Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ভ্ৰাম্যমাণ থিয়েটাৰৰ কন্ঠ শিল্পী বিনোদ ডেকাৰ জীৱন সংগ্ৰাম

বজাৰে-বজাৰে পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ শিল্পীগৰাকীৰ, শিল্পী পেঞ্চনৰ দাবী ৰাইজৰ

publisher by publisher
August 27, 2021
in Assam, India, News
Reading Time: 1 min read
0
ভ্ৰাম্যমাণ থিয়েটাৰৰ কন্ঠ শিল্পী বিনোদ ডেকাৰ জীৱন সংগ্ৰাম
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

CMO Assam : ঢেকিয়াজুলী বনকৰা কিশোৰী মৃত্যু প্ৰসংগত মুখ্যমন্ত্ৰীৰ সংবাদমেল

Appointment Letter Distribution : কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিল ৬৫৫ গৰাকীক নিযুক্তি পত্ৰ

মুখ্যমন্ত্ৰীয়ে জনতা ভৱনত শুভাৰম্ভ কৰিলে অৰুণোদয় মাহ , ছয় লক্ষাধিকে পাব অৰুণোদয়ৰ ধন

এসময়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰ্শকৰ মাজত এটি চিনাকী নাম বিনোদ ডেকা । নেপথ্যৰ পৰা সংগীত পৰিবেশন কৰি প্ৰেক্ষাগৃহ গিজগিজাই থকা দৰ্শকক মনোৰঞ্জন দি অহা শিল্পীগৰাকীৰ চেহেৰা অপৰিচিত হ’লেও নেম কাষ্টিঙত দৰ্শকৰ বাবে চিনাকী নাম বিনোদ ডেকা ৷ বাগসাৰ কাষৰীয়া বজালীৰ কৰ্দৈগুৰি গাঁৱৰ বাসিন্দা এইগৰাকী শিল্পীৰ কণ্ঠ সম্প্ৰতি ভ্ৰাম্যমাণত শুনিবলৈ পোৱা নাযায় যদিও বজালী আৰু বাগসা জিলাৰ বিভিন্ন বজাৰত অন্য এক ৰূপত দেখিবলৈ পোৱা যায় বিনোদ ডেকাক ৷

ADVERTISEMENT

শিল্পী হিচাপে নহয় এজন পাচলি বিক্ৰী কৰা লোক হিচাপে তেওঁক দেখিবলৈ পোৱা যায় ইখনৰ পাছত সিখন বজাৰত ৷ জীৱন জীৱিকাৰ তাড়নাত তেওঁ ঘৰতে নেমু, জিকা, কোমোৰা আদি পাচলি উৎপাদন কৰি বজাৰে-বজাৰে সেইবোৰ বিক্ৰী কৰি ফুৰে ৷

উল্লেখ্য যে বিনোদ ডেকাই ১৯৮৩-৮৪ৰ নাট্য বৰ্ষত অনিৰ্বাণ থিয়েটাৰৰ কন্ঠ শিল্পী হিচাপে ভ্ৰাম্যমাণ থিয়েটাৰত আত্ম প্ৰকাশ কৰিছিল । ইয়াৰ পাছত তেওঁ একাদিক্ৰমে আৰাধনা থিয়েটাৰ, সুৰদেৱী থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ, অপ্সৰা থিয়েটাৰ, মনালিছা থিয়েটাৰ, মুকুন্দ থিয়েটাৰ, নটৰাজ থিয়েটাৰ, ইন্দ্ৰজিৎ থিয়েটাৰ, বৰদৈচিলা থিয়েটাৰকে ধৰি অসমৰ প্ৰায় কেইটা ভ্ৰাম্যমাণ নাট্য দলত ২৫ বছৰ ধৰি কন্ঠ শিল্পী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তদুপৰি এই শিল্পীগৰাকীয়ে সেই সময়ছোৱাতে মনালিছা, মুকুন্দ আৰু নটৰাজ থিয়েটাৰত সংগীত পৰিচালকৰ দায়িত্বও বহন কৰিছিল ।

সংসাৰৰ বিভিন্ন ঘাট-প্ৰতিঘাট তথা আৰ্থিক অনাটনে জুৰুলা কৰা বিনোদ ডেকাই অৱশেষত ২০০৮ত ভ্ৰাম্যমাণ থিয়েটাৰ বাদ দিবলৈ বাধ্য হয় যদিও এতিয়াও কিন্তু সংগীত সাধনা অব্যাহত ৰাখিছে । ২০০৮ৰ পৰা তেওঁ অসমৰ বিভিন্ন মঞ্চৰ লগতে অপেছাদাৰী নাট্যদল, সংগীতানুস্থানত সংগীত পৰিবেশন কৰাৰ উপৰিও সংগীত পৰিচালনা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আছিল । কিন্তু কৰ’না পৰিস্থিতিৰ বাবে শিল্পীগৰাকীৰ সকলো উপাৰ্জনৰ পথ যেন এতিয়া বন্ধ ।

সশস্ত্ৰ সীমা বল চমুকৈ এছএছবিৰ চাকৰিৰ মোহ ত্যাগ কৰি ভ্ৰাম্যমাণ থিয়েটাৰকে জীৱন ধাৰণৰ উপায় হিচাপে সংকল্প লোৱা শিল্পীগৰাকীৰ সংগীতৰ প্ৰতি থকা দুৰ্বলতাৰ বাবে স্কুলীয়া জীৱনৰ পৰা সংগীত সাধনা কৰি আজিও অব্যাহত ৰাখিছে। তেওঁ ভ্ৰাম্যমাণত আত্মপ্ৰকাশৰ আগতে বিভিন্ন যাত্ৰা পাৰ্টিৰ লগতো জড়িত আছিল । বাগসাৰ শালবাৰীৰ আনন্দবজাৰ ৰামধেনু নাট্যগোষ্ঠী, সাউদৰভিঠা নাট্য সমাজ আৰু কৰ্দ্দৈগুৰিৰ শ্ৰী শংকৰ নাট্য সমাজ নাট্য দলৰ লগত জড়িত হৈ ৮০ দহকৰ পৰা সংগীত পৰিচালনাৰ লগতে কন্ঠদান কৰি আহিছে। উক্ত যাত্ৰা পাৰ্টীকেইটা সময়ৰ তাগিদাত বন্ধ হৈ যায় যদিও কৰ্দ্দৈগুৰিৰ নাট্যদলটো পুনৰ গঠনত এই শিল্পীগৰাকীয়েও উদ্যোগ লয়।

ইতিমধ্যে এই নাট্যদলটিৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় । বিনোদ ডেকাৰ শিল্পী প্ৰতিভা শলাগিবলগীয়া । অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সংগীত পৰিবেশন কৰি সংগীত প্ৰেমীসকলৰ মাজত পৰিচিত হৈ পৰিছিল বিনোদ ডেকা ৷ তেওঁ ১৯৯৫ত অনুৰাগ নামৰ আধুনিক গীতৰ কেছেটত কন্ঠদান কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল । কিন্তু আজিৰ দিনত এই প্ৰতিভাশীল শিল্পীগৰাকীয়ে বজাৰে-বজাৰে পাচলি বিক্ৰী কৰি জীৱন জীৱিকাৰ পথ মোকোলাই আহিব লগা হৈছে ।

এই শিল্পীগৰাকীয়ে চৰকাৰৰ তৰফৰ পৰা শিল্পী পেঞ্চন পোৱাটো স্থানীয় লোকসকলে মনেপ্ৰাণে বিচাৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhramyaman TheatreBinod DekaCM Assam
publisher

publisher

Related Posts

‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ
International

September 6, 2026
শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক
Assam

ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

September 6, 2026
গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d