Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

    বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

লক্ষ লক্ষৰ প্ৰাণ ল’বলৈ এইবাৰ সাজু ‘ছুপাৰবাগ’

আন্দামানত সন্ধান পোৱা গৈছে এক মাৰাত্মক ভেঁকুৰৰ

publisher by publisher
May 28, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
লক্ষ লক্ষৰ প্ৰাণ ল’বলৈ এইবাৰ সাজু ‘ছুপাৰবাগ’
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

চি ইউ ই টি : দিল্লী বিশ্ববিদ্যালয়ৰ বাবে সৰ্বাধিক আবেদন

দিল্লী বিশ্ববিদ্যালয়ৰ চৌহদত আন্দোলনৰ বাবে ল’ব লাগিব কর্তৃপক্ষৰ পূর্ব অনুমতি

 পৰীক্ষা অনুস্থিতকৰণৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘােষণা দিল্লী বিশ্ববিদ্যালয়ৰ

কৰ’না ভাইৰাছৰ তাণ্ডৱত ইতিমধ্যেইবিশ্বত লক্ষ লক্ষ লোকে প্ৰাণ হেৰুৱাইছে । তথাপি ইয়াৰ প্ৰকোপ সামান্যতমো হ্ৰাস হোৱা নাই । দৈনিক আক্ৰান্ত হৈ আছে কে’বা লক্ষাধিক লোক । ইয়াৰ মাজতে নতুন সন্ত্ৰাসী সৃষ্টি কৰি আহি ওলাইছে ক’লা ভেঁকুৰ (ব্লেক ফাংগাছ) বা মিউক’ৰমাইক’ছিছ’ । এই প্ৰাণঘাতী ভেঁকুৰক চম্ভালিবলৈকো এতিয়া চিকিৎসকলৰ থৰকাছুটি হেৰাইছে ।

ADVERTISEMENT

কেৱল ক’লা ভেঁকুৰেই নহয় ইতিমধ্যে বগা ভেঁকুৰ আৰু হালধীয়া ভেঁকুৰৰো সন্ধান পাইছে বিজ্ঞানীয়ে । এইবোৰৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পূৰ্বেই শুনা গ’ল আন এক ভয়ানক বিপদৰ কথা ।

আন্দামানত সন্ধান ওলোৱা এবিধ নতুন ভেঁকুৰক কেন্দ্ৰ কৰি স্বাভাৱিকতে আতংকৰ সৃষ্টি হৈছে যি আচলতে এবিধ ‘ছুপাৰবাগ’ । কেণ্ডিডা অৰিছ নামৰ এই ভেঁকুৰ ইমানেই বিপজ্জনক যে এই ভেঁকুৰে মানুহৰ শৰীৰলৈ সংক্ৰমণ আৰম্ভ কৰিলে লক্ষ লক্ষ মানুহৰ মৃত্যু হ’ব পাৰে বুলি গৱেষকসকলে আশংকা কৰিছে ।

ইয়াৰ ভয়াৱহতাৰ আন এক কাৰণ হৈছে, এই মুহূৰ্তত বজাৰত চলিত প্ৰায় সকলো ধৰণৰ ঔষধৰে মোকাবিলা কৰিব পাৰে এই জীৱাণুৱে । অৰ্থাৎ প্ৰায় কোনো ঔষধে ইয়াৰ সংক্ৰমণ ৰোধ কৰিব নোৱাৰে ।

২০০৯ত জাপানত প্ৰথমবাৰলৈ এই কেণ্ডিডা অৰিছৰ সন্ধান পোৱা গৈছিল । পৰৱৰ্তী সময়ত ব্ৰিটেইনসহ মুঠ ৪০ খন দেশৰ সাগৰৰ উপকূল অঞ্চলত বিশেষজ্ঞসকলে এইবিধ ভেঁকুৰৰ সন্ধান পাইছিল ।

অৱশ্যে ভাৰতত শেহতীয়াকৈ এই ভেঁকুৰৰ সন্ধান ওলাইছে । আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ মুঠ আঠটা অঞ্চলৰ পৰা ৪৮ টা নমুনা সংগ্ৰহ কৰাৰ পাছত এই ভেঁকুৰৰ শুংসূত্ৰ ওলায় ।

সাগৰতীৰৰ শিলাময় অঞ্চলত, লৱণাক্ত জলাশয়ত এই প্ৰাণঘাতী ভেঁকুৰক প্ৰৱলভাৱে দেখা গৈছে । দিল্লী বিশ্ববিদ্যালয়ৰ এদল গৱেষকে এই ভেঁকুৰৰ সন্ধান লাভ কৰিছে । তেওঁলোকে ‌ দাবী কৰিছে যে কেনেবাকৈ যদি এই ভেঁকুৰে মানুহৰ মাজত সংক্ৰমণ আৰম্ভ কৰে, তেন্তে বছৰি এক কোটি লোকৰ প্ৰাণ হৰিব পাৰে ।

স্বাভাৱিকতে প্ৰশ্ন উঠিছে যে এই কেণ্ডিডা অৰিছ কিয় ইমান বিপজ্জনক ? এই সন্দৰ্ভত গৱেষকসকলে দাবী কৰিছে যে, এই ধৰণৰ ‘ছুপাৰবাগ’সমূহ সৃষ্টি হয় হাস্পতালৰ পৰিৱেশত । সেয়ে এই কেণ্ডিডা অৰিছ সম্প্ৰতি বজাৰত উপলব্ধ প্ৰায় সকলো ঔষধ প্ৰতিৰোধী । গতিকে ইয়াৰ সংক্ৰমণ ৰোধ কৰা এই মুহূৰ্তত প্ৰায় অসম্ভৱ বুলি তেওঁলোকে দাবী কৰে ।

দিল্লী বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটোৱে জনাইছে যে ই আচলতে এক প্ৰকাৰৰ ভেঁকুৰ, যাক হাস্পতালৰ বাহিৰত দেখাই নগৈছিল । এই প্ৰথমবাৰলৈ ইয়াক হাস্পতালৰ পৰিৱেশৰ বাহিৰত পোৱা গ’ল । এই বিষয়টো আগন্তুক দিনৰ বাবে ভয়ংকৰ বিপদৰ ইংগিত হ’ব পাৰে ।

অৱশ্যে আন একাংশ গৱেষকে দাবী কৰিছে যে এতিয়াই আতংকৰ কোনো কাৰণ নাই এই প্ৰাণঘাতী ভেঁকুৰে এতিয়াও প্ৰাণীদেহৰ উচ্চ তাপমাত্ৰাৰ স’তে ৰজিতা খাব পৰা নাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Candida AurisDelhi UniversitySuperbug
publisher

publisher

Related Posts

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই
International

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

September 26, 2026
তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ
Assam

তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

September 26, 2026
বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা
Assam

বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল
India

জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

September 26, 2026
জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

September 26, 2026
এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়
News

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d