Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

চুলি ভালে ৰাখিবলৈ কিমান দিনৰ অন্তত ছেম্পু কৰিব?

publisher by publisher
September 21, 2021
in Lifestyle
Reading Time: 1 min read
0
চুলি ভালে ৰাখিবলৈ কিমান দিনৰ অন্তত ছেম্পু কৰিব?
4
SHARES
37
VIEWS
ShareShareShareShare

★চুলিৰ স্বাস্থ্য বজাই ৰাখিবলৈ কেইটামান বিষয়ত গুৰুত্ব দিয়াটো অতি জৰুৰী । চুলি স্বাস্থ্যৱান ৰাখিবলৈ যিদৰে পুষ্টিকৰ খাদ্য নিয়মিত তালিকাত ৰখাৰ প্ৰয়োজন, তেনেদৰেই চুলি পৰিষ্কাৰ কৰাৰ সময়ত কিছু কথা মনত নাৰাখিলে চুলি সৰা আৰু ৰুক্ষ হোৱাৰ দৰে নানা ধৰণৰ সমস্যাই দেখা দিব পাৰে।

ADVERTISEMENT

★বহুলোকে চুলি পৰিষ্কাৰ ৰাখিবলৈ সপ্তাহত এদিন চেম্পু কৰে। অৱশ্যে, বহুলোকে চেম্পু কৰাৰ সঠিক উপায় নাজানে বুলি বিশেষজ্ঞসকলে কয়। ইয়াৰ ফলত চুলি ফাটি যোৱাৰ পৰা চুলি সৰাৰ দৰে বিভিন্ন সমস্যা হয়। গতিকে চেম্পু কৰাৰ আগতে চেম্পু কৰাৰ সঠিক পদ্ধতিবোৰ জনাটো গুৰুত্বপূৰ্ণ।

RelatedPosts

ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

হেয়াৰ স্পা, ছিৰামে কাম কৰা নাই ?

Hair : অতি কম বয়সত চুলি পকা সমস্যা আৰু ইয়াৰ সমাধান বিশেষ

★চেম্পু কৰাৰ অৰ্থ কেৱল চুলি পৰিষ্কাৰ কৰা নহয়। চুলিৰ লগতে মূৰৰ ছাল পৰিষ্কাৰ কৰি ৰাখিবলৈ চেম্পু কৰাটো অতি গুৰুত্বপূৰ্ণ। বিশেষজ্ঞসকলে আঙুলিয়াই দিছে যে যদি মূৰৰ ছাল পৰিষ্কাৰ নহয়, তেন্তে উফি বা আন বহুতো সমস্যা হব পাৰে। গতিকে প্ৰথমে চুলিবোৰ পানীৰে ভালদৰে তিয়াই থোৱা প্ৰয়োজন। তাৰ পাছত হাতত চেম্পু লৈ ইয়াক মূৰৰ ছালত প্ৰয়োগ কৰক আৰু কমেও ৩০ ছেকেণ্ডৰ বাবে ইয়াক পাতলকৈ মালিচ কৰক। যাতে মূৰৰ ছালত জমা হোৱা লেতেৰা খিনি ওলায় যায়।

★ সকলো সময়তে কম পৰিমাণৰ চেম্পু ব্যৱহাৰ কৰাটো দৰকাৰ অত্যাধিক চেম্পু ব্যৱহাৰ কৰিলে চুলি খহটা হ’ব পাৰে। আপোনাৰ চুলি যিমানেই দীঘল নহওঁক কি, কম পৰিমাণৰ চেম্পুতে চুলি পৰিষ্কাৰ হ’ব।

★সপ্তাহত এদিন চেম্পু কৰে নে দুবাৰ কৰে সেয়া নিৰ্ভৰ কৰে আপোনাৰ চুলি কিমান লেতেৰা বা আপুনি ঘৰৰ বাহিৰত কিমান সময় অতিবাহিত কৰি আছে তাৰ ওপৰত। ই মূৰৰ ছালৰ চুলিৰ প্ৰকাৰ আৰু প্ৰকৃতিৰ ওপৰতো যথেষ্ট নিৰ্ভৰ কৰে। বহুক্ষেত্ৰত বহুলোকে প্ৰতিদিনে চেম্পু কৰিব লাগে। তেনে ক্ষেত্ৰত বিশেষজ্ঞসকলে অতি পাতল প্ৰকাৰৰ চেম্পু ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে। যি চেম্পুত ক্ষাৰৰ পৰিমাণ নাথাকে। প্ৰয়োজন হ’লে আপুনি চিকিৎসকৰ পৰামৰ্শও ল’ব পাৰে।

★ চুলি পৰিষ্কাৰ কৰাৰ পাছত চুলি শুকোৱাৰ ওপৰতো যথেষ্ট নিৰ্ভৰ কৰে। তিতা চুলি কেতিয়াও টানকৈ বান্ধিব নালাগে। বা গা ধোৱাৰ পাছত চুলি টাৱেলেৰে মচি নিদিব। বিশেষজ্ঞসকলে পাতল মোলায়াম কপাহৰ টাৱেল ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে।

বিশেষজ্ঞসকলৰ মতে, এই কেইটামান কাৰকৰ যত্ন ল’লে বিভিন্ন বাহ্যিক চুলিৰ সমস্যা সহজে প্ৰতিৰোধ কৰিব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: HairWash
publisher

publisher

Related Posts

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?
Lifestyle

আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

April 20, 2026
ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক
Lifestyle

ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

April 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d