Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আগষ্টত ভাৰতত পেট্ৰ’ল ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা

কৰ'নাৰ বাবেই স্থবিৰ হৈছিল উৎপাদন ক্ষমণা : ক্ৰেতা দেশৰ চাহিদা পূৰণৰ লক্ষ্য

publisher by publisher
July 25, 2021
in India, News
Reading Time: 1 min read
0
আগষ্টত ভাৰতত পেট্ৰ’ল ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা
5
SHARES
45
VIEWS
ShareShareShareShare

RelatedPosts

পেট্র’লত ২০ শতাংশ ইথানল মিশ্রণ অব্যাহত থাকিব: পিআইএল নাকচ

Windfall Tax : পেট্রল-ডিজেলত কৰ ৰেহাই কেন্দ্রৰ, অৱশ্যে উপকাৰ পাব কেৱল বৃহৎ সংস্থাবোৰে

Sri Lanka Crisis : নাই পেট্রল, পুত্ৰক সময়মতে হাস্পাতালত লৈ যাব নোৱাৰিলে পিতৃয়ে, শ্রীলংকাত মৃত দুদিনৰ শিশু

খাৰুৱা তেলৰ লেকামহীন মূল্যবৃদ্ধিয়ে দেশৰ জনতাৰ মূৰত ৰামটাঙোন মাৰিছে । বিগত এবছৰ ধৰি দৈনিক প‌ইচাৰ হিচাপত প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি হৈ এতিয়া শতক পাৰ হৈছে । সম্প্ৰতি প্ৰায় দেশৰ সকলো ৰাজ্যতে প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য এশ টকাৰ ওপৰত । একেদৰে শতক স্পৰ্শ কৰাৰ দিশে আগবাঢ়িছে ডিজেলো ।

ADVERTISEMENT

ইফালে, বৃদ্ধি হৈছে ৰন্ধন গেছৰ দামোঙ্গ কৰ’না সন্ত্ৰাসৰ মাজতে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জনতাৰ দৈনন্দিন বাজেটত আউল লগোৱাৰ সময়তে খাৰুৱা তেলৰ বৰ্দ্ধিত মূল্য‌ই অতিৰিক্ত বোজা দিছে সৰ্বসাধাৰণক । কিন্তু বিদেশৰ পৰা অহা এটা শেহতীয়া খবৰে জনসাধাৰণক সামান্য সকাহ দিয়াৰ আভাস পোৱা গৈছে । যদি সকলো ঠিকে থাকে হয় তেনেহ’লে ভাৰতত খাৰুৱা তেলৰ মূল্য অহা আগষ্টত হ্ৰাস পোৱাৰ এক ইংগিত পোৱা গৈছে ।

উল্লেখ্য যে খাৰুৱা তেল উৎপাদন কৰা পাঁচখন দেশে অলপতে একত্ৰিত হৈ বৰ্তমানতকৈ দুগুণ তেল উৎপাদন কৰাত সহমতত উপনীত হৈছে । ৰাষ্ট্ৰ পাঁচখন হ’ল ইৰাক, ছৌদি আৰৱ, সংযুক্ত আৰৱ আমিৰশ্বাহি, কুৱেট আৰু ৰাছিয়া । বিশ্বত খাৰুৱা তেলৰ চাহিদা বৃদ্ধি পোৱা আৰু সেয়া পূৰ্ণ কৰাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি পাঁচ ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে জনাইছে ।

উল্লেখ্য যে যোৱা বছৰ বিশ্বত কৰ’না অতিমাৰী আৰম্ভ হোৱাৰ লগে লগে স্বাভাৱিকভাৱে  খাৰুৱা তেল উৎপাদন আৰু দেশসমূহে যি পৰিমাণত তেল উৎপাদন কৰিছিল সেয়া পৰিস্থিতিৰ বাবে হ্ৰাস কৰিবলৈ বাধ্য হয় । তলাবন্ধৰ বাবে খাৰুৱা তেলৰ চাহিদা কমি যোৱাত তথা তেল খাদত শ্ৰমিকৰ সংখ্যাও অৰ্ধেক কৰাত তেল উৎপাদন স্থিতাৱস্থাৰ পৰা অৱনমিত হয় । কিন্তু এতিয়া বিশ্বত পুনৰ স্বাভাৱিক পৰিৱেশ ঘূৰি আহিছে আৰু তেলৰ চাহিদাও পূৰ্বৰ দৰেই হৈছে ।

অথচ চাহিদা অনুসৰি মূল উৎসত উৎপাদন কৰা হোৱা নাই খাৰুৱা তেল । যাৰ বাবে দৈনিক মূল্যবৃদ্ধি হৈছে পেট্ৰ’ল-ডিজেলৰ । ক্ৰেতা দেশৰ চাহিদা পূৰণ কৰাৰ বাবেই পাঁচ ৰাষ্ট্ৰ‌ই মিলিত হৈ বৰ্তমানতকৈ দুগুণ খাৰুৱা তেল উৎপাদন কৰাৰ বাবে ব্যৱস্থা হাতত লৈছে ।

উল্লেখ্য যে খাৰুৱা তেলৰ উৎপাদন বৃদ্ধি হ’লে স্বাভাবিকতে দামো বৰ্তমানতকৈ হ্ৰাস পাব । ভাৰতত সম্প্ৰতি তেলৰ মূল্য নিৰ্ধাৰণ হয় আন্তৰ্জাতিক বজাৰৰ স্থিতিৰ ওপৰত । অৰ্থাৎ ভাৰতে যিখন দেশৰ পৰা খাৰুৱা তেল ক্ৰয় কৰে তাত মূল্যবৃদ্ধি মানে ভাৰততো বৃদ্ধি হয় পেট্ৰ’ল-ডিজেলৰ মূল্য । আনহাতে, উৎপাদনস্থলীত তেলৰ মূল্য হ্ৰাস পালে ভাৰতত হ্ৰাস পাব পেট্ৰ’লজাত সামগ্ৰীৰ ।

ইৰাক, ছৌদি আৰৱ, সংযুক্ত আৰৱ আমিৰশ্বাহি, কুৱেট আৰু ৰাছিয়াৰ যৌথ সিদ্ধান্ত‌ই ভাৰতত পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰিব বুলি অনুমান কৰা হৈছে । অহা আগষ্টত ভাৰতীয় বজাৰত ইয়াৰ সুপ্ৰভাৱ পৰাৰ আশা কৰা হৈছে ।

উল্লেখ্য যে পেট্ৰ’ল-ডিজেল এতিয়াও জিএছটিৰ (পণ্য আৰু সেৱা) অধীনত নাই । সেয়ে ভাৰতৰ প্ৰতিখন ৰাজ্যত ইয়াৰ মূল্য ভিন ভিন । কৰ’নাৰ সময়ত ৰাজ্যসমূহে দুৰ্যোগ নিৰাময়ৰ বাবে অতিৰিক্ত কৰে আৰোপ কৰিছিল পেট্ৰ’ল-ডিজেলত । এতিয়া যিহেতু পৰিৱেশ উন্নত গতিকে ৰাজ্য চৰকাৰে পেট্ৰ’ল-ডিজেলৰ অতিৰিক্ত কৰে উঠাই দি জনতাক সামান ‌সকাহ দিয়াৰ পদক্ষেপ ল’ব পাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DIESELPETROL
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d