● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ২,০৮,৯২১ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
ADVERTISEMENT
● দৈনিক সংক্ৰমণৰ হাৰ ৯,৪২ শতাংশ ।
● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে২,৭১,৫৭,৭৯৫ জন ।
● ইতিমধ্যে ৩,১১,৩৮৮ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
● বিগত ২৪ ঘণ্টাত ৪,১৫৭ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।
● ইতিমধ্যে ৩৩,৪৮,১১,৪৯৬ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● যোৱা ২৪ ঘণ্টাত ২২,১৭,৩২০ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● ভাৰতৰ ২০,০৬,৬২,৪৫৬ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।
● বিগত ২৪ ঘণ্টাত ২০,৩৯,০৮৭ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।





























