Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

এইবাৰ কৰক ছেলাইনেৰে অতি সহজে কৰ’না পৰীক্ষণ, মাত্ৰ তিনি ঘণ্টাত লাভ কৰিব ৰিপ’ৰ্ট

publisher by publisher
May 30, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
এইবাৰ কৰক ছেলাইনেৰে অতি সহজে কৰ’না পৰীক্ষণ, মাত্ৰ তিনি ঘণ্টাত লাভ কৰিব ৰিপ’ৰ্ট
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

অত্যধিক নিমখ খাই নিঃশব্দে মহামাৰী মাতিছে ভাৰতীয় লোকে

Two children infected with SMPV for the first time in India:তলাবন্ধৰ দু:সহ স্মৃতিয়ে জোঁকাৰিছে দেশক

ICMR To Send Medicines With Drone: ড্ৰ’নৰে দুৰ্গম অঞ্চললৈ ঔষধ প্ৰেৰণ  !

ছেলাইনেৰে সহজেই কৰিব পাৰিব ক’ভিড পৰীক্ষণ । বৰ্তমান প্ৰচলিত আৰটি-পিচিআৰ ক’ভিড পৰীক্ষণ পদ্ধতিতকৈ অধিক সহজ এই নতুন পদ্ধতি । কোনো প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ প্ৰয়োজন নাই এই পৰীক্ষণ কৰিবৰ বাবে । প্ৰচলিত পদ্ধতিৰে নাক আৰু ডিঙিৰ পৰা নমুনা সংগ্ৰহ কৰোতে বহুতেই নানান সমস্যাৰ সন্মুখীন হয় । নতুন পদ্ধতিত ইয়াৰ প্ৰয়োজন নাই । গাৰ্গল কৰা ছেলাইনৰ পানীৰে তিনি ঘণ্টাৰ ভিতৰতে ক’ভিড ৰিপ’ৰ্ট লাভ কৰিব ।

ADVERTISEMENT

নতুন পদ্ধতিৰ উদ্ভাৱক নাগপুৰৰ এনভাইৰ’মেণ্টেল ইঞ্জিনিয়াৰিং ৰিচাৰ্ছ ইনষ্টিটিউটৰ বিজ্ঞানী কৃষ্ণ খৈৰনাৰৰ নেতৃত্বাধীন বিজ্ঞানীসকল । নতুন পদ্ধতিক অনুমোদন দিছে আইচিএম‌আৰে ।

নতুন পদ্ধতিত কেনেকৈ কৰ’না পৰীক্ষা কৰা হয়, সেই সন্দৰ্ভত টুইটাৰত এটা ভিডিঅ’পোষ্ট কৰে খৈৰনাৰে । তেওঁ জনায় যে, এই পদ্ধতিত সকলোৱে নমুনা সংগ্ৰহ কৰিব পাৰে । এটা টিউবৰ ভিতৰত ছেলাইনৰ পানী থাকিব । এই পানী মুখত ভৰাই ১৫ ছেকেণ্ডৰ বাবে গাৰ্গল কৰিব লাগিব । ইয়াৰ পাছত পানীখিনি টিউবটোতে পেলাব লাগিব । এইটোৱে নমুনা সংগ্ৰহৰ পদ্ধতি ।

এই নমুনা এইবাৰ পৰীক্ষাগাৰত নি আন এটা বাফাৰ ছলিউছনৰ স’তে মিহলি কৰি ঘৰৰ তাপমাত্ৰাত আধা ঘণ্টাৰ বাবে ৰাখি দিব । ইয়াৰ পাছত এই তৰল নমুনাখিনি ৯৮ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাত ছয় মিনিট সময় উতলালেই আৰ‌এন‌এ লাভ কৰিব । ইয়াৰ দ্বাৰা সহজেই গ’ম পোৱা যাব সংশ্লিষ্ট ব্যক্তি কৰ’নাত আক্ৰান্ত হয় নে নহয় ।

#IndiaFightsCorona @CSIR_NEERI 's Saline Gargle #RTPCR Testing Method

Dr. Krishna Khairnar, Senior Scientist, and his team at NEERI hopes this patient-friendly method is implemented at national level to strengthen our battle against the #pandemic pic.twitter.com/NTBneOdG4I

— #IndiaFightsCorona (@COVIDNewsByMIB) May 28, 2021

নতুন পদ্ধতিৰে অতি সহজে আৰু কম সময়তে কৰ’না পৰীক্ষণ কৰিব পাৰি বুলি জনায় খৈৰনাৰে । এই পদ্ধতিৰে গাঁৱত বিশেষকৈ আদিবাসী অধ্যুষিত অঞ্চলত একেলগে বহু মানুহৰ কৰ’না পৰীক্ষণ কৰা সম্ভৱ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ICMRKrishna KhairnarNEERI
publisher

publisher

Related Posts

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d