Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তিনি ৰাজ্য আৰু চাৰি কেন্দ্রশাসিত অঞ্চলত ১০০ শতাংশ প্রথম ক’ভিড টিকাকৰণ সম্পন্ন, দাবী কেন্দ্রৰ

publisher by publisher
September 13, 2021
in COVID-19, News
Reading Time: 1 min read
0
তিনি ৰাজ্য আৰু চাৰি কেন্দ্রশাসিত অঞ্চলত ১০০ শতাংশ প্রথম ক’ভিড টিকাকৰণ সম্পন্ন, দাবী কেন্দ্রৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

২০২০ত ৰুজু ১৬টা গোচৰ খাৰিজ অসমকো জোঁকাৰি গৈছিল

বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা

দেশত বৃদ্ধি পাইছে ক’ভিডৰ উদ্বেগ !

গোৱা, হিমাচল প্রদেশ, লাদাখ, ছিকিম, লক্ষদ্বীপ, দাদৰা আৰু নগৰ হাভেলি, দমন আৰু দিউ — এইসমূহ ৰাজ্য আৰু কেন্দ্র শাসিত অঞ্চলত প্রাপ্তবয়স্ক জনসংখ্যাৰ ১০০ শতাংশ‌ই ক’ভিডৰ প্রথম টিকা লাভ কৰিছে । দেওবাৰে এই তালিকা প্রকাশ কৰে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডব্য‌ই । এই ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলৰ স্বাস্থ্যকর্মীসকলক শুভেচ্ছাও জনাইছে ।

ADVERTISEMENT

দেওবাৰে সন্ধ্যিয়া টুইটাৰত কেন্দ্রীয় স্বাস্থ্যমন্ত্রীয়ছ লিখে, ‘প্রাপ্তবয়স্ক জনসংখ্যাৰ ১০০ শতাংশকেই প্রথম টিকা দিয়াৰ বাবে অভিনন্দন । এইসমূহ অঞ্চলৰ স্বাস্থ্যকর্মীসকলৰ প্রচেষ্টা প্রশংসাযোগ্য ।’ সেই টুইটত এটা ছবিত উল্লেখ আছে ৰাজ্যসমূহৰ নাম ।

ক’উইনৰ তথ্য অনুসৰি, এই প্রতিবেদন লিখা পর্যন্ত দেশত মুঠ টিকা দিয়া হৈছে ৭৪ কোটি ৩১ লাখ সাত হেজাৰ ৮৭৮ জনক । বিগত ২৪ ঘণ্টাত টিকাকৰণ কৰা হৈছে প্রায় ৫৩ লাখ ১৬ হেজাৰ জনক । দেশত মুঠ প্রথম টিকা লাভ কৰিছএ ৫৬ কোটি ৫৩ লাখ ২৪ হেজাৰ ৮১২ জনে । ক’ভিড ৰোধ কৰিবলৈ টিকাকৰণৰ ওপৰত জোৰ দিয়াৰ বিষয় বাৰে বাৰে উত্থাপন হৈ আহিছে । দেওবাৰে বিত্তমন্ত্ৰী নির্মলা সীতাৰামনে কয়, ‘‘অর্থনীতি চাঙ্গা কৰাৰ এক মাত্র ঔষধ হ’ল টিকাকৰণ‌ ।’’

উল্লেখ্য যে, ১৬ জানুৱাৰীৰ পৰা দেশত টিকাকৰণ আৰম্ভ হৈছে । সেই সময়ত কেৱল প্রথম শাৰীৰ যোদ্ধাসকলকেই প্ৰতিষেধক দিয়া হৈছিল । এক মার্চৰ পৰা সত্তোৰ্ধ আৰু ৪৫ বছৰৰ ঊৰ্ধ্বৰ যিসকলৰ ক’মর্বিডিটী আছে তেওঁলোকক টিকা দিয়া আৰম্ভ হয় । এক এপ্রিলৰ পৰা ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলে প্ৰতিষেধক লাভ কৰে । এক মে’ৰ পৰা ১৮ বছৰৰ ঊৰ্ধ্বৰসকলক টিকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল কেন্দ্র‌ই । ইয়াৰ পাছত দেশজোৰি ক’ভিশিল্ড, ক’ভেক্সিন, স্পুটনিক-ভি — এই তিনটি টিকা দিয়া হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: covid19vaccinations
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d