Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজ্যত ক’ভিড পৰিস্থিতি হ্ৰাস হােৱাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড প্রতিবন্ধকতা আৰু সান্ধ্য আইনৰ ক্ষেত্ৰত আৰু অধিক শিথিলতা অনাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে

publisher by publisher
September 1, 2021
in Assam, News
Reading Time: 1 min read
0
ৰাজ্যত বলবৎ হ’ল নতুন এছঅ’পি
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

★আজি এখন সংবাদমেল সম্বোধন কৰি এই নতুন এছঅ’পি প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । আজি ১১ বজাৰ পৰাই কার্যকৰী হৈছে এই নতুন এছঅ’পি । ৰাজ্যজুৰি নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত পুনৰ শিথিলতাৰ ব্যৱস্থা। নিশা ন বজাৰ পৰা পুৱা পাঁচ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন।

ADVERTISEMENT

★নিশা আঠ বজালৈ খুলিব পাৰিব হােটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক বাণিজ্যিক প্রতিষ্ঠান, বিক্ৰী কেন্দ্র, শ্ব’ৰােম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান আদি।

★এইপর্যন্ত এপালিও ক’ভিড প্রতিষেধক নােলােৱাকৈ থকা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে অহা তিনিদিনৰ ভিতৰত ক’ভিড প্রতিষেধক গ্ৰহণ কৰিব লাগিব।

★প্রত্যেক চৰকাৰী কাৰ্যালয়ৰ মূৰব্বী বিষয়াই নিজ কার্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে ক’ভিড প্রতিষেধক গ্রহণ কৰিছে নে নাই, সেই বিষয়ে পৰীক্ষা কৰিব। বৰ্তমানলৈকে এপালিও প্রতিষেধক নােলােৱা বিষয়া-কৰ্মচাৰীসকলে আগন্তুক তিনি দিনৰ ভিতৰতে প্রথম পালি প্রতিষেধক লােৱাটোও মূৰব্বী বিষয়াই সুনিশ্চিত কৰিব।

★কেতবােৰ চৰ্তসাপেক্ষে ৰাজ্যৰ সকলাে জিলা সামৰি আন্তঃজিলা যাতায়ত মুকলি।

★আন্তঃ জিলা আৰু অন্তঃ জিলা যাতায়তৰ ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ বাছ আদিত ১০০ শতাংশ আসনতে যাত্রী পৰিবহনত অনুমতি।

★কিন্তু কোনাে যাত্রী পৰিবাহী বাহনেই আসন সংখ্যাৰ অতিৰিক্ত ভাৱে থিয় কৰি যাত্ৰী নিব নােৱাৰিব। যাত্রী থিয় কৰি নিয়া বাহন ধৰা পৰিলে, তেনে বাহন আৰু থিয় হৈ যােৱা যাত্রীৰ ওপৰত বর্ধিত হাৰত জৰিমণা বিহাৰ লগতে চালকৰ অনুজ্ঞাপত্ৰ আৰু গাড়ীৰ পঞ্জীয়ন বাতিল কৰা হ’ব।

★কমেও এপালি ক’ভিড প্রতিষেধক লােৱা লােকেহে আন্তঃ জিলা আৰু অন্তঃ জিলা যাতায়ত কৰিব পাৰিব। সকলো যাত্ৰীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

★অট’ৰিক্সা, চাইকেল ৰিক্সা, টেক্সীৰ ক্ষেত্ৰতাে ১০০ শতাংশ আসনতে যাত্রী পৰিবহনত অনুমতি। অৱশ্যে কমেও এপালি ক’ভিড প্রতিষেধক লােৱা আৰু মাস্ক পৰিধান কৰাটো যাত্রী-চালকৰ বাবে বাধ্যতামূলক।

★কমেও এপালি ক’ভিড প্রতিষেধক লােৱা লােকৰ ক্ষেত্ৰত বাইক-মটৰ চাইকেলত দুজন উঠাত অনুমতি। মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

★ব্যক্তিগত লঘু যান-বাহনেৰে যাত্ৰা কৰিলেও সকলাে যাত্রীৰ বাবেই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

★শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত স্নাতকোত্তৰ বা সমপর্যায়ৰ পাঠ্যক্রম, স্নাতক বা সমপর্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান পর্ব মুকলিত অনুমতি।

★অৱশ্যে একোটা শ্রেণীকক্ষত সর্বাধিক ৩০গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে একেলগে পাঠগ্রহণ কৰিব পাৰিব। শিক্ষানুষ্ঠানৰ মূৰব্বীয়ে ছাত্র-ছাত্রীৰ সংখ্যা অনুসৰি প্রয়ােজন হােৱাকৈ অতিৰিক্ত শ্রেণীকক্ষৰ ব্যৱস্থা কৰিব।

★স্নাতকোত্তৰ বা সমপর্যায়ৰ পাঠ্যক্রম, স্নাতক সমপর্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পাঠগ্রহণৰ বাবে ছাত্র-ছাত্রীসকলে কমেও এপালি ক’ভিড প্রতিষেধক গ্রহণ কৰাটো বাধ্যতামূলক। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত ১৮ বছৰৰ অনুৰ্দ্ধ ছাত্র-ছাত্ৰীসকলে ক’ভিড প্রতিষেধক অবিহনেই শ্ৰেণীকোঠাত পাঠগ্রহণ কৰিব পাৰিব যদিও ইতিমধ্যে ১৮ বছৰ হােৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্র-ছাত্রীসকলে কমেও এপালি প্রতিষেধক ল’লেহে শ্রেণীকোঠালৈ আহিব পাৰিব।

★বৃহস্পতিবাৰৰ পৰা প্রথম তিনিদিনত এই শিক্ষানুষ্ঠানসমূহৰ অধ্যাপক-শিক্ষক, কর্মচাৰী আৰু ছাত্র-ছাত্রী (১৮ বছৰ ঊৰ্দ্ধৰ) সকলে ক’ভিড প্রতিষেধক গ্ৰহণ কৰাটো শিক্ষানুষ্ঠান কর্তৃপক্ষই সুনিশ্চিত কৰাৰ উপৰি শিক্ষানুষ্ঠান চৌহদ তথা শ্ৰেণীকোঠাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগতে বীজাণুনাশনৰ ব্যৱস্থা কৰিব লাগিব। শ্ৰেণীকোঠাত পাঠদান প্রক্রিয়া অহা সােমবাৰৰ পৰাহে আৰম্ভ কৰিব।

★স্নাতকোত্তৰ বা সমপর্যায়ৰ পাঠ্যক্রম, স্নাতক বা সমপর্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ এই পাঠদানৰ বাবে হােষ্টেল মুকলিত অনুমতি। অৱশ্যে কেৱল দুয়ােপালি ক’ভিড প্রতিষেধক লােৱা ছাত্র-ছাত্রীয়েহে হােষ্টেলত থাকিব পাৰিব।

★মুকলি স্থানত আয়ােজিত সভা-সমিতি, সামাজিকাৰাজহুৱা অনুষ্ঠানত কমেও এপালি ক’ভিড প্রতিষেধক লােৱা সর্বাধিক ৫০গৰাকী লােকে ভাগ ল’ব পাৰিব। এইক্ষেত্ৰত স্থানীয় আৰক্ষীক আগতীয়াকৈ অৱগত কৰিব লাগিব। অৱশ্যে জিলা উপায়ুক্তৰ অনুমতিপ্রাপ্ত সভা-সমিতি-অনুষ্ঠানৰ ক্ষেত্ৰত সর্বাধিক ২০০ গৰাকী লােকে (কমেও এপালি ক’ভিড প্রতিষেধক লােৱা) অংশগ্ৰহণ কৰিব পাৰিব।

★প্রেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহ আদি আৱদ্ধ কক্ষ আয়ােজিত বিশেষ অনুষ্ঠানত মুঠ আসন ক্ষমতাৰ ৫০
শতাংশ আসন সংখ্যাৰ লােকৰ অংশগ্রহণতহে অনুমতি থাকিব।

★বিবাহ, সকাম আদি ঘৰুৱা মাংগলিক অনুষ্ঠানত ভাগ ল’ব পাৰিব সর্বাধিক ৫০ গৰাকীলােকে। কমেও এপালি ক’ভিড প্রতিষেধক লােৱা লােকেহে পাৰিব ভাগ ল’ব পাৰিব। অন্তিম সৎকাৰত ভাগ ল’ব পাৰিব সর্বাধিক ৫০ গৰাকী লােকে ।

★ৰাজ্যৰ বিখ্যাৎ ধর্মীয়স্থানসমূহ (কামাখ্যা মন্দিৰ, শিৱসাগৰৰ শিৱদৌল, আজানপীৰ দৰগাহ, হাজোৰ পােৱামক্কা আদিত প্রতি ঘণ্টাত সর্বাধিক ৪০ গৰাকী লােকৰ দৰ্শনত অনুমতি। আন ধর্মীয়স্থান দৰ্শনৰ ক্ষেত্ৰত ঘণ্টাত ২০গৰাকী লােকৰ বাবে অনুমতি। কমেও এপালি ক’ভিড প্রতিষেধক লােৱা লােকৰ বাবেহে মুকলি থাকিব ধর্মীয় স্থানৰ চৌহদত প্রৱেশৰ সুযােগ।

★সাপ্তাহিক বজাৰসমূহ সর্বাধিক ছয় ঘন্টীয়া শ্বিফ্টৰে মুকলিত অনুমতি।

★বিমানবন্দত দুয়াে পালি ক’ভিড প্রতিষেধক লােৱা বিমানযাত্রীক ক’ভিড পৰীক্ষণৰ পৰা ৰেহাই। ক’ভিড প্রতিষেধক এপালিহে লােৱা বা এপালিও নােলােৱাকৈ থকা বিমানযাত্রীৰ বাবে ক’ভিড পৰীক্ষা বাধ্যতামূলক। প্রতিষেধক নােলােৱা বিমানযাত্রীৰ বাবে বিমান বন্দৰত ২৫০ টকাৰ ৰেহাই মূল্যত আৰটি- পিচিআৰক’ভিড পৰীক্ষাৰ ব্যৱস্থা বাধ্যতামূলক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamNew Sop
publisher

publisher

Related Posts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d