Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

জম্মুৰ সেনাৰ ঘাটিত পুনৰ বিচৰণ ৰহস্যজনক ড্ৰ’নৰ, গুলিবৰ্ষণ কৰি খেদিলে

publisher by publisher
June 29, 2021
in India, News
Reading Time: 1 min read
0
জম্মুৰ সেনাৰ ঘাটিত পুনৰ বিচৰণ ৰহস্যজনক ড্ৰ’নৰ, গুলিবৰ্ষণ কৰি খেদিলে
4
SHARES
38
VIEWS
ShareShareShareShare

ভাৰতীয় সেনাৰ তীক্ষ্ণ নীৰিক্ষণক ভেঙুচালি কৰি দেওবাৰে জম্মু-কাশ্মীৰৰ বায়ুসেনাৰ ঘাটিত সন্ত্ৰাসবাদীয়ে ড্ৰ’নৰে দুটাকৈ ভয়াৱহ আক্ৰমণ সংঘটিত কৰিছিল । এইবাৰ নিশাৰ অন্ধকাৰৰ সুযোগ লৈ পুনৰ জম্মুৰ সেনাৰ ঘাটিত প্ৰৱেশ কৰিলে দুখন অচিনাকি ড্ৰ’নে্ । অৱশ্যে কোনো মাৰাত্মক ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই আকাশত বিচৰণ কৰা ড্ৰ’ন্ দুখন কৰ্তব্যৰত জোৱানৰ দৃষ্টিগোচৰ হয় আৰু লগে লগে সেনাই ড্ৰ’ন্ নিষ্ক্ৰিয় কৰিবলৈ গুলিবৰ্ষণ কৰে; কিন্তু দুয়োখন ড্ৰ’নৰ কোনো সন্ধান লাভ কৰা নহ’ল । সেনাই গুলিবৰ্ষণ কৰা মাত্ৰকে সুযোগ বুজি অন্ধকাৰ আকাশৰ পৰা পলায়ন কৰে ড্ৰ’নে্ । সম্প্ৰতি ড্ৰ’ন্ দুখনৰ সন্ধানত সেনাই তালাচী অব্যাহত ৰাখিছে ।

ADVERTISEMENT

জম্মু-পাঠানকোট ৰাষ্ট্ৰীয় পথৰ সংলগ্ন কালুচক পৌৰ পথত সেনাৰ এক ঘাটি আছে । যোৱা নিশা ১১-৩০ বজাত প্ৰথমবাৰ এখন ড্ৰ’নক সেনাৰ ঘাটিৰ ওপৰেৰে বিচৰণ কৰা প্ৰত্যক্ষ হৈছিল । ড্ৰ’ন্‌খন দৃষ্টিগোচৰ হোৱা মাত্ৰকে অঞ্চলটোত টহলদাৰী সেনাকৰ্মীয়ে সতৰ্কতা অৱলম্বন কৰে আৰু লগে লগে ড্ৰ’নক লক্ষ্য কৰি গুলিবৰ্ষণ কৰিবলৈ ধৰে কিন্তু মাত্ৰ কেইমিনিটমানৰ ভিতৰতে ড্ৰ’ন্‌খন অদৃশ্য হয় ।

RelatedPosts

পুণে বিমানবন্দৰত বায়ুসেনাৰ বিমানৰ ‘হাৰ্ড লেণ্ডিং’! বন্ধ ৰানৱে , উড়ানত ব্যাঘাত

মহিলাসকলৰ বাবে বৃহৎ জয়! স্থায়ী কমিশনৰ অধিকাৰ স্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে

কাৰ্বি আংলঙত বিধ্বস্ত বায়ুসেনাৰ যুদ্ধবিমান Su-30MKI

এই ঘটনাৰ পাছত দেওবাৰে নিশা ১-৩০ বজাত পুনৰ এখন ড্ৰ’নে্ সেনাৰ ঘাটিৰ ওপৰত বিচৰণ কৰাৰ সম্ভেদ লাভ কৰে ভাৰতীয় সেনাই । এইবাৰো সতৰ্কতা অৱলম্বন কৰি ড্ৰ’ন্‌খনক লক্ষ্য হিচাপে লৈ সেনাই গুলিবৰ্ষণ কৰে । ভাৰতীয় সেনাৰ সূত্ৰ‌ই কালি এই কথা প্ৰকাশ কৰি জনোৱা মতে, আকাশত উৰি থকা দুখন সন্দেহজনক ড্ৰ’নক লক্ষ্য হিচাপে লৈ ২০ৰ পৰা ২৫ জাঁই গুলিবৰ্ষণ কৰা হৈছিল । কিন্তু সোমবাৰৰ পুৱা পৰ্যন্ত ড্ৰ’ন্ দুখনৰ কোনো সন্ধান লাভ কৰা নহ’ল । সামৰিক ঘাটিৰ অঞ্চলৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলটো ড্ৰ’ন্ দুখনৰ অস্তিত্বৰ সন্ধানথত ভাৰতীয় সেনাই তালাচী অভিযান অব্যাহত ৰাখিছে ।

উল্লেখ্য যে যোৱা শনিবাৰে মাজ নিশা জম্মুৰ বিমানকোঠৰ ভিতৰত থকা ভাৰতীয় বায়ুসেনাৰ ঘাটিত দুখনকৈ বিস্ফোৰণ বহনকাৰী ড্ৰ’নে্ বিস্ফোৰণ সংঘটিত কৰিছিল । এই ঘটনাত ভাৰতীয় বায়ুসেনাৰ দুজন কৰ্মী আহত হৈছিল ।

তদুপৰি বায়ুসেনাৰ প্ৰযুক্তি বিভাগৰ সংলগ্ন এটা কোঠাও ক্ষতিগ্ৰস্ত হৈছিল । কোনে আৰু কিয় এই বিস্ফোৰক সমৃদ্ধ ড্ৰ’ন্ দুখন ভাৰতীয় সেনাৰ ঘাটিলৈ প্ৰেৰণ কৰিছিল সেই কথা এতিয়াও নিশ্চিতভাৱে জানিব পৰা হোৱা নাই । অৱশ্যে এই ঘটনাত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ হাত থকা বুলি তদন্তকাৰীয়ে সন্দেহ কৰিছে । কিয়নো ইয়াৰ পূৰ্বেও একাধিকবাৰ সীমান্তৰ সিপাৰৰ পৰা ড্ৰ’নৰ মাধ্যমেৰে কাশ্মীৰ উপত্যকালৈ অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ ঘটনা সেনাই ধৰা পেলাইছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: INDIAN AIR FORCEJammu-Kashmir
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d