Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

মানাহৰ পৰিদৰ্শন বঙলাত শালবাৰী জিলা ইউপিপিএলৰ গুৰুত্বপূৰ্ণ বৈঠক

বিটিচিৰ বিগত চৰকাৰৰ কেলেংকাৰী আৰু বিটিআৰ চুক্তিৰ কাৰ্যকৰীৰ কাম চলিছে ধুম ধামেৰেঃ ইএম ৰাকেশ ব্ৰহ্ম

publisher by publisher
July 15, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
মানাহৰ পৰিদৰ্শন বঙলাত শালবাৰী জিলা ইউপিপিএলৰ গুৰুত্বপূৰ্ণ বৈঠক
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

মানাহৰ পৰ্যটকৰ বাবে সুখবৰ, আজিৰে পৰা আৰম্ভ হ’ল চাইক্লিং

বাগসা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বাঁহবাৰীস্থিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰিদৰ্শন বঙলাত বুধবাৰে আবেলি শালবাৰী জিলা ইউপিপিএলৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷

ADVERTISEMENT

সভাত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই অংশগ্রহণ কৰি কয় যে বিগত সময়ছোৱাত বিটিচি আৰু বিধানসভা দুটাকৈ নিৰ্বাচন সম্পন্ন কৰাৰ পাছত শালবাৰী মহকুমাৰ উন্নয়ন সম্পৰ্কে আলোচনাৰ্থে দলৰ চি ডব্লিউ চি পৰ্যায়ত গঠিত “টিম ২০”ৰ সভাখন আয়োজন কৰা হৈছে৷

সম্প্ৰতি নতুন বিটিআৰ চৰকাৰখনে পূৰ্বৰ বিপিএফ চৰকাৰে আমোলা বিষয়া সকলক নিয়ন্ত্ৰণৰ আওতাৰ বাহিৰত থৈ দুই হেজাৰ ৬০০ কোটি টকা ধাৰ লগাই থৈ যোৱাৰ ওপৰত মন্থন চলোৱাৰ উপৰি বিটিআৰ চুক্তিৰ কাৰ্যকৰীৰ কাম বৰ্তমান ধুম ধামেৰে চলি আছে৷

বিপিএফ দলৰ স’তে জৰিত থকা প্ৰাক্তন এনডিএফবি সদস্য সকলে বিপিএফ দলৰ হৈ কাম কৰি আছে বুলি উল্লেখ কৰি কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই বিপিএফ দলৰ লগত জৰিত এনডিএফবি সদস্য সকলে সমাজত বিভ্রান্তি অনাৰ কাৰণে বিভিন্ন কথা কৈ আছে বুলি উল্লেখ কৰে৷

তেওঁ কয়, ড্ৰাগছ বিৰোধী স্থিতিৰ ক্ষেত্ৰত বিটিআৰৰ চাৰিওখন জিলাৰ প্ৰশাসনে তীব্র নজৰ ৰাখি কাম কৰি আছে।বৰ্তমান ৰাজ্যত মূল্যবৃদ্ধি হোৱা বুলি আমি ভবা নাই৷ বজাৰত ভাৰসাম্যহীন পদ্ধতি চলাৰ বাবে দুই এখন খুচুৰা দোকানত দামৰ কিছু ইফাল সিফাল হৈছে যদিও সেইয়া নিৰীক্ষণ কৰি থকা হৈছে৷

আমাৰ চৰকাৰক বিৰোধী দল সমূহে এনকাউন্টাৰ কৰা বুলি অভিযোগ কৰিব বিচাৰিছে। কিন্তু নিৰাপত্তাৰক্ষীৰ হাতৰ পৰা বন্দুক কাঢ়ি নিব বিচৰা লোক জনক নিয়মানুসাৰে আত্মৰক্ষাৰ খাতিৰত আঠুৰ তলতহে গুলীওৱা হৈছে যিটো সৰ্বজনবিদিত৷

ইউপিপিএল দলটোৰ মাজত সময়ে সময়ে বিসম্বাদৰ সৃষ্টি হোৱা বিষয়টোক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ব্ৰহ্মই কয়-“দলৰ মাজত বিসম্বাদ থাকিবই৷গিৰিয়েক-ঘৈণীয়েকৰ মাজত যেনেকৈ কাজিয়া পেচাল লাগে দলৰ মাজতো হ’ব পাৰে৷

য’ত মৰম বেছি হয় তাত বিসম্বাদো বেছি হয়৷ ইয়াত নতুনত্ব একো নাই৷ দল থকালৈকে এইবোৰ চলি থাকিব৷” বিটিআৰ চৰকাৰখনে সম্প্ৰতি বিটিআৰৰ উন্নয়নৰ কাম তীব্র গতিৰে কৰি আছে বুলিও কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই মন্তব্য কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: rakesh brahma
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d