Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সহযোগী অধ্যাপকেই গৱেষণা পত্ৰ চুৰি কৰি ল’লে ডক্টৰেট ডিগ্ৰী

বিতৰ্কত ডিব্ৰুগড় বিশ্ববিদ্যালয়ঃ সচকিত শৈক্ষিক-বৌদ্ধিক মহল

publisher by publisher
August 8, 2021
in Assam, India, News
Reading Time: 1 min read
0
সহযোগী অধ্যাপকেই গৱেষণা পত্ৰ চুৰি কৰি ল’লে ডক্টৰেট ডিগ্ৰী
8
SHARES
83
VIEWS
ShareShareShareShare

RelatedPosts

উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৰ্তুবিংশতিতম সমাৱর্তন

Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ

P.T.Usha And Sarbananda Sonowal :যশস্বী দৌৰবিদ পিটি ঊষাৰ স’তে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৫৬তম বিশ্ববিদ্যালয় সপ্তাহৰ শুভাৰম্ভণি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

পুনৰ বিতৰ্কৰ আবৰ্তত সোমাই পৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় । এইবাৰ অসমৰ এই ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনত আনৰ গৱেষণা পত্ৰ চুৰি কৰি ডক্টৰেট ডিগ্ৰী অৰ্জনৰ দৰে লজ্জাজনক ঘটনা সংঘটিত হৈছে । বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ লিখিতভাৱে কৰ্তৃপক্ষক দাখিল কৰা হৈছে ।

ADVERTISEMENT

ডিব্ৰু মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° বিজু মৰাণে আন এজন সহকাৰী অধ্যাপক দৰ্পণজিৎ কোঁৱৰৰ বিৰুদ্ধে তথ্য চুৰিৰ অভিযোগ দাখিল কৰিছে । অধ্যাপক মৰাণে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ প্ৰেৰণ কৰা এক পত্ৰত উল্লেখ কৰে যে তেওঁ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ তদানীন্তন অধ্যাপক ড° ভীমকান্ত বৰুৱাৰ তত্বাৱধানত ‘টাই ফাকে ভাষা : বৰ্ণনাত্মক অধ্যয়ন’ শীৰ্ষক বিষয়ত বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত পি এইচ ডি গৱেষণা পত্ৰ দাখিল কৰিছিল । বিশ্ববিদ্যালয়ে ১০০৮ৰ জুনত তেওঁক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে ।

মৰাণে দাখিল কৰা অভিযোগ পত্ৰত এইদৰে উল্লেখ কৰা হয়, ‘২০১৯ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত সেই বিভাগৰে সহকাৰী অধ্যাপক দৰ্পণজিৎ কোঁৱৰে খাময়াং আৰু ফাকে ভাষাৰ ধ্বনিতত্ত্বঃ এক সাংবহনিক বিশ্লেষণ শীৰ্ষ বিষয়ত পি এইছ ডি গৱেষণা গ্ৰন্থ দাখিল কৰি পৰৱৰ্তী সময়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে । তেওঁৰ গৱেষণা গ্ৰন্থখন পঢ়ি ম‌ই স্তম্ভিত হৈ পৰো । মোৰ পৰা কোনো যাৱতীয় অনুমতি নোলোৱাকৈ আৰু প্ৰয়োজনীয় ঋণ স্বীকাৰ নকৰাকৈ তেওঁৰ গৱেষণা পত্ৰৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম অধ্যায়ত মোৰ গৱেষণা পত্ৰৰ পৰা হুবহু ৰূপত আৰু একেটা ক্ৰমত সৰ্বমুঠ ২৮ টা পৃষ্ঠাৰ তথ্য চুৰি কৰি ব্যৱহাৰ কৰিছে ।’

অধ্যাপক মৰাণে অভিযোগ পত্ৰৰ স’তে এইসমূহ তথ্য দাখিল কৰিছে । তেওঁ উল্লেখ কৰে যে ড° ভীমকান্ত বৰুৱাৰ তত্বাৱধানত ২০১৪ত ‘টাই খাময়াং ভাষা : বৰ্ণনাত্মক অধ্যয়ন’ শীৰ্ষক এখন পি এইছ ডি গৱেষণা গ্ৰন্থ দাখিল কৰা হৈছে । সন্দেহ উপজাত মৰাণে এইখনো পৰীক্ষা কৰে আৰু প্ৰত্যক্ষ কৰে যে কোঁৱৰে এই গ্ৰন্থৰ পৰাও ১৯ পৃষ্ঠাৰ তথ্য একেলেথাৰিয়ে আৰু হুবহু ৰূপত তৃতীয়, চতুৰ্থ আৰু পঞ্চম অধ্যায় ব্যৱহাৰ কৰে ।

অধ্যাপক মৰাণৰ অভিযোগ অনুসৰি কোঁৱৰে সহজে ধৰা পেলাব নোৱাৰাকৈ এই দুয়োখন গ্ৰন্থৰ পৰা ভালে সংখ্যক গ্ৰন্থ নিয়ম বহিৰ্ভূতভাৱে আৰু চতুৰালিৰে তেওঁৰ গৱেষণা গ্ৰন্থৰ বিভিন্ন ঠাইত ব্যৱহাৰ কৰিছে । লক্ষ্যণীয়ভাৱে এই দুই গৱেষণা গ্ৰন্থৰ প্ৰসংগ কোঁৱৰে তেওঁৰ গৱেষণা গ্ৰন্থ পূৰ্বকৃত অধ্যয়ন শীৰ্ষক অংশত উল্লেখ কৰিছে । ফলত তেওঁ নিজ গৱেষণাৰ পূৰ্বে উক্ত দুয়োখন গৱেষণা গ্ৰন্থ চাবলৈ সুবিধা লাভ কৰাটো স্পষ্ট হৈ পৰা বুলি অভিযোগকাৰী মৰাণে কয় ।

আন এক অভিযোগ অনুসৰি কোঁৱৰে ২০১৪ত ‘খাময়াং ভাষাৰ ধ্বনিত : সাংবহনিক বিশ্লেষণ’ শীৰ্ষক বিষয়ত বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত গৱেষণা পত্ৰ দাখিল কৰি পৰৱৰ্তী সময়ত এম ফিল ডিগ্ৰী লাভ কৰে । মৰাণে আঙুলিয়াই দিয়ে যে এম ফিল গৱেষণা গ্ৰন্থৰ ভালেসংখ্যক তথ্য পি এইছ ডি গ্ৰন্থত সন্নিবিষ্ট হৈছে । সেয়েহে পি এইছ ডিৰ গৱেষণাৰ তথ্যসমূহৰ একাংশ পূৰ্বে ব্যৱহৃত তথ্য, সম্পূৰ্ণ নতুন তথ্য নহয় ।

ড° মৰাণে দাখিল কৰা লিখিত অভিযোগত এই সমস্ত নথি সংলগ্ন কৰা হৈছে । এই পত্ৰত তেওঁ উচিত তদন্তৰ দাবী কৰিছে । এই সমস্ত ঘটনাত গাইডৰ ভূমিকাই সন্দেহৰ সৃষ্টি কৰিছে । দুৰ্নীতিৰ অভিযোগত উপাচাৰ্যসহ উপ-পঞ্জীয়ক নিলম্বন হৈ থকা আৰু পঞ্জীয়ককে ধৰি কে’বাজনো শীৰ্ষস্থানীয় লোক পলাতক হৈ থকাৰ সময়তে বিশ্ববিদ্যালয়খনৰ এজন অধ্যাপকে পুনৰ বিশ্ববিদ্যালয়ৰ সন্মান ভূলুণ্ঠিত কৰি এনে দুষ্কাৰ্যত জড়িত হোৱা বুলি বৌদ্ধিক মহলে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অৱশ্যে এই সন্দৰ্ভত কৰ্তৃপক্ষই কেনে ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Biju MoranDarpanjit KonwarDibrugarh University
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d