Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰঞ্জন দৈমাৰীক কেন্দ্ৰীয় কাৰাগাৰৰ পৰা স্থানান্তৰ সন্দৰ্ভত অঞ্জলি দৈমাৰীৰ সংবাদমেল

ভালৰ বাবে নে বেয়াৰ বাবে স্থানান্তৰ কৰা হৈছে ? : অঞ্জলিৰ সন্দেহ

publisher by publisher
August 3, 2021
in Assam, India, News
Reading Time: 1 min read
0
ৰঞ্জন দৈমাৰীক কেন্দ্ৰীয় কাৰাগাৰৰ পৰা স্থানান্তৰ সন্দৰ্ভত অঞ্জলি দৈমাৰীৰ সংবাদমেল
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

Rajyasabha Election: ৰাজ্যসভাৰ প্রার্থিত্বৰ দাবী বিজেপিৰ ১৩ জ্যেষ্ঠ নেতাৰ

অভিযুক্ত ব্যক্তিৰে শান্তি চুক্তি কৰাটো আইন বিৰোধী

৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণ গোচৰৰ উচ্চ ন্যায়ালয়ৰ ৰায়দান

প্ৰমোদ বড়োৱে আজি দেখা সপোন ৰঞ্জন দৈমাৰীয়ে ৩০ বছৰ আগতেই দেখিছিল

ADVERTISEMENT

প্ৰাক্তন এনডিএফবিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰঞ্জন দৈমাৰীক বিগত ২২ জুলাই তাৰিখে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা দশম অসম আৰক্ষী বেটেলিয়নৰ চাউনীলৈ সংগোপনে স্থানান্তৰ কৰাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে। বিষয়টো সন্দৰ্ভত কালি প্ৰাক্তন এনডিএফবিৰ একাংশ কেডাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত আজি পুনৰ বিষয়টো সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে তিনিটাকৈ সংগঠনে। বড়ো উইমেন জাষ্টিছ ফ’ৰাম, বিপিচিপিআই আৰু এছ‌আইপিআৰে যৌথভাৱে সম্বোধন কৰা সংবাদমেলখনত উপস্থিত থাকি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে বড়ো উইমেন জাষ্টিছ ফ’ৰামৰ উপদেষ্টা তথা ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলি দৈমাৰীয়ে।

সাংবাদিকৰ আগত প্ৰকাশ কৰি তেওঁ কয়, “যোৱা ২৭ জুলাই তাৰিখে ম‌ই মোৰ ভাতৃৰ খবৰ লবলৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ গৈছিলো । কিন্তু অতি আচৰিত যে তেওঁক লগ কৰিব বিচৰাত কাৰাগাৰৰ কৰ্তৃপক্ষ‌ই অৱগত কৰে যে বৰ্তমান ৰঞ্জন দৈমাৰী এইখন কাৰাগাৰত নাই। বিগত ২২ জুলাই তাৰিখেই দৈমাৰীক কাৰাগাৰৰ পৰা দশম অসম আৰক্ষী বেটেলিয়নৰ কেম্পলৈ স্থানান্তৰ কৰা হৈছে। খবৰটো শুনি ম‌ই আচৰিত হৈ আৰক্ষী চাউনীটোলৈ গ’লো কিন্তু মোক প্ৰৱেশ কৰিব নিদিয়াত পুনৰ কাৰাগাৰ কৰ্তৃপক্ষৰ যাৱতীয় অনুমতি লৈ দশম অসম আৰক্ষী বেটেলিয়নৰ চাউনীত নিৰাপত্তাৰক্ষীৰ জৰিয়তে প্ৰৱেশ কৰি ২০ মিনিট সময় ৰঞ্জন দৈমাৰীৰ সৈতে কথা পাতো। তেওঁক বৰ্তমান দুটাকৈ কোঠাত আৱদ্ধ কৰি বাহিৰৰ পৰা তলা মাৰি ৰখা হৈছে। গতিকে তেওঁ শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰাৰ কথা জানিবলৈ পোৱা গৈছে।”

বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষক অঞ্জলি দৈমাৰীয়ে প্ৰশ্ন কৰাত ভালৰ বাবেহে দৈমাৰীক কাৰাগাৰৰ পৰা স্থানান্তৰ কৰাৰ কথা জানিবলৈ দিয়ে। সংবাদ মাধ্যমে হূলস্থুল লগাব বুলি ভাবি স্থানান্তৰিত কৰা বিষয়টো ৰাজহুৱা নকৰা বুলি ৩১ জুলাইত অঞ্জলি দৈমাৰীক ফোনযোগে জানিবলৈ দিছে। এই সন্দৰ্ভত আজিৰ সংবাদমেলত প্ৰশ্ন উত্থাপিত কৰি অঞ্জলি দৈমাৰীয়ে কয় যে “যদিহে ৰঞ্জন দৈমাৰীৰ ভালৰ বাবে এই কামটো কৰা হৈছে তেন্তে বিষয়টো কিয় অন্ধকাৰত ৰখা হ’ল ? ইয়াৰ বাবে আমি মনত অত্যন্ত দুখ পাইছো । চৰকাৰৰ যদি ভাল সদিচ্ছা আছে তেন্তে তেওঁক মুকলি কৰি দিয়ক অথবা কাৰাগাৰতে ৰাখক। ইয়াৰ বিপৰীতে আৰক্ষী চাউনী এটাত বিশেষ কাৰাগাৰ স্থাপন কৰি তেওঁক ৰখাৰ প্ৰয়োজন কি ? যিসময়ত বাংলাদেশৰ ধাকাৰ পৰা তেখেতক গ্ৰেপ্তাৰ কৰি অনা হৈছিল, সেই সময়ৰ পৰাই আমি চৰকাৰ তথা আৰক্ষী প্ৰশাসনৰ সহযোগিত কৰিছিলো। শান্তি স্থাপনৰ স্বাৰ্থত আমি চৰকাৰক সহায় কৰিছিলো । শান্তিৰ বাবে বহু ক’বলগা কথা সংবাদ মাধ্যমত নকলো। প্ৰশাসনেও আমাক বিশ্বাসত লৈ আগবাঢ়িছিল। কিন্তু এইবাৰ চৰকাৰ প্ৰশাসনে তেওঁক স্থানান্তৰ কৰাৰ সময়ছোৱাত বিষয়টো কিয় পৰিয়ালক নজনালে ? আমাক কিয় বিশ্বাসত নল’লে চৰকাৰে ? বৰ্তমান ৰাজ্যত বিজেপি ইউপিপিএলৰ মিত্ৰজোটৰ চৰকাৰ থকাৰ পাছতো ৰঞ্জন দৈমাৰীক কাৰাগাৰৰ পৰা স্থানান্তৰণৰ কথা বিটিআৰ প্ৰধান প্ৰমোদ বড়ো অথবা বিধায়ক লৰেঞ্চ ইছলাৰীকো অৱগত কৰা নাছিল চৰকাৰে। ইয়াৰ বিপৰীতে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীৰ চিৰাং ভ্ৰমণৰ সময়ত প্ৰমোদ বড়োৱে বিষয়টো উত্থাপন কৰাত দৈমাৰীক চিৰাঙত বিশেষকৈ ৰখাৰ কথা উল্লেখ কৰে। তাৰ বাবে স্থান নিৰ্বাচনৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে বিটিআৰ প্ৰদানক আহ্বানো জনায়।”

আজিৰ সংবাদমেলত মহিলা নেত্ৰীগৰাকী ক্ষোভিত হৈ কয়, “ৰঞ্জন দৈমাৰীক এনেদৰে এঠাইৰ পৰা আনঠাইলৈ স্থানান্তৰ কৰা বিষয়টোৱে বড়োসকলৰ আৱেগ অনুভুতিত আঘাত হানিছে। এনেকুৱা কৰাটো সহ্য কৰিব নোৱাৰো, জাতিটোৱে সহ্য নকৰে। অতিশীঘ্ৰে কাৰাৰুদ্ধ হৈ থকা ৰঞ্জন দৈমাৰীৰ লগতে জৰ্জ বড়ো ৰিফিখাং গয়াৰীৰ লগতে কাৰাৰূদ্ধ আন কেদাৰসকলক চৰকাৰে মুকলি কৰি দিয়ক। যদি তেওঁলোকৰ অপৰাধ ক্ষমনীয় নহয় তেন্তে বিটিআৰ অঞ্চলত শান্তি চুক্তিৰো প্ৰয়োজন নাছিল। এনডিএফবি নামৰ সংগঠনটোৱে ৰাজনৈতিক কাৰণতহে হাতত অস্ত্ৰ তুলি লৈছিল। কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে ৰঞ্জন দৈমাৰীৰ পৰা যি বিচাৰিছিল সেয়া দৈমাৰীয়ে সম্পূৰ্ণ কৰিলে। এতিয়া যদি কিবা কৰিবলগীয়া আছে, সেয়া কেৱল কেন্দ্ৰ, ৰাজ্য আৰু বিটিআৰ চৰকাৰৰ হাতত আছে। চৰকাৰখনে দৈমাৰীক মুকলি কৰি দিয়াৰ নামত যিকোনো স্থানত তলা মাৰি ৰাখিলে আমি শান্তিত থাকিব নোৱাৰো। বিষয়টো বড়ো ৰাইজ তথা আমি মানি লব নোৱাৰো। এনডিএফবি নেতাসকলৰ ওপৰত বিশ্বাস নাথাকিলে চৰকাৰে চুক্তি কৰিব‌ই নালাগিছিল। বিটিআৰ চুক্তি স্বাক্ষৰৰ পাছত কোকৰাঝাৰত প্ৰধানমন্ত্ৰী অহাৰ দিনা এম বাথাসহ আন শীৰ্ষ এনডিএফবি নেতাক বেলেগ স্থানত বন্দী কৰি ৰাখিছিল। সংগঠনটোৰ ওপৰত বিশ্বাস নাছিল বাবে অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নিদি যিকোনো অঘটনৰ বাবে সন্দেহ কৰি তেওঁলোকক আৱদ্ধ কৰা হৈছিল। চৰকাৰে শান্তিৰ স্বাৰ্থত সকলোকে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া উচিত।”

ইয়াৰ পাছত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বৰ্তমান ৰঞ্জন দৈমাৰীৰ শাৰীৰিক মানসিকভাৱে অৱস্থা ভাল নহয় বুলি অঞ্জলি দৈমাৰীয়ে উল্লেখ কৰে। ইফালে প্ৰমোদ বড়ো সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয়, “প্ৰমোদ বড়োৱে মুকলিকৈ আন্তৰিকতাৰে কেতিয়াও ৰঞ্জন দৈমাৰী মুকলি হ‌ওঁক বুলি আহ্বান জনোৱা নাই। আজি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে অঞ্চলটোৰ বাবে যি শান্তিৰ সপোন দেখিছে, সেই সপোন ৩০ বছৰ আগতেই ৰঞ্জন দৈমাৰীয়ে দেখিছিল। যদিহে চৰকাৰে আমাৰ আৱেগ অনুভূতিৰ ওপৰত গুৰুত্ব প্ৰদান নকৰে তেন্তে আগন্তুক দিনত আমি ন্যায়ালয়ৰ আশ্ৰয় লবলৈ বাধ্য হব বুলি সংবাদমেলত আজি সৰৱ হয় দৈমাৰী। জনসাধাৰণ বৰ্তমান খঙত আছে। ৰাজপথলৈ ওলাই আহিবলৈ সাজু হৈ আছে সকলো। কিন্তু আমি বৰ্তমান সেই পৰিৱেশ সৃষ্টি হোৱাটো বিচৰা নাই। চৰকাৰলৈ দুদিনলৈ বাট চাম। পৰিৱেশ বেয়াৰ ফালে ঢাল খোৱাৰ পূৰ্ৱেই যাতে চৰকাৰে ব্যৱস্থা গ্ৰণ কৰে তাৰ বাবে আশা প্ৰকাশ কৰিছো।”

আজিৰ সংবাদমেলত বড়ো উইমেন জাষ্টিছ ফ’ৰামৰ সভানেত্ৰী ৰেইমালী মোচাহাৰী, বিপিচিপিআইৰ সাধাৰণ সম্পাদক বৰুদাংছা বসুমতাৰী, এছ‌আইপিআৰৰ সাধাৰণ সম্পাদক ডেম্ফু দৈমাৰীৰ লগতে আটাইকেইটা সংগঠনৰ কিছুসংখ্যক কৰ্মী উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Anjali DaimaryRanjan Daimary
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d