Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

অন্তঃসত্বাসকলৰ বাবে খুবেই উপকাৰী মধু, কমায় ৰক্তচাপও

publisher by publisher
July 17, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
অন্তঃসত্বাসকলৰ বাবে খুবেই উপকাৰী মধু, কমায় ৰক্তচাপও
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

বডিলোচন কিনাৰ সময়ত এই তিনিটা কথা মনত ৰাখিব 

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 

মৌ সুস্বাদু লগতে পুষ্টিকৰগুণেৰে সমৃদ্ধ। ইয়াৰ লগতে ই স্বাস্থ্যকৰ আৰু চেনীৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হয়। মৌ সকলো বয়সৰ লোকৰ বাবে উপকাৰী। মৌত যথেষ্ট পৰিমাণে ভিটামিন, খনিজ পদাৰ্থ, বিভিন্ন এণ্টিঅক্সিডেণ্ট আৰু এমিনো এচিড থাকে। দীৰ্ঘদিন ধৰি প্ৰাকৃতিক খাদ্য আৰু আয়ুৰ্বেদিক ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে মৌ। বিভিন্ন ঔষধি উদ্ভিদ, শিপা, লতা মিহলি কৰি বিভিন্ন ৰোগৰ ঔষধ হিচাপেও মৌ ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও, প্ৰতিদিনে মৌ খোৱাটো এক ডাঙৰ লাভালাভ। চিকিৎসকৰ মতে, গৰ্ভৱতী মহিলাৰ বাবে মৌৰো বহুতো লাভালাভ আছে।

ADVERTISEMENT

★মৌত থকা বিভিন্ন পুষ্টি আৰু এণ্টিঅক্সিডেণ্টে বিভিন্ন সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ই ৰোগ প্ৰতিৰোধ প্ৰণালীও সক্ৰিয় কৰে। মৌ খনিজ, ভিটামিন আৰু এনজাইমত সমৃদ্ধ আৰু গৰ্ভৱতী মহিলাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। মৌৱে শৰীৰক বিভিন্ন ৰোগৰ পৰা সুৰক্ষিত কৰে।

★মৌৰ আছে এণ্টি ভাইৰেল গুণ। গতিকে ই চৰ্দি কাহ আৰু বিভিন্ন জ্বৰৰ বিৰুদ্ধে যুঁজ দিয়ে। গৰ্ভৱতী মহিলাসকলে চাহ বা কুহুমীয়া পানীৰে মৌ খালে উপকৃত হ’ব।

★মৌৱে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে কিয়নো ইয়াত এণ্টিঅক্সিডেণ্ট থাকে। গৰ্ভৱতী মহিলাই মৌ খাই উচ্চ ৰক্তচাপৰ প্ৰৱণতা হ্ৰাস কৰিব পাৰে।

★গৰ্ভৱতী মহিলাৰ কোষ্ঠকাঠিন্য এটা অতি সচৰাচৰ সমস্যা। মৌত ভিটামিন বি কমপ্লেক্স থকাৰ বাবে ডায়েৰিয়া আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে। কাৰণ গৰ্ভৱতী অৱস্থাত কোষ্ঠকাঠিন্যতাত ভুগিলে ডাঙৰ বিপদ হ’ব পাৰে। মধু তাত ডাঙৰ বন্ধু।

★গৰ্ভৱতী মহিলাসকলে সাধাৰণতে চাপ আৰু অনিদ্ৰাত ভোগে। এই সমস্যাটো সমাধান কৰিবলৈ, নিশা শুবলৈ যোৱাৰ আগতে এগিলাচ গাখীৰত দুই চামুচ মৌ মিহলি কৰিলে অনিদ্ৰা দূৰ কৰাত সহায় কৰে। টোপনি ভাল হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BenefitsHealthHoney
publisher

publisher

Related Posts

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d