Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ৰাষ্ট্ৰীয় দুর্যোগ প্ৰতিৰােধ কর্তৃপক্ষৰ সকীয়নি

অক্টোবৰত তৃতীয় ঢৌৱে শীর্ষত আৰহণ কৰিব, ৰেহাই নাপাব শিশুৱেও

publisher by publisher
August 24, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
ৰাষ্ট্ৰীয় দুর্যোগ প্ৰতিৰােধ কর্তৃপক্ষৰ সকীয়নি
2
SHARES
23
VIEWS
ShareShareShareShare

দেশত ক’ভিডৰ দ্বিতীয়টো টৌ মাৰ নৌযাওঁতেই বিশেষজ্ঞসকলে সকীয়নি দিলে যে অচিৰে ভাৰতত ক’ৰনা সংক্ৰমণৰ তৃতীয়টো ঢৌৰ আগমন ঘটিব। বিশেষজ্ঞৰ শংকা অনুসৰি অহা অক্টোবৰত ক’ভিডৰ তৃতীয় ঢৌৱে শীৰ্ষত আৰােহণ কৰাৰ সম্ভাৱনা আছে। এইবাৰ প্রাপ্তবয়স্কৰ লগতে শিশুসকলৰ মাজতাে কৰনাৰ সংক্রমণে ভয়াৱহ ৰূপ লােৱাৰ শংকা আছে। কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ নির্দেশঅনুসৰি, ৰাষ্ট্ৰীয় দুর্যোগ প্ৰতিৰােধ কর্তৃপক্ষৰ তত্ত্বাৱধানত গঠিত এখন সমিতিয়ে নিজৰ প্রতিবেদনত ক’ভিডৰ তৃতীয় টৌৰ সন্দৰ্ভত এইদৰে উল্লেখ কৰিছে।

ADVERTISEMENT

এই প্রতিবেদনত সমিতিখনে দাবী কৰা অনুসৰি, ভাৰতত ইতিমধ্যে ক’ভিডৰ সংক্ৰমণৰ তৃতীয়টো টৌ বিয়পি পৰিছে। জুলাইৰ অন্তিম সপ্তাহৰ পৰা দেশত ক’ভিডৰ ‘আৰ ভেল্যু’ একৰ ঊৰ্ধত আছে আৰু ইয়াৰ পৰাই সংক্ৰমণৰ তৃতীয়টো টৌ আৰম্ভ হােৱা বুলি নিশ্চিত হৈছে। প্ৰসংগত উল্লেখ্য যে এজন আক্রান্তৰ পৰা কিমানজুন ব্যক্তি আক্রান্ত হৈছে, তাক সূচিত কৰা হয় ‘আৰ ভেল্যু’ৰ জৰিয়তে।

RelatedPosts

২০২০ত ৰুজু ১৬টা গোচৰ খাৰিজ অসমকো জোঁকাৰি গৈছিল

বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা

দেশত বৃদ্ধি পাইছে ক’ভিডৰ উদ্বেগ !

সমিতিখনে ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ত হােৱা ভুলৰ পৰা শিক্ষা গ্রহণ কৰিবলৈকো পৰামর্শ দিছে। ক’ভিডৰ তৃতীয়টো ঢৌ প্ৰতিৰােধৰ ক্ষেত্ৰত অধিক সতর্কতা অৱলম্বন কৰিব লাগিব বুলি পৰামর্শ দি সমিতিখনে উল্লেখ কৰা অনুসৰি, তৃতীয় ঢৌৰ সময়ত যদি বিপুলসংখ্যক শিশু সংক্রমিত হয়, তেন্তে এইসকল শিশুৰ চিকিৎসাৰ বাবে যিমানসংখ্যক চিকিৎসক, স্বাস্থ্যকর্মী, চিকিৎসাৰ সৰঞ্জাম আৰু আন্তঃগাঁথনিৰ প্রয়ােজন, বর্তমানে দেশত সেয়া উপলব্ধ হােৱা নাই। এই বিষয়টোৰ প্রতি বিশেষভাৱে দৃষ্টি ৰাখিবলৈ পৰামর্শ দিলে বিশেষজ্ঞৰ সমিতিখনে।

দেশৰ প্রাথমিক স্বাস্থ্য কেন্দ্রসমূহত শিশু চিকিৎসক বিশেষজ্ঞৰ ৮২ শতাংশ সম্প্রতি নাটনি ঘটিছে। নানা ধৰণৰ অসুখ-বিসুখ (ক’মবিৰ্ডিটি) থকাৰ ফলত ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ত ক’ৰনাত আক্রান্ত হােৱা ৬০-৭০ শতাংশ শিশুক হাস্পতালত ভর্তি কৰিব লগা হৈছিল। ক’ভিডত সুস্থ হােৱাৰ পাছত এইসকল শিশুৰ মাজত বহুসংখ্যকৰ বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিছিল।

এই দিশটোৰ প্রতি লক্ষ্য ৰাখি বিশেষজ্ঞৰ দলটোৱে প্রতিবেদনত তৃতীয় ঢৌৰ সময়ত দেশত বিপুলসংখ্যক শিশু কৰ’নাত আক্রান্ত হলে তেওঁলােকক সুচিকিৎসা প্রদানৰ বাবে স্বাস্থ্যখণ্ডত প্রয়ােজনীয় আন্তঃগাঁথনি গঢ়ি তুলিবলৈ পৰামর্শ দিছে। কেন্দ্রীয় চৰকাৰক পৰামর্শ দি সমিতিখনে কয় যে শিশুৰ বাবে চিকিৎসাৰ আন্তঃগাঁথনি তৈয়াৰ কৰাৰ লগতে ‘ক’মবিৰ্ডিটি’ থকা শিশুৰ টিকাকৰণত বিশেষ গুৰুত্ব দিব লাগিব।

দেশৰ প্রাপ্তবয়স্কসকলে ইতিমধ্যে প্রতিষেধক লাভ কৰিছে যদিও ভাৰতৰ শিশুৰ টিকাকৰণ এতিয়াও গৱেষণামূলক পর্যায়তে আছে। সেয়েহে কৰনাৰ সম্ভাৱ্য তৃতীয়টো ঢৌৰ সংক্ৰমণক লৈ বিশেষজ্ঞৰ সমিতিখনে শংকা প্রকাশ কৰি কয় যে অচিৰে ভাৰতত বিশেষকৈ বিভিন্ন অসুখ-বিসুখত আক্রান্ত তথা ৰােগ প্ৰতিৰােধক ক্ষমতা দুর্বল শিশুসকলৰ টিকাকৰণ আৰম্ভ কৰাটো জৰুৰী হৈছে।

অৱশ্যে একাংশ বিশেষজ্ঞৰ দাবী অনুসৰি, সংক্রমণৰ সম্ভাৱ্য তৃতীয় টৌত শিশুসকল আক্রান্ত হলেও এই ভাইৰাছে শিশুৰ শৰীৰত গুৰুতৰ প্ৰভাৱ পেলাব নােৱাৰিব। অৱশ্যে শিশুৰ পৰা আন লােকৰ শৰীৰলৈ ক’ভিডৰ ব্যাপক সংক্রমণৰ যথেষ্ট শংকা আছে। বিশেষজ্ঞৰ সমিতিখনে শিশুৰ বাবে চিকিৎসালয়ত ঘৰুৱা পৰিবেশত চিকিৎসা প্রদান প্রয়ােজনীয় আন্তঃগাঁথনি নির্মাণ কৰা উচিত।

তদুপৰি দেশৰ স্বাস্থ্যকেন্দ্রসমূহত অতি সােনকালে শিশুৰােগ বিশেষজ্ঞক নিয়ােগ কৰিবলৈকো বিশেষজ্ঞ সমিতিখনে পৰামর্শ দিছে। এই প্রতিবেদন প্রকাশৰ পাছতে দেশৰ বিভিন্ন অঞ্চলত ক’ভিডক কেন্দ্র কৰি নতুন শংকাৰ সৃষ্টি হৈছে। উল্লেখ্য যে অক্টোবৰৰ পৰাই দেশত বিভিন্ন উৎসৱৰ বতৰ আৰম্ভ হয়। দুর্গা পূজা, দীপাৱলী আদিৰ দৰে কেবাটাও উৎসৱ এই সময়ত দেশত পালন কৰা হয়।

উৎসৱৰ এনে বতৰতে দেশত কৰ’নাৰ নতুন সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰিলে পৰিস্থিতি অধিক জটিল হ’ব বুলিও একাংশ বিশেষজ্ঞই মত প্রকাশ কৰিছে। উল্লেখ্য যে গাণিতিক মডেলত নিৰ্ভৰ কৰি অলপতে ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকনলজী (আই আই টি)ৰ গৱেষকে এক অধ্যয়নত দাবী কৰিছিল যে অক্টোবৰত দেশত ক’ভিডৰ সংক্ৰমণৰ তৃতীয়টো ঢৌৱে চূড়ান্ত শিখৰত আৰােহণ কৰিব পাৰে।

কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ নিৰ্দেশত গঠিত বিশেষজ্ঞৰ সমিতিয়েও নিজৰ গৱেষণামূলক অধ্যয়নত অক্টোবৰতে ভাৰতত ক’ভিডৰ তৃতীয়টো ঢৌৱে সবাতােকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিব বুলি শংকা প্রকাশ কৰিলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: covid19R-value
publisher

publisher

Related Posts

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী
News

May 5, 2026
Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ
News

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

May 5, 2026
Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ
News

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

May 5, 2026
Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d