Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ক’ভিশ্বিল্ডত তেজ গােট মৰাৰ আশংকা থাকে

অৱশেষত সমস্যাৰ কথা স্বীকাৰ কৰিলে কেন্দ্রই

publisher by publisher
May 19, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
ক’ভিশ্বিল্ডত তেজ গােট মৰাৰ আশংকা থাকে
5
SHARES
46
VIEWS
ShareShareShareShare

RelatedPosts

100 Million Covishield expired : ১০ কোটি ক’ভিশ্বিল্ড টিকা নষ্ট ! উদ্বেগ পুণেৱালাৰ

Children Vaccination : তিনি জানুৱাৰীৰ পৰা আৰম্ভ শিশুসকলৰ টিকাকৰণ, কি কি প্ৰয়োজন হ’ব ?

Covishield : বিপুল হাৰত ক’ভিশ্বিল্ডৰ উৎপাদন কমাইছে ছেৰামে, কেন্দ্ৰীয় অৰ্ডাৰ নাই জনালে সংস্থাই

ছেৰাম ইনষ্টিটিউটৰ দ্বাৰা তৈয়াৰী প্রতিষেধক ল’লে সামান্য পৰিমাণে হলেও কিছু লােক শৰীৰত তেজ গােট মাৰে বুলি অৱশেষত স্বীকাৰ কৰিলে কেন্দ্রীয় চৰকাৰে ।

ADVERTISEMENT

কেন্দ্রই গঠন কৰা এক কমিটীয়ে সম্প্রতি এক বিবৃতিৰ মাধ্যমেৰে এই কথা সদৰী কৰে । ছেৰামৰ কভিশ্বিল্ড প্রতিষেধকক কেন্দ্ৰ কৰি আৰম্ভণিৰে পৰাই এই অভিযােগ উঠি আহিছিল ।

ব্রিটেইন, জার্মানী, কানাডাসহ একাংশ দেশত ক’ভিশ্বিল্ড লােৱাৰ পাছত প্রতিষেধক প্রাপকৰ শৰীৰৰ ছিটা লােৱা স্থানৰ পৰা তেজ ওলােৱা অথবা সিৰা বা ধমনীত তেজ গােট মৰাৰ ঘটনা পােহৰলৈ আহে।

ইয়াৰ ফলত একাংশ লােকৰ মৃত্যুও হয়। ফলত একাংশ দেশত ক’ভিশ্বিল্ড প্রদানৰ কাম সাময়িকভাৱে বন্ধ ৰখা হৈছে। আয়াৰলেণ্ড, ডেনমার্ক, নৰৱে, আইচলেণ্ড, নেদাৰলেণ্ডছ, অষ্ট্রিয়া আদি বহু দেশত ক’ভিশ্বিল্ডক নিষিদ্ধও কৰা হৈছে।

তথাপি ভাৰতৰ ক্ষেত্ৰত আৰম্ভণিৰে পৰাই তেজ ওলােৱা বা গােট মৰাৰ তত্ত্বটো অস্বীকাৰ কৰি আহিছিল প্রতিষেধক প্রস্তুতকাৰী কোম্পানীটোৱে। অৱশ্যে সােমবাৰে কেন্দ্ৰৰ তৰফৰ পৰা যি বিবৃতি দিয়া হ’ল, তাত স্বীকাৰ কৰি লােৱা হ’ল যে আঙুলিৰ মূৰত লেখিবপৰা হ’লেও তেজ গােট মৰাৰ ঘটনা সংঘটিত হৈছে।

সম্প্রতি কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ক নিজৰ সমীক্ষাৰ প্রতিবেদন জমা দিছে ‘দ্য নেচনেল এডভাৰ্ছ ইভেন্ট ফল’য়িং ইম্যিউনাইজেচন’ (এনআইএফআই) নামৰ কমিটীখনে। উক্ত প্রতিবেদনৰ ভিত্তিতে কেন্দ্ৰৰ তৰফৰ পৰা কোৱা হৈছে যে যােৱা তিনি এপ্রিল পর্যন্ত সাত কোটি ৫৪ লাখ ৩৫ হেজাৰ ৩৮১জন ভাৰতীয়ক প্রতিষেধক প্রদান কৰা হৈছে।

তেওঁলােকৰ ভিতৰত ছয় কোটি ৮৬ লাখ ৫০ হেজাৰ ৮১৯জনে গ্ৰহণ কৰিছে ক’ভিশ্বিল্ড আৰু ৬৭ লাখ ৮৪ হেজাৰ ৫৬২জনে গ্ৰহণ কৰিছে ক’ভেক্সিন। ইয়াৰ ভিতৰত সিৰা বা ধমনীত তেজ গােট মৰা অর্থাৎ থ্রম্বােলিক হৈছে মাত্র ২৬জন লােকৰ।

প্রতি ১০ লাখৰ ভিতৰ ০.৬১জনৰ এই সমস্যা হৈছে। জার্মানী আৰু আমেৰিকাৰ ক্ষেত্ৰত এই সংখ্যা ক্রমে ১০ আৰু চাৰি। এই তথ্য সদৰী কৰাৰ লগতে কেন্দ্ৰৰ তৰফৰ পৰা তেজ গােট মৰাৰ প্ৰসংগত এক সতর্কতামূলক নির্দেশিকাও জাৰি কৰা হৈছে।

স্বাস্থ্যকর্মী আৰু প্ৰতিষেধক কেন্দ্ৰৰ সকলােকে কোৱা হৈছে যে তেওঁলােকে যাতে এই বিষয়ত প্রতিষেধক গ্রহণকাৰীক সচেতন কৰে। নির্দেশিকাত কোৱা হৈছে যে প্রতিষেধক গ্ৰহণৰ ২০ দিনৰ ভিতৰতে যদি কাৰােবাৰ শ্বাস লােৱাত সমস্যা হয়, বুকুৰ বিষ হয়,হাত বা মাংসপেশীত বিষ হয় বা ফুলি উঠে, প্রতিষেধক লােৱা স্থান বা ওচৰত ৰঙা দাগ দেখা যায়, বমি সহ বা অবিহনেই যদি পেটত প্রচণ্ড বিষ হয়; এই ধৰণৰ মুঠ ১২টা উপসর্গ দেখা দিলে ততালিকে স্বাস্থ্যকেন্দ্ৰত যােগাযােগ কৰিবলৈ পৰামর্শ দিয়া হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CovishieldNIFISerum Institute of India
publisher

publisher

Related Posts

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া
Assam

গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d