Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Water Crisis : ২৯ বছৰৰ পাছত ৫০০ কোটিয়ে নাপাব পানী : ৰাষ্ট্ৰসংঘ

publisher by publisher
October 7, 2021
in News, world
Reading Time: 1 min read
0
Water Crisis : ২৯ বছৰৰ পাছত ৫০০ কোটিয়ে নাপাব পানী : ৰাষ্ট্ৰসংঘ
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

ছয় শতাধিক কুঁৱা-পুখুৰী-হৃদক পুনৰ জীৱনদান: ২০ বছৰত অৰুণ কৃষ্ণমূৰ্তিৰ উল্লেখনীয় সফলতা

DWSSB In Bengaluru:খোৱাপানী আন কামত ব্যৱহাৰ কৰিলে ভৰিব লাগিব পাঁচ হেজাৰ জৰিমনা !

Lack of irrigation in Assam: জলসিঞ্চনৰ অভাৱত ৰাজ্যত হ্রাস শালি খেতিৰ ভূমি,হাহাকাৰ কৃষকৰ

২৯ বছৰৰ পাছত ভাৰতসহ বিশ্বৰ বিভিন্ন দেশৰ পাঁচশ কোটি মানুহে এটোপাল পানীৰ বাবেও হাহাকাৰ কৰিব লাগিব । ২০৫০ত এই অৱস্থাৰ সৃষ্টি হ’ব । গোলকীয় উষ্ণতাৰ বাবেই এই সমস্যাৰ সৃষ্টি হ’ব গৈ আছে ।

ADVERTISEMENT

ৰাষ্ট্ৰসংঘৰ অধীনস্থ ‘ৱর্ল্ড মেটিৰিউলজিকেল অর্গেনাইজেচন (ডব্লিউএম‌অ’)’-ৰ সাম্প্রতিক প্ৰতিবেদনত এই সকীয়নি দিয়া হৈছে । প্ৰতিবেদনৰ শিৰোনাম- ‘দ্য ষ্টেট অৱ ক্লাইমেট ছার্ভিচেছ ২০২১ : ৱাটাৰ’ । এই সমস্যাৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰি তাক লৈ জলবায়ু পৰিৱর্তন সংক্রান্ত আসন্ন বিশ্ব সন্মিলনত ৰাষ্ট্রনেতাসকলে আলোচনা কৰাৰো আবেদন জনাইছে প্ৰতিবেদনত । ৰাষ্ট্ৰসংঘৰ সেই ‘চিঅ’পি-২৬’ শীর্ষক শীর্ষ সন্মিলন অনুষ্ঠিত হ’ব গ্লাছ্গ’ত । ৩১ অক্টোবৰৰ পৰা ১২ নৱেম্বৰ পর্যন্ত ।

প্ৰতিবেদনত জনাইছে, গোলকীয় উষ্ণতাৰ প্ৰকোপত দ্রুত হাৰত জলবায়ু পৰিৱর্তন হোৱাৰ বাবে পৃথিৱীৰ জলস্তৰ উদ্বেগজনকভাৱে তললৈ নামিবলৈ আৰম্ভ কৰিছে । বিগত ২০ বছৰত এই বিষয়টো দৃষ্টিগোচৰ হৈছে । ভূ-পৃষ্ঠ, ভূ-পৃষ্ঠৰ ঠিক তলৰ স্তৰ, বৰফ আৰু তুষাৰত জমা হৈ থকা পানীৰ স্তৰ বিগত দুই দশকত যি হাৰত কমিছে সেয়া আগতে কেতিয়াও হোৱা নাছিল । বিগত ২০ বছৰত এই জলস্তৰ প্ৰতি বছৰে এক চেন্টিমিটাৰৰ তললৈ নামি আছে । এই বিষয়টোৰ উমান ২০১৮তেই বিশ্বৰ ৩৬০ কোটি মানুহে পাইছিল । সেই বছৰ সেই সকল লোকে এমাহ অকণো পানী পোৱা নাছিল ।

প্ৰতিবেদনত কোৱা হৈছে যে পৰিস্থিতি চম্ভালি ল’বলৈ বিভিন্ন দেশে অবিলম্বে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে ২০৫০ত এটোপাল পানীও নাপাব ভাৰতসহ বিশ্বৰ ৫০০ কোটিৰো অধিক মানুহে । চৰম পানীৰ সংকটে দেখা দিব উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ পশ্চিম অংশত, ভূমধ্যসাগৰ, উত্তৰ আৰু দক্ষিণ আফ্রিকা, মধ্যপ্রাচ্য, মধ্য এছিয়া, পূৱ এছিয়া আৰু দক্ষিণ এছিয়াত । চৰম পানী অভাৱত ভুগিব দক্ষিণ-পূৱ অষ্ট্ৰেলিয়াও।

ডব্লিউএ‌মঅ’-ৰ মুৰব্বী পেট্টেৰী তালাছে কয়, জলস্তৰৰ এই অধোগতি সবাতোকৈ বেছি হৈছে এন্টার্কটিকা আৰু গ্রিণলেণ্ডত । বি‌শ্বৰ বিভিন্ন প্রান্তত জনসংখ্যাৰ বেছি ঘনত্বৰ অঞ্চলবোৰত জলস্তৰৰ এই অধোগতিয়ে যথেষ্ট উদ্বেগৰ কাৰণ হৈ দেখা দিছে । পৃথিৱীৰ মুঠ সঞ্চিত পানীৰ মাত্র ০.৫ শতাংশহে ব্যৱহাৰযোগ্য সেয়ে ই অধিক চিন্তনীয় বিষয় হৈ পৰিছে । বাকীখিনি ব্যৱহাৰ কৰাটো একেবাৰে সম্ভৱ নহয় । কাৰণ সেই পনী অনেক গভীৰত আছে ।

ডব্লিউএমঅ’-ৰ প্ৰতিবেদনত এইটোও জনোৱা হয় যে, বিগত ২০ বছৰত বানজনিত প্রাকৃতিক বিপৰ্যয়ৰ ঘটনা আগৰ দুটা দশকৰ তুলনাত ১৩৪ শতাংশ বৃদ্ধি পাইছে ।

ডব্লিউএমঅ’-ৰ মুৰব্বীজনে লগতে কয়, ‘‘দ্রুত হাৰত গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে বিগত ২০ বছৰত বায়ুমণ্ডলৰ আর্দ্রতা আগৰ দুটা দশকৰ তুলনাত সাত শতাংশ বৃদ্ধি পাইছে । বানপানীত মৃত্যু আৰু অর্থনৈতিক ক্ষয়ক্ষতি সবাটোকৈ বেছি হৈছে এছিয়াত । ইয়াত বানৰ আগতীয়া সতর্কতা জাৰিৰ ব্যৱস্থাক আৰু তীব্ৰ কৰি তোলাৰ ব্যৱস্থা অবিলম্বে গ্ৰহণ কৰিব লাগিব সংশ্লিষ্ট দেশসমূহে ।’’

ডব্লিউএমঅ’-ৰ সাম্প্রতিক প্ৰতিবেদনে লগতে জনাইছে, খৰাৰ বাবে আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছিল বা হৈছে, আফ্রিকাৰ দেশসমূহ ।

এই সন্দৰ্ভত পট্টেৰিয়ে কয়, ‘‘সকলো ৰাষ্ট্রনেতাই কৈছে যে এইবাৰ কিবা এটা হ’লেও কৰিব লাগিব, যাতে গোলকীয় উষ্ণতা আৰু নাবাঢ়ে । কিন্তু সেই কামবোৰ আজি নকৰি কাইলৈ কৰিম বুলি পেলাই থ’লে নহ’ব । অনচিপলমে সমাপন কৰিব লাগিব । এই প্ৰক্ৰিয়াটোৱেই আজি পৰ্যন্ত বহু দেশত আৰম্ভ‌ই হোৱা নাই ।’’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Water CrisisWMO
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d