Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

তালিবানৰ পৰা নথি, গৱেষণা ৰক্ষা কৰিবলৈ প’র্টেল খুলিলে কেলিফর্নিয়া বিশ্ববিদ্যালয়ে

publisher by publisher
August 22, 2021
in News
Reading Time: 1 min read
0
তালিবানৰ পৰা নথি, গৱেষণা ৰক্ষা কৰিবলৈ প’র্টেল খুলিলে কেলিফর্নিয়া বিশ্ববিদ্যালয়ে
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

ক’ভিডে প্ৰভাৱিত কৰিছে পুৰুষৰ যৌন জীৱন, নপুংসকতাৰাে হৈছে কাৰক : ইউনিভাৰচিটি অৱ কেলিফর্ণিয়াৰ অধ্যয়ন

তালিবানে ভয়ৰ কোনো কাৰণ নাই, সকলো পূৰ্বৰ দৰেই থাকিব বুলি কৈছে যদিও, আফগানিস্তানৰ নাৰী-শিক্ষা যে অন্ধকৰৰ দিশে, সে কথা নিশ্চিত । ১২ বছৰৰ ঊর্ধ্বৰ  ছোৱালীবোৰৰ শিক্ষা নিষিদ্ধ কৰিছে তালিবানে । ইয়াৰ আগতেও কেৱল ধর্মীয় শিক্ষাত অনুমতি দিয়া হৈছে ।  বিগত ২০ বছৰত আফগান শিক্ষা ব্যৱস্থাৰ যি আধুনিকীকৰণ হৈছিল, তাৰ ক্ষয়ক্ষতি লৈ প্রবল আশংকা সৃষ্টি হৈছে । তালিবানৰ হাতত বিভিন্ন গৱেষণাপত্র, নথি, পুথি, শিক্ষাৰ্থীসকলৰ স্নাতকৰ শংসাপত্রও নষ্ট হ’ব পাৰে বুলিও ভয়ৰ সৃষ্টি হৈছে । এনে যাৱতীয় তথ্য-সম্পদ সংৰক্ষণ কৰিবলৈ আগবাঢ়ি আহিছে ‘ইউনিভার্চিটী অৱ কেলিফর্নিয়া, ডেভিচ’ (ইউচি ডেভিচ) ।

ADVERTISEMENT

বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে, যিহেতু আফগানিস্তান এতিয়া তালিবানৰ দখলত, শিক্ষা ক্ষেত্রত সন্ত্ৰাসবাদী আক্ৰমণৰ শংকা প্ৰবল । সেয়ে গৱেষণাপত্র, পুৰণি নথিপত্র ধ্বংস কৰিব পাৰে তেওঁলোকে । শিক্ষাৰ্থীসকলৰ শিক্ষাগত যোগ্যতাৰ চার্টিফিকেট আৰু এই সংক্রান্ত অন্যান্য প্রয়োজনীয় সামগ্ৰীও ধ্বংস হৈ যাব পাৰে আক্ৰমণত । ছিৰিয়া, আফগানিস্তানত এনে ঘটনা পূর্বে সংঘটিত হৈছে ।

সেই অভিজ্ঞতাৰ পৰাই বিশ্ববিদ্যালয়ে জনাইছে, আফগান স্কুল-কলেজৰ শিক্ষাৰ্থীসকলে যদি বিচাৰে, তেওঁলোকে ‘ইউচিডেভিস বেকপেক’ প’র্টেলত তেওঁলোকৰ যাৱতীয় তথ্য জমা ৰাখিব পাৰে । কেৱল শিক্ষাৰ্থীসকলেই নহয়, শিক্ষাবিদ, মানৱ অধিকাৰ কর্মী আৰু অন্য জীৱিকাৰ স’তে জড়িত আফগানীসকলকো এই প’ৰ্টেল ব্যৱহাৰৰ বাবে আমন্ত্ৰণ জনাইছে কেলিফর্নিয়া বিশ্ববিদ্যালয়ে ।

এই বিষয়ত ‘ইউচিডেভিচ’ৰ ওয়েবচাইটত কিছু তথ্য জনোৱা হৈছে: ১) সকলো তথ্য ইন্টাৰনেটত সুৰক্ষিত থাকিব । ‘বেকপেক’ ব্যৱহাৰকাৰীসকলে যিকোনো সময়ত তেওঁলোকৰ নিজৰ নথি ব্যৱহাৰ কৰিব পাৰিব । ২) বিশ্বৰ যিকোনো প্রান্তত ব্যৱহাৰ কৰিব পাৰিব । ৩) কেৱল ব্যৱহাৰকাৰীয়েহে, নিজৰ নথি চাব পাৰিব, অন্য‌ই নোৱাৰে । কোনো চৰকাৰী, বেচৰকাৰী সংস্থায়ো নোৱাৰে । ৪) বেকপেক ব্যৱহাৰকাৰীয়ে ইচ্ছা কৰিলে যিকোনো সময়ত তেওঁলোকৰ নথি প’র্টেলৰ পৰা মছি পেলাব পাৰিব । ৫) এই প’র্টেলৰ পৰা কোনো তথ্য বিক্রী কৰা নহয় । ৬) বেকপেক স্কলাৰশ্বিপ প্র’গ্রেম নহয়, কিন্তু স্কলাৰশ্বিপ পোৱাত সহায় কৰে । ৭) প’র্টেলে গোপনীয়তা আইন মানি চলে ।

এই প’র্টেল ব্যৱহাৰৰ বাবে ইংৰাজী আৰু দাৰি (আফগান ভাষা), দুটা ভাষাই আছে বুলি জনাইছে ইউচিডেভিচে । সম্পূর্ণ ব্যৱস্থাটো আফগানসকলৰ বাবে বিনামূলীয়া ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: University of California
publisher

publisher

Related Posts

তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক
Assam

October 1, 2026
খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ
Assam

খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

October 1, 2026
পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

October 1, 2026
স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d