডী উলিয়াই কৰ’না চিকিৎসাত ব্যৱহাৰ কৰা হৈছিল। যিসকল ৰােগীৰ অৱস্থা গুৰুতৰ, একেবাৰে প্রাথমিক পর্যায়ত তেওঁলােকৰ কৰ’না চিকিৎসাতে এই পদ্ধতি চিকিৎসকে প্রয়ােগ কৰে।

ইয়াৰ বাবেই এতিয়া আক্রান্তসকলৰ পৰিয়ালে ৰক্তৰসদাতাৰ সন্ধানত হাবাথুৰি খাই ফুৰিছে। ইপিনে, অতিমাৰীৰ দ্বিতীয় লহৰত দেশত যি হাৰত মৃত্যুৰ সংখ্যা বৃদ্ধি পাই আছে, তাৰ ফলতে বিগত কিছুদিন ধৰি প্লাজমা থেৰাপীৰ কার্যকাৰিতাক লৈ প্রশ্ন উঠিছিল।

ইয়াকে লৈ সম্প্রতি ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ’ (আইচিএমআৰ)ৰ মুৰব্বী বৈজ্ঞানিক উপদেষ্টা কে বিজয়ৰাঘৱনলৈ গৱেষকসকলে পত্রও প্রেৰণ কৰে। সেই পত্ৰত আইচিএমআৰৰ মুৰব্বী বলৰাম ভাৰ্গৱ আৰু সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছু)ৰ সঞ্চালক ৰণদীপ গুলেৰিয়াৰ উদ্দেশ্যে বার্তা দিয়া হয়।

পত্ৰখনত কোৱা হৈছে যে যুক্তিহীনভাৱে প্লাজমা থেৰাপীৰ বাবেই ভাইৰাছৰ প্রজাতিসমূহ অধিক বিকশিত হৈছে আৰু সেই বাবেই অতিমাৰীয়ে আৰু ভয়ংকৰ হৈ উঠিছে। কৰ’নাৰ চিকিৎসাত প্লাজমা থেৰাপী ব্যৱহাৰ কৰাক লৈ নির্দেশিকা জাৰি কৰাৰ আগতে প্রথমে দেশৰ ৩৯খন চৰকাৰী আৰু বেচৰকাৰী হাস্পতালত এই সন্দৰ্ভত পৰীক্ষা চলাই আইচিএমআৰৰ বিশেষজ্ঞই।

তেতিয়াই ১১ হেজাৰ ৫৮৮জন ৰােগীৰ শৰীৰত এই পদ্ধতি প্রয়ােগ কৰা হয়। কিন্তু আইচিএমআৰলৈ লিখা পত্ৰত গৱেষকসকলে দাবী কৰিছে যে মৃত্যু ৰােধ কৰাত প্লাজমা থেৰাপীৰ কার্যকাৰিতা বা প্লাজমা থেৰাপী কৰাৰ পাছত ৰােগী সুস্থ হৈ ঘৰলৈ উভতি যােৱাৰ কোনাে প্রমাণ পােৱা নগ’ল।

যিসকল ৰােগীৰ অৱস্থা গুৰুতৰ নহয়, তেওঁলােকৰ ক্ষেত্ৰতাে প্লাজমা থেৰাপীয়ে কাম কৰা নাই বুলিও তেওঁলােকে দাবী কৰিছে। সেয়ে কৰ’নাৰ চিকিৎসাত প্লাজমা থেৰাপী প্রয়ােগৰ অনুমতি কিদৰে দিয়া হ’ল বুলিও গৱেষকসকলে প্রশ্ন উত্থাপন কৰিছে।

ইয়াৰ পাছতে আইচিএমআৰৰ ৰাষ্ট্ৰীয় টাস্কফ’ৰ্চৰ জৰুৰী বৈঠক অনুষ্ঠিত হয়। বৈঠকতাে সর্বসম্মতিক্রমে প্লাজমা থেৰাপীক কৰ’নাৰ চিকিৎসাৰ পৰা বাদ দিয়াৰ দাবী উঠে। অতি শীঘ্ৰে এই সন্দৰ্ভত নির্দেশিকা জাৰী হ’ব বুলি
কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ সূত্ৰই জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ICMRK VijayRaghavanPlasma Therapy
publisher

publisher

Related Posts

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d