Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

ছবি আৰু ভিডিঅ’ প্ৰেৰণত চমক ! হোৱাটছ‌এপত উপলব্ধ হ’ব নতুন ফিচাৰ

publisher by publisher
September 27, 2021
in Lifestyle
Reading Time: 1 min read
0
ছবি আৰু ভিডিঅ’ প্ৰেৰণত চমক ! হোৱাটছ‌এপত উপলব্ধ হ’ব নতুন ফিচাৰ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

চৰকাৰী কাৰ্যালয়ত Pen drive-WhatsApp নিষিদ্ধ, চাইবাৰ ষড়যন্ত্ৰ ৰোধৰ বাবে কাশ্মীৰত ডাঙৰ সিদ্ধান্ত

অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

WhatsApp Could Soon Be Banned In India:শীৰ্ঘেই ভাৰতত নিষিদ্ধ হ’ব পাৰে হোৱাটচআপ (WhatsApp) !

ফেচবুকৰ মালিকানাধীন সংস্থা হোৱাটছ‌এপৰ জনপ্রিয়তাৰ অন্যতম কাৰণ নিত্যনতুন ফিচাৰৰ আমদানি । আইঅ’এছ আৰু এণ্ড্ৰ‌ইড ইউজাৰসকলৰ বাবে নানান ধৰণৰ ফিচাৰ লৈ আহি এপটো সকলোৰে বাবে আকর্ষণীয় কৰি তোলাই লক্ষ্য সংস্থাৰ । এইবাৰ দিয়া হৈছে আন এটা নতুন ফিচাৰ । সম্প্ৰতি পৰীক্ষণ পৰ্যায়ত আছে যদিও, শীঘ্ৰে উপলব্ধ হ’ব ইউজাৰসকলৰ বাবে ।

ADVERTISEMENT

কি আছে নতুন ফিচাৰত ? ‘ৱেবিটাইনফো’ নামে এটা ৱেবছাইটৰ এক প্রতিবেদনৰ পৰা জানিব পৰা গৈছে, এই ফিচাৰৰ সহায়ত হাই ৰিজোলিউছনৰ ছবি আৰু ভিডিঅ’ পঠোৱা সম্ভৱ হ’ব । হোৱাটছ‌এপে যিকোনো ছবি বা ভিডিঅ’ দ্রুতগতিত পঠাবলৈ সুবিধা কৰিবৰ বাবে কমপ্রেছ কৰি দিয়ে । দ্রুতগতিত সেই ফাইল পঠোৱা সম্ভৱ হ’লেও ছবি বা ভিডিঅ’ৰ কোৱালিটী বেয়া হৈ যায় । যিটো বহু ইউজাৰে পছন্দ নকৰে । নতুন ফিচাৰৰ সহায়ত সেই আক্ষেপ পূৰণ কৰা সম্ভৱ হ’ব ।

এতিয়াৰে পৰা ছবি বা ভিডিঅ’ পঠোৱাৰ সময়ত ইউজাৰসকলে বাছি ল’ব পাৰিব ‘বেষ্ট কোৱালিটী’ আৰু ‘ডেটা ছেভাৰ’ মোডৰ ভিতৰত তেওঁৰ যিটো পছন্দ । ফলত যিসকলৰ ডেটা বচোৱাই মূল লক্ষ্য, তেওঁলোকে কমপ্রেছ কৰি ফাইল পঠাব পাৰিব আৰু যিসকলৰ ভাল ৰিজলিউছনৰ প্রয়োজন, তেওঁলোকে তেনেদৰেই পঠাব পাৰিব । এই ৱেবছাইটৰ দাবী, এণ্ড্ৰ‌ইড আৰু আইঅ’এছ, দুই ধৰণৰ ইউজাৰৰ বাবে শীঘ্ৰে ফিচাৰটো উপলব্ধ কৰা হ’ব ।

ইয়াৰ আগতে শুনিব পোৱা গৈছিল যে, কোনো ছবি পঠোৱাৰ সময়ত সেইটোক ষ্টিকাৰ আকাৰতো পঠাব পৰা যাব । ইয়াৰ উপৰি, হোৱাকছ‌এপত এইবাৰ উপলব্ধ হ’ব ‘বিজনেছ ডাইৰেক্টৰী’। যাৰ ফলত ওচৰ-পাজৰৰ সকলো ব্যৱসায়িক প্রতিষ্ঠানৰ খবৰ লাভ কৰিব ইউজাৰসকলে । এনেদৰেই শীঘ্ৰে নতুন নতুন ফিচাৰ উপলব্ধ কৰিব ফেচবুকৰ মালিকানাধীন সংস্থাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Whatsapp
publisher

publisher

Related Posts

সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে
Lifestyle

September 3, 2026
ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?
Lifestyle

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

August 26, 2026
দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক
Lifestyle

দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

August 22, 2026
পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি
Lifestyle

পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

August 22, 2026
গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?
Lifestyle

গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

August 20, 2026
সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?
Lifestyle

সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

May 7, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d