Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ইউ‌এলবিক সশস্ত্ৰ পন্থা পৰিহাৰ কৰাৰ আহ্বান গোবিন্দ বসুমতাৰীৰ

বন্দুকেৰে নহয়, আলোচনাৰেহে সমস্যাৰ সমাধান হয়

publisher by publisher
September 19, 2021
in Assam, India, News
Reading Time: 1 min read
0
ইউ‌এলবিক সশস্ত্ৰ পন্থা পৰিহাৰ কৰাৰ আহ্বান গোবিন্দ বসুমতাৰীৰ
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

একত্ৰীকৰণৰ বাবে মিত্ৰতা ভংগ কৰিবলৈ মহিলাৰীয়ে দিলে চর্ত

বিটিআৰত কলিতা জনগোষ্ঠীক ভূমিৰ অধিকাৰ প্ৰদানৰ দাবী কলিতা আলপাইন সন্মিলন

প্রতিজন কংগ্রেছ কর্মীক নির্বাচনলৈ দায়িত্ব প্ৰদানৰ সিদ্ধান্ত

পুনৰ বড়ো ভূমিত জন্ম হ’ল সশস্ত্ৰ বিদ্ৰোহী সংগঠন ইউনাইটেড লিবাৰেচন ফৰ বড়োলেণ্ড চমুকৈ ইউ‌এলবি-ৰ । বড়ো ভূমিত ইতিপূৰ্বে সংগঠিত হোৱা আটাইবোৰ বিদ্ৰোহী সংগঠনে যুদ্ধবিৰতি তথা সংগঠন ভংগৰ ঘোষণা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছত এইবাৰ ইউ‌এলবি নামৰ সশস্ত্ৰ সংগঠনটোৰ জন্ম লাভৰ পাছতে বড়ো ভূমিত পুনৰ ৰক্তাক্ত হোৱাৰ আশংকাই দেখা দিছে ।

ADVERTISEMENT

উল্লেখ্য যে বিগত ১৫ ছেপ্টেম্বৰ তাৰিখে ঘন জংঘলৰ পৰা ৰাজ্যৰ সংবাদমাধ্যমসমূহলৈ প্ৰেৰণ কৰা ভিডিঅ’ প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সংগঠনটোৰ অজ্ঞাত নেতৃত্ব‌ই কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰকাশৰ লগতে তেওঁলোকে দিয়া দাবী পুৰণ নহ’লে অক্টোবৰত বিটিআৰৰ লগতে সমগ্ৰ অসমত বোমা বিস্ফোৰণৰ হুংকাৰ প্ৰদান কৰিছিল । যি হুংকাৰৰ পাছতে এতিয়া ৰাজ্যৰ গৃহবিভাগ তথা বিটিআৰবাসী ৰাইজৰ মাজত তীব্ৰ আতংক‌ই বিৰাজ কৰিছে ।

বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰৰ লগতে বিটিআৰ চৰকাৰে গুৰুত্ব সহকাৰে লোৱা পৰিলক্ষিত হৈছে । এই সন্দৰ্ভত আজি ওদালগুৰিত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ইতিপূৰ্বে ভংগ হোৱা এনডিএফবিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিধায়ক আৰু বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ।

ইউএলবি সদৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত বসুমতাৰীয়ে কয়, “২০২০ৰ ২৭ জানুৱাৰীত স্বাক্ষৰিত হোৱা বিটিআৰ শান্তি চুক্তিৰ পাছত সমগ্ৰ ৰাজ্যৰ লগতে বিটিআৰলৈ স্থায়ী শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ বাবে সকলোৱে আশা প্ৰকাশ কৰিছিলো । কিন্তু বৰ্তমানৰ শান্তিৰ পৰিৱেশত দুই এজন পথভ্ৰষ্ট ল’ৰাই অশান্তিৰ পৰিৱেশ অনাৰ চেষ্টা কৰি আহিছে । তাৰ এক অংশ হিচাপে নতুনকৈ ইউ‌এলবি নামৰ সংগঠনটোৰ জন্ম হোৱাৰ খবৰ লাভ কৰা হৈছে । ই অতি দুৰ্ভাগ্যজনক আৰু এনে ঘটনা আমি বিচৰা নাছিলো । বন্দুকৰ দ্বাৰা সমস্যাৰ সমাধান নহয় । ম‌ই বিগত ৩৫টা বছৰে সংগ্ৰাম কৰি আহিলো । ইয়াৰে ১৯ টা বছৰ সশস্ত্ৰ সংগ্ৰাম কৰাৰ লগতে ১৫ বছৰ চৰকাৰৰ স’তে শান্তিপূৰ্ণভাৱে আলোচনা চলাই সমস্যাসমূহ সমাধান কৰিছো । ফলত নিজা অভিজ্ঞতাৰ পৰা ক’ব বিচাৰো যে আলোচনাৰ দ্বাৰাহে সমস্যা সমাধান কৰিব পাৰি ।

২০২০ৰ শান্তি চুক্তিৰ পাছত আজি ইউ‌এলবিৰ নামত যিসকলে হাতত অস্ত্ৰ তুলি লৈছে তেওঁলোক সশস্ত্ৰ সংগ্ৰামী নহয়, তেওঁলোক উগ্ৰপন্থীহে । তেওঁলোকৰ কোনো লক্ষ্য আৰু উদ্দেশ্য নথকাৰ বাবে জনসাধাৰণো তেওঁলোকৰ লগত নাই । ফলত জন্ম হোৱাৰ দুদিন পাছতে সংগঠনটোৰ এনে অৱস্থা হ’ল । সেয়েহে আমি তেওঁলোকক শান্তিৰ পথত সহযোগিতাৰ আহ্বান জনাই ভুল পথ ত্যাগ কৰি সমাজৰ মাজত মিলাপ্ৰীতিৰে থকাৰ বাবে আহ্বান জনাইছো । ইয়াৰ জৰিয়তে আমি আমাৰ ৰাজ্য তথা জনগোষ্ঠী হিচাপে লাভান্বিত হ’ম ।”

উল্লেখ্য যে নতুনকৈ জন্ম লাভ কৰা সংগঠনটোৰ ভাবুকিক বিটিআৰৰ চাৰিওখন জিলাৰ আৰক্ষী প্ৰশাসনে গুৰুত্ব সহকাৰে লৈ বিভিন্ন তথ্য উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে । আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, সংগঠনটোত ওদালগুৰি জিলাৰো কিছু সংখ্যক যুৱক থকাৰ সন্দেহ প্ৰকাশ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BTRGovinda BasumataryULB
publisher

publisher

Related Posts

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

September 6, 2026
‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক
Assam

ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

September 6, 2026
গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d