Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

    বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ধুবুৰীত শিক্ষক দিৱস উদ্‌যাপন

৩২গৰকী কৃতি শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা

publisher by publisher
September 5, 2021
in Assam, India, News
Reading Time: 1 min read
0
ধুবুৰীত শিক্ষক দিৱস উদ্‌যাপন
4
SHARES
42
VIEWS
ShareShareShareShare

RelatedPosts

Senior journalist Pradeep Sen passes away :জেষ্ঠ সাংবাদিক প্ৰদীপ সেন আৰু নাই

Dhubri:ধুবুৰী সমষ্টিত নিৰ্বাচন কেন্দ্ৰিক সংঘাত

Accident:ধুবুৰীৰ হালাকুৰাত শোকাৱহ পথ দুৰ্ঘটনা

ধুবুৰী জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত আজি ধুবুৰী জিলা অধিবিদ্যা পৰিষদৰ প্ৰেক্ষাগৃহত ৬০তম শিক্ষক দিৱস উদ্‌যাপন কৰা হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, প্ৰখ্যাত পণ্ডিত তথা বৰেণ্য শিক্ষক সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিৰ সন্মুখত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলনেৰে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰা হয় ৷

ADVERTISEMENT

অনু্ষ্ঠানত জিলাখনৰ ৩২গৰাকী কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ সভাত উপস্থিত থাকি প্ৰদান কৰা ভাষণত শিক্ষক দিৱস উদ্‌যাপন সমিতিৰ সভাপতি তথা জিলা উপায়ুক্ত অন্বামুুথন এম পিয়ে কয় যে শিক্ষকসকল সমাজৰ মূল স্তম্ভ ৷ সমাজ পৰিৱৰ্তনত শিক্ষকৰ বৃহৎ ভূমিকা থাকে ৷ ক’ভিড কালত হোৱা প্ৰযুক্তিগত পৰিৱৰ্তনৰ ক্ষেত্ৰত শিক্ষকসমাজে লোৱা ভূমিকাৰ কথা তেওঁ অনলাইন শ্ৰেণীৰ প্ৰসংগৰে উল্লেখ কৰে ৷

জিলাখনৰ শিক্ষক আৰু শিক্ষাখণ্ডৰ সমস্যা সমাধানত বিশেষ গুৰুত্ব দিয়াৰ লগতে শিক্ষাৰ দিশত জিলাখনক আগবঢ়াই নিব বুলি কয় জিলা উপায়ুক্তগৰাকীয়ে ৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ধুবুৰীৰ ভোলানাথ কলেজৰ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ধ্ৰুৱ চক্ৰৱৰ্তীয়ে কয় যে শিক্ষা অবিহনে কোনো এটা জাতি আগবাঢ়ি যাব নোৱাৰে আৰু সকলো জাতিৰ বাবে শিক্ষকসকল চিৰনমস্য ৷ ভাৰতত পুৰণি কালৰে পৰা শিক্ষকৰ স্থান আন দেশতকৈ বহুত ওপৰত আছিল ৷

তেওঁ লগতে কয় যে, তাহানি কালৰে পৰা ভাৰতত গুৰুসকল সকলোৰে ওপৰত আছিল ৷ ৰজাইয়ো গুৰুক সমীহ কৰি চলিছিল ৷ নতুন শিক্ষানীতিক সঠিক ৰূপত কাৰ্যকৰী কৰিলে আগন্তুক ১৫-২০ বছৰত ভাৰত বিশ্বগুৰুলৈ পৰিণত হ’ব বুলি মন্তব্য কৰি তেওঁ সকলো শিক্ষকক আঁচনিখন ৰূপায়নত অন্তঃকৰণেৰে ব্ৰতী হ’বলৈ আহ্বান জনায় ৷ অনুষ্ঠানত শিক্ষক দিৱস উপলক্ষে ‘গদাধৰ কবি চক্ৰই প্ৰকাশ কৰা এখন কবিতা সংকলন উন্মোচন কৰা হয় ৷

অনুষ্ঠানত কে’বাগৰাকী বিশিষ্ট শিক্ষাবিদ, শিক্ষা বিষয়া আৰু বহুসংখ্যক শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DHUBRITeachers Day
publisher

publisher

Related Posts

পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে
Assam

September 26, 2026
মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

September 26, 2026
সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ
International

সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

September 26, 2026
বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

September 25, 2026
খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী
Assam

খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

September 25, 2026
কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d