Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

    গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান

    ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

    নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ড্ৰাগছ সৰৱৰাহকাৰীৰ মূৰৰ কামোৰণি কাৰ্বি আংলং আৰক্ষী

এটা দিনতেই এক কেজিৰো অধিক হেৰইনসহ আটক কে'বাজনো

publisher by publisher
October 9, 2021
in Assam, India, News
Reading Time: 1 min read
0
ড্ৰাগছ সৰৱৰাহকাৰীৰ মূৰৰ কামোৰণি কাৰ্বি আংলং আৰক্ষী
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

অসমৰ প্ৰতিবেশী ৰাজ্য মণিপুৰ আৰু নগালেণ্ডৰ সুদীৰ্ঘ পথ অনায়সে অতিক্ৰম কৰাৰ পাছতো অসমৰ সীমান্ত কাৰ্বি আংলংত প্ৰৱেশ কৰাৰ লগে লগে অসম আৰক্ষীৰ জালত পৰে ড্ৰাগছ সৰৱৰাহকাৰী ৷

ADVERTISEMENT

বিশেষকৈ বিগত সময়ছোৱাত কাৰ্বি আংলং আৰক্ষীয়ে ৩৯ নং আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এনে ড্ৰাগছ সৰৱৰাহকাৰীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ৷

কাৰ্বি আংলংৰ খটখটী,বৰপথাৰ আৰু ডিলাই আৰক্ষীয়ে যোৱা বাৰ ঘণ্টাত এক কেজিৰো অধিক হেৰইন জব্দ কৰাৰ লগতে আটক কৰিছে কেবাজনো সৰৱৰাহকাৰীক ৷

আঠ অক্টোবৰৰ মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এম.এন ০৬-বি-১৩৯১ নম্বৰৰ এখন বাছত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত লাহৰীজান পহৰাচকীৰ আৰক্ষীয়ে তালাচী চলাই ২৭ টা চাবোনৰ বাকচত ভৰাই অনা ৩৪০ গ্ৰাম নিষিদ্ধ হেৰইন জব্দ কৰাৰ লগতে আটক কৰে মণিপুৰৰ বিষ্ণুপুৰৰ আজাদ খান নামৰ সৰৱৰাহকাৰী জনক ৷

আনহাতে আজি এক খবৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথ দুটাৰ কে’বাঠাইত তালাচীৰ ব্যৱস্থা কৰে ৷ তালাচীৰ সময়তে এখন ব্ৰীজা গাড়ী খটখটী আৰক্ষীৰ বেহু ভেদ কৰি তীব্ৰ বেগেৰে পলায়ন কৰে ৷

পৰৱৰ্তী সময়ত বৰপথাৰ আৰক্ষীয়ে চিলনীজান অঞ্চলৰ পৰা গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে গাড়ীখনত তালাচী চলাই গাড়ীৰ দুৱাৰত কৌশলেৰে সোমোৱাই অনা ৬৯৮ গ্ৰাম হেৰইন জব্দ কৰাৰ লগতে আটক কৰে দুই সৰৱৰাহকাৰীক ৷

ধৃত সৰৱৰাহকাৰী দুটা হ’ল মণিপুৰ সেনাপতি জিলাৰ বিকাশ থাপা আৰু আমন দুলহাল ৷ উল্লেখযোগ্য যে উপৰ্যুপৰি কাৰ্বি আংলং আৰক্ষীয়ে মণিপুৰৰ পৰা সৰৱৰাহ হৈ থকা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই সফল হৈ আহিছে যদিও ড্ৰাগছ সৰৱৰাহকাৰীয়ে সলনি কৰি আহিছে ড্ৰাগছ সৰৱৰাহৰ কৌশল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBOKAJANKARBI ANGLONG
publisher

publisher

Related Posts

উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি
India

October 4, 2026
গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d