Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চিৰাঙৰ বাসুগাঁওৰ যুৱ খেতিয়ক হেমন্ত কুমাৰ ৰায়ৰ সাফল্যতা, মালভোগ কল খেতিৰে স্বাৱলম্বীতাৰ নিদৰ্শন

তলা বন্ধৰ সময়ছোৱাত মালভোগ কল-কলপুলি বিক্ৰীৰে সাত লাখ টকা উপাৰ্জন

publisher by publisher
July 14, 2021
in Assam, India, News
Reading Time: 1 min read
0
চিৰাঙৰ বাসুগাঁওৰ যুৱ খেতিয়ক হেমন্ত কুমাৰ ৰায়ৰ সাফল্যতা, মালভোগ কল খেতিৰে স্বাৱলম্বীতাৰ নিদৰ্শন
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

Basugaon:বাসুগাঁও চহৰৰ নৱনিৰ্মিত উৰণীয়া সেতুৰ নামাকৰণ

বাসুগাঁও চহৰত অগ্নিকাণ্ডত কে’বাটাও ব্যৱসায়িক প্ৰতিষ্ঠান ভষ্মীভূত, বহু লক্ষাধিকৰ লোকচান

বাসুগাঁৱত ১৫-১৮ বছৰ বয়সৰসকলৰ ক’ভিড প্ৰতিষেধক উদ্বোধন কৰিলে মন্ত্ৰী উৰ্খাউগৌৰা ব্ৰহ্মই

নিজৰ একাগ্ৰতা শ্ৰম আৰু মনোবল থাকিলে খেতি কৰিও যে স্বাৱলম্বী হ’ব পাৰি ইয়াৰ এক জলন্ত নিদৰ্শন দাঙি ধৰিছে চিৰাং জিলাৰ বাসুগাঁৱৰ এজন যুৱকে । যুৱকজনে শেহতীয়াভাৱে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত কৰ্মৰত চাকৰি বাদ দি একাণপটীয়াকৈ কৃষি কৰ্মত নিয়োজিত হৈ পৰিছে ৷ ১০ বছৰ পূৰ্বে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মেডিকেল ইউনিটৰ গাড়ী চালকৰ কাম কৰিও মালভোগ কল খেতিৰ স’তে জড়িত হৈ আহি বাসুগাঁও ৰাজাচাৰাং গাঁৱৰ যুৱক হেমন্ত কুমাৰ ৰায়ে নিজেও স্বাৱলম্বী হোৱাৰ লগতে আন ১০ জনকো দেখুৱাইছে স্বাৱলম্বীতাৰ পথ ।

ADVERTISEMENT

হেমন্ত‌ই খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে । যুৱকজনে প্ৰথম অৱস্থাত আঢ়ৈ বিঘা মাটিত মালভোগ কলৰ খেতি আৰম্ভ কৰিছিল । বিগত ২০১১ৰ পৰা আৰম্ভ কৰা মালভোগ কলৰ খেতি লাহে লাহে আঢ়ৈ বিঘাৰ পৰা ৪০ বিঘালৈ সম্প্ৰসাৰণ কৰা হেমন্ত‌ই বিগত ডেৰ বছৰত ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তলাবন্ধৰ সময়ত মুঠ ২২ বিঘা খেতিৰ ১১ বিঘা মাটিত মালভোগ কল বিক্ৰী কৰি ছয় লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল । আনহাতে, এই বছৰত প্ৰতিটো মালভোগ কলৰ পুলি আঠ টকা দৰত বিক্ৰী কৰি মুঠ এক লাখ টকা উপাৰ্জন কৰা বুলিও জানিব দিছে ।

IMG 20210710 121503

ছয়জনীয়া পৰিয়ালৰ স’তে হেমন্ত‌ই বৰ্তমানলৈ একমাত্ৰ মালভোগ কল খেতিৰ জৰিয়তে কোনো অসুবিধা নোহোৱাকৈ সুন্দৰভাৱে পৰিয়াল পোহপাল দি জীৱন নিৰ্বাহ কৰিছে । উল্লেখযোগ্য যে, বিগত ১০ বছৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মেডিকেল ইউনিট গাড়ী চালক হিচাপে কৰ্মৰত হেমন্তই চাকৰি নিয়মীয়া নোহোৱাত কিছুমাহ পূৰ্বে চাকৰি ইস্তাফা দিয়ে । চৰকাৰী বিভাগৰ কোনো সাহাৰ্য নোহোৱাকৈ মালভোগ কলৰ খেতিৰে স্বাৱলম্বী হ’বলৈ সক্ষম হোৱা হেমন্তক চিৰাং জিলা প্ৰশাসনে বিগত বছৰসমূহত আদৰ্শ খেতিয়ক হিচাপে দুবাৰকৈ সম্বৰ্ধনা জ্ঞাপন কৰে ৷

অঞ্চলটোৰ আদৰ্শ খেতিয়কগৰাকীয়ে আঢ়ৈ বিঘা মাটিৰ পৰা ৪০ বিঘা পৰ্যন্ত মাটিত মালভোগ কলৰ খেতি কৰি নিজৰ লগতে আন বহুজনক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে ৷ সম্প্ৰতি দৈনিক চাৰি-পাঁচজনকৈ লোকক খেতিৰ কামত নিয়োজিত কৰি কল খেতিৰ বাবে নিজেও চোৱাচিতা কৰি আহিছে হেমন্তই । নিৰ্দিষ্ট পাৰিশ্ৰমিকৰ বিনিময়ত কাম কৰা এইসকল লোকেও হেমন্তৰ বাবেই কোনো অসুবিধা নোহোৱাকৈ নিজৰ পৰিয়াল চলাবলৈ সক্ষম হৈছে ।

IMG 20210710 121553হেমন্তৰ কল খেতিৰ পৰা সম্প্ৰতি চাপৰ, কোকৰাঝাৰ, বঙাইগাঁও, কাজলগাঁও, বিজনী, বৰপেটা ৰোড আদিত মালভোগ কল ৰপ্তানি হয় । ফলত কোনো অসুবিধা নোহোৱাকৈ ঘৰতে বহি কল বিক্ৰী কৰি ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে খেতিয়কগৰাকীয়ে । সম্প্ৰতি মালভোগ কল খেতিৰে স্বাৱলম্বী হোৱা হেমন্তক দেখি যুৱ প্ৰজন্মৰ বহুতেই খেতিৰ প্ৰতি আগ্ৰহী হোৱা পৰিলক্ষিত হৈছে ৷ কে’বা ঠাইৰ যুৱকে হেমন্তৰ স’তে যোগাযোগ কৰিছে আৰু মালভোগ কলৰ পুলি বিচাৰিছে, এই পুলি বাৰিষাৰ পাছতে আনক দিয়াৰ ব্যৱস্থা কৰিব বুলিও যুৱ কৃষকজনে জানিবলৈ দিয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BasugaonHemanta Kumar Ray
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d