●কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৪১,১৫৭ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
ADVERTISEMENT
● দৈনিক সংক্ৰমণৰ হাৰ ২.১৩ শতাংশ ।
● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,১১,০৬,০৬৫ জন ।
● ইতিমধ্যে ৪,১৩,৬০৯ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
● বিগত ২৪ ঘণ্টাত ৫১৮ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।
● ইতিমধ্যে ৪৪,৩৯,৫৮,৬৬৩ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
●বিগত ২৪ ঘণ্টাত ১৯,৩৬,৭০৯ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● ভাৰতৰ ৪০,৪৯,৩১,৭১৫ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।
● বিগত ২৪ ঘণ্টাত ৫১,০১,৫৬৭ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।






























