Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মুকলি নিলাম যোগে সুদীৰ্ঘ ৬৮ বছৰ পাছত পুনৰ মালিকীস্বত্ব লাভ

publisher by publisher
October 9, 2021
in News
Reading Time: 1 min read
0
মুকলি নিলাম যোগে সুদীৰ্ঘ ৬৮ বছৰ পাছত পুনৰ মালিকীস্বত্ব লাভ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

এয়াৰ ইণ্ডিয়াৰ সহকাৰী পাইলটৰ বেগত উদ্ধাৰ গাঞ্জা!

ইৰাণ-ইজৰাইল সংঘাতৰ প্ৰভাৱ: মে’ ৩১লৈকে ইজৰাইললৈ উৰণ স্থগিত এয়াৰ ইণ্ডিয়াৰ 

দেশৰ চৰকাৰী বিমান সংস্থা এয়াৰ ইণ্ডিয়াৰ মালিকীস্বত্ব হস্তান্তৰিত হ’ব টাটা গােষ্ঠীলৈ। ১৯৫০ৰ পৰা বিমান পৰিবহণত ভাৰতৰ ধ্বজাবাহী এয়াৰ ইণ্ডিয়া ব্যক্তিগতকৰণৰ এই প্রক্রিয়া দশকজুৰি বিভিন্ন বিতর্কৰ মাজেৰে অব্যাহত থকাৰ পাছত টাটা ছন্স লিমিটেডে এই দেউলীয়া সংস্থাটোৰ মালিকীস্বত্ব আহৰণৰ বাবে নিলাম প্রক্রিয়াৰ মাজেৰে স্বীকৃত হৈছে।

ADVERTISEMENT

কেন্দ্রীয় চৰকাৰে জনােৱা মতে, এয়াৰ ইণ্ডিয়াৰ বিনিয়ােজনৰ বাবে টাটা ছন্সে দাখিল কৰা ১৮ হেজাৰ কোটি টকাৰ মূল্য গৃহীত হৈছে। ইয়াৰ ফলত ৬৮ বছৰ পাছত পুনৰ এয়াৰ ইণ্ডিয়াৰ মালিকীস্বত্ব লাভ কৰিলে টাটা গােষ্ঠীয়ে।

এয়াৰ ইণ্ডিয়াৰ কম খৰচী বিমান সেৱা ‘এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ’ৰ এশ শতাংশ মালিকীস্বত্ব লাভ কৰিব গােষ্ঠীটোৱে। তদুপৰি এয়াৰ ইণ্ডিয়াৰ বিমানকোঠ সেৱা সংক্রান্তীয় সংস্থা ‘এয়াৰ ইণ্ডিয়া বিমানকোঠ সেৱাৰ ৫০ শতাংশ অংশীদাৰিত্ব লাভ কৰিব।

প্রায় ন দশক পূর্বে ১৯৩২ত টাটা ছন্সে আৰম্ভ কৰিছিল এয়াৰ ইণ্ডিয়া লিমিটেড’ৰ। দেশ স্বাধীন হােৱাৰ পাছত ই চৰকাৰৰ হাতলৈ যায়। কেন্দ্রীয় বিত্ত মন্ত্রণালয়ৰ অধীনস্থ বিনিয়ােজন আৰু ৰাজহুৱা সম্পদ ব্যৱস্থাপনা বিভাগৰ শীর্ষ আমােলা তুহিন কান্ত পাণ্ডই কয় যে ২০২১ৰ শেষ ভাগলৈ চৰকাৰী সকলােবােৰ লেনদেন সমাপ্ত কৰাৰ লক্ষ্য লৈছে।

তেওঁ জনােৱা মতে, টাটা নিয়ন্ত্রিত টালিছ প্রাইভেট লিমিটেডৰ নিবিদা গ্রাহ্য হৈছে। ক্রমবর্ধিত ঘাটি বাজেটৰ জোৰা মাৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে গ্রহণ কৰা শক্তিশালী ব্যক্তিগতকৰণ নীতিৰ অংশৰূপে এই হাইপ্র’ফাইল বিক্রী সম্পন্ন হ’ল।

দেশৰ অধিকাংশ বাণিজ্য খণ্ডতে ব্যক্তিগতকৰণৰ দুৱাৰ মুকলি কৰি দিছে প্রধানমন্ত্রী মােদীয়ে। এয়াৰ ইণ্ডিয়া হস্তান্তৰৰ লগে লগে টাটা ছন্সৰ হাতলৈ আহিল তৃতীয়টো বিমানসেৱা। প্রসংগত উল্লেখ্য যে কে’বাশ বিমান, হেজাৰ হেজাৰ প্রশিক্ষি পাইলট আৰু বিমানকর্মী তথা বিশ্বজুৰি থকা বিমানৰ লেণ্ডিং আৰু পার্কিং চৌহদ লাভ কৰিলে টাটা গােষ্ঠীয়ে ।

তুহিন কান্তই জনােৱা মতে, টাটাৰ উপৰি আন এক বেচৰকাৰী বিমান সংস্থা স্পাইছজেটৰ মুৰব্বী অজয় সিঙে এয়াৰ ইণ্ডিয়াৰ ক্ৰয়ৰ নিলামত অংশ লৈছিল। তেওঁ আগবঢ়োৱা মূল্য আছিল ১৫,১০০ কোটি টকাৰ।

তুহিন কান্ত পাণ্ডেই জনােৱা মতে, টাটা গােষ্ঠীয়ে এয়াৰ ইণ্ডিয়াৰ ১৫,৩০০ কোটি টকাৰ ঋণ পৰিশােধৰ লগতে চৰকাৰক ২৭০০ কোটি টকাৰ নগদ ধন আদায় দিব। প্রকাশিত তথ্য অনুসৰি ৩১ আগষ্ট পর্যন্ত এয়াৰ ইণ্ডিয়াৰ ঋণৰ ধনৰ মূল্য ৬১,৫৬০ কোটি।

টাটা ছন্সে পৰিশােধ কৰা ধনৰ ওপৰঞ্চি বাকী থকাখিনি চৰকাৰে আদায় দিব। এই হস্তান্তৰ চুক্তি অনুসৰি, এয়াৰ ইণ্ডিয়াৰ ভূমি আৰু ঘৰ আদি সম্পত্তি অন্তর্ভুক্ত কৰা হােৱা নাই।

তদুপৰি এয়াৰ ইণ্ডিয়াৰ সকলােবােৰ কৰ্মচাৰীক টাটা ছন্সে কমেও এবছৰ কর্মসংস্থাপন দিব লাগিব। উল্লেখ্য যে এয়াৰ ইণ্ডিয়াৰ আছে ১১৭ খন বিমান আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ লিমিটেডৰ আছে ২৪ খন বিমান।

এক বিবৃতিত টাটা গােষ্ঠীয়ে এই তথ্য ৰাজহুৱা কৰিছে। তদুপৰি দেশৰ অগ্রণী উদ্যোগপতি ৰতন টাটায়াে টুইটাৰযােগে এই হস্তান্তৰৰ বিষয় প্রকাশ কৰিছে। প্রত্যাৱর্তন স্বাগতম এয়াৰ ইণ্ডিয়া’ বুলি এক টুইটত তেওঁ প্রতিক্রিয়া প্ৰকাশ কৰিছে।

তেওঁ টুইটত কয় যে নিশ্চিতভাৱে এয়াৰ ইণ্ডিয়াৰ পুনৰ নিৰ্মাণৰ বাবে যথেষ্ট প্রচেষ্টা লাগিব। অসামৰিক বিমান পৰিবহণ উদ্যোগত টাটা গােষ্ঠীৰ উপস্থিতিলৈ এয়াৰ ইণ্ডিয়াই শক্তিশালী বজাৰৰ সুযােগ আনি দিব বুলি তেওঁ আশা প্রকাশ কৰে।

উল্লেখ্য যে ১৯৯০ত ব্যক্তিগত বিমান পৰিবহণ সেৱাৰ আৰম্ভণিৰ পাছত ২০০০ত কম ব্যয়বহুল বিমানসেৱাৰ প্ৰাচুৰ্যৰ বাবে এয়াৰ ইণ্ডিয়াই ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় এই দুই বজাৰতে ক্ষতিৰ সন্মুখীন হ’বলৈ ধৰে। কিয়নাে দেশে-বিদেশে যাবলৈ একমাত্র বিকল্প হৈ থকা নাছিল এয়াৰ ইণ্ডিয়া।

একেদৰে সেৱা আৰু আতিথ্যৰ অৱনতি ঘটাত ক্ৰমাৎ বজাৰ হেৰুৱাবলৈ ধৰে ভাৰতৰ অতি আপােন এই বিমান সেৱাই। ২০০৭ৰ পৰা লাভৰ মুখ দেখা নাছিল এয়াৰ ইণ্ডিয়াই। মন কৰিবলগীয়া যে টাটা গােষ্ঠীয়েও বিমান সেৱা সুচলভাৱে চলাব পৰা নাই বুলি বিভিন্ন সময়ত সমালােচিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Air IndiaTata Group
publisher

publisher

Related Posts

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d