Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদমেল

publisher by publisher
July 8, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদমেল
4
SHARES
35
VIEWS
ShareShareShareShare

যোৱা সাত জুলাইত অনুষ্ঠিত কেবিনেট বৈঠকৰ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি অসম চৰকাৰৰ মুখপাত্ৰ, কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাই এক সংবাদমেল যোগে ঘোষণা কৰে ।

ADVERTISEMENT

★ এতিয়াৰ পৰা অসমৰ গাঁওবুঢ়াসকলক গাঁওপ্ৰধান হিচাপে নামাকৰণ কৰা হয় । গাঁওপ্ৰধানসকলে ৩০ বছৰৰ পৰা সৰ্বোচ্চ ৬৫ বছৰ বয়স পৰ্যন্ত এই পদত কাম কৰি থাকিব পাৰিব ।

RelatedPosts

BJP Election Rally in Jagiroad:জাগীৰোডত পীযুষ হাজৰিকাৰ সমৰ্থনত ৩০০ ট্ৰেক্টৰেৰে বৃহৎ নির্বাচনী ৰেলী কৃষক মৰ্চাৰ 

Nomination Field:শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ল মনোনয়ন দাখিল পৰ্ব

UPPL -BJP Conflict:নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিচতে এনডিএৰে মধুচন্দ্ৰিকা অন্ত পৰাৰ সম্ভাৱনা ইউপিপিএলৰ

★ একচনীয়া অথবা চৰকাৰী আবন্টন যোগ্য ভূমিত বসবাস কৰা ভূমিহীন খিলঞ্জীয়া লোকসকলৰ ক্ষেত্ৰত ধুমুহা, বানপানী আদি প্ৰাকৃতিক দুৰ্যোগত তেওঁলোকৰ বাসগৃহ ক্ষতিগ্ৰস্ত হ’লে চৰকাৰীভাৱে পুনৰ সংস্থাপনৰ বাবে তেওঁলোকে সাহাৰ্য লাভ কৰিব । কিন্তু ইয়াৰ বাবে সেই লোকসকল প্ৰকৃত হিতাধিকাৰী নে স্বভাৱগত বেদখলকাৰী তাৰ পৰীক্ষা কৰা হ’ব ।

★ ছিপাঝাৰত মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত কৃষি কাৰ্য কৰিবলৈ লোৱা ৭৭ হেজাৰ বিঘা ভূমিৰ কাষতে অৱস্থিত ঢলপুৰ শিৱ মন্দিৰক পৰ্যটন স্থলীলৈ পৰ্যবেক্ষিত কৰি ইয়াৰ গুৰুত্বপূৰ্ণ চিত্ৰ আৰু ভাস্কৰ্য সংৰক্ষণ কৰাৰ বাবে মন্দিৰ কৰ্তৃপক্ষক ১৮০ বিঘা ভূমি প্ৰদানৰ সিদ্ধান্ত লোৱা হয় ।

★ ২০০৩ ত কোকৰাঝাৰ, চিৰাং, বাগসা আৰু ওদালগুৰি জিলা কেইখন সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত হোৱাৰ আগৰপৰা জিলাকেইখনৰ ট্ৰাইবেল বেল্টত বসবাস কৰা গোৰ্খাসকলক Protected Class হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে । শদিয়া ট্ৰাইবেল বেল্টত স্থায়ীভাৱে বসবাস কৰা মৰাণ, মটক, আহোম, চুটীয়া আৰু গোৰ্খা সম্প্ৰদায়ক List of Protected Classes of persons ত অন্তৰ্ভুক্ত কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।

★ নিবনুৱা যুৱক-যুৱতীসকলৰ সুবিধাৰ্থে সকলোৱে এতিয়াৰে পৰা নিয়োগ বিনিময় কেন্দ্ৰ (Employment Exchange)ত নোযোৱাকৈ অনলাইন যোগে তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব পাৰিব ।

★ আসন্ন বিধানসভা অধিবেশনত শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনৰ বিধি উপস্থাপন কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।

★ এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ হিচাপে পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগ (Department of Pension and Public Grievances) আৰু প্ৰশাসনিক সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগ (Department of Administrative Reforms and Training)ক একেলগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

★ এতিয়াৰে পৰা ষষ্ঠ অনুসূচীৰ অঞ্চলবোৰৰ বাহিৰে, জলসিঞ্চন বিভাগৰ চিভিল, ইলেক্ট্রিকেল আৰু মেকানিকেল বিভাগক একেলগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ডিভিজনসমূহ সমষ্টিকেন্দ্ৰিক হ’ব। ইয়াৰ দ্বাৰা প্ৰজেক্টসমূহ সোনকালে সম্পূৰ্ণ কৰি কৃষকসকলক উপকৃত কৰিব পৰা যাব ।

★ অসম গো-সুৰক্ষা আইন অতিশীঘ্ৰে প্ৰণয়নৰ বাবে বিধেয়কখন বিধানসভাত উপস্থাপনৰ সিদ্ধান্ত কালিৰ কেবিনেট বৈঠকত লোৱা হয় ।

★ ৰাজ্যৰ সীমামূৰীয়া অঞ্চলসমূহত অন্য ৰাজ্যৰ দুষ্কৃতিকাৰীয়ে সংঘটিত কৰা অপ্ৰীতিকৰ ঘটনাৰ পাছত দুষ্কৃতিকাৰীয়ে অসমৰ বিষয়া-কৰ্মচাৰীসকলৰ বিৰুদ্ধে নিজৰ ৰাজ্যত মোকর্দমা কৰিলে অসমৰ বিষয়া কৰ্মচাৰীসকলৰ ন্যায়ালয় সংক্ৰান্তীয় সমূহ খৰচ অসম চৰকাৰে বহন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Pijush HazarikaPramod Boro
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d