Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

Corona Vaccine : টিকা তৈয়াৰীত উৎসাহ যোগাব ডিএফচি-য়ে

publisher by publisher
October 17, 2021
in COVID-19, News
Reading Time: 1 min read
0
Corona Vaccine : টিকা তৈয়াৰীত উৎসাহ যোগাব ডিএফচি-য়ে
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

দেশজুৰি বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ! কাম কৰা বন্ধ কৰিলে নেকি ভেকচিনে?

Covid 19 : কৰ’নাৰ বিৰুদ্ধে কৰা যুঁজত কিমান প্ৰয়োজন ভেকছিন চতুৰ্থ ড’জ ?

China : ‘বৃদ্ধি পাইছে ক’ভিড সংক্রমণ, তৎস্বত্ত্বেও বিদেশী প্ৰতিষেধক ব্যৱহাৰ কৰিবলৈ অসন্মত জিনপিং’, চীনৰ সমালোচনা আমেৰিকাৰ

আগন্তুক সপ্তাহতেই কৰ’না প্রতিষেধকৰ ১০০ কোটি ড’জৰ মাইলখুটি স্পর্শ কৰিব ভাৰতে । ইয়াৰ সপ্তাহটোৰ মাজভাগতেই কৰ’নাৰ প্রতিষেধক তৈয়াৰত উৎসাহ যোগাবলৈ ভাৰত ভ্ৰমণত আহিব আমেৰিকাৰ ইন্টাৰনেচনেল ডেভেলপমেন্ট ফাইনেন্স কৰ্প’ৰেচনৰ (ডিএফচি) প্রধান ডেভিড মাৰচিকৰ নেতৃত্বাধীন এটা দল । ভাৰত, আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াক লৈ গঠন কৰা চতুর্দেশীয় অক্ষ কোৱাডৰ তৰফৰ পৰাই এই ভ্ৰমণৰ আয়োজন কৰা হৈছে ।

ADVERTISEMENT

১৮ অক্টোবৰত দক্ষিণ আফ্রিকা ভ্ৰমণ সমাপ্ত হোৱাৰ পাছত আগান্তুক ২৪ৰ পৰা ২৬ অক্টোবৰৰ ভিতৰত ভাৰতত আহিব মাৰচিকৰ নেতৃত্বাধীন দলটো । মূলতঃ উন্নয়নশীল দেশবোৰত কৰ’না প্রতিষেধক তৈয়াৰৰ ক্ষেত্রত উৎসাহ বৃদ্ধি কৰিবলৈ মাৰচিকৰ এই ভ্ৰমণ । মাৰচিকৰ ভ্ৰমণৰ সংগী হ’ব জিম পোলানসহ ডিএফচি-ৰ অন্যান্য কে’বাগৰাকী শীর্ষ বিষয়া । ভাৰতীয় প্রতিষেধক সংস্থা বায়’লজিকেল ই-ৰ হায়দৰাবাদৰ কাৰ্যালয় পৰ্যৱেক্ষণ কৰিব প্রতিনিধিদলটোৱে । লগতে প্রতিষেধক তৈয়াৰৰ ক্ষেত্রত এখন চুক্তিপত্রতো স্বাক্ষৰ কৰিব তেওঁলোকে ।

মূলতঃ নিম্ন আৰু মধ্য আয়ৰ দেশবোৰৰ বিভিন্ন উন্নয়ন প্রকল্পত বিনিয়োগকাৰী ডিএফচি-ৰ তৰফৰ পৰা এক বিবৃতিত জনোৱা হৈছে, কোৱাডভুক্ত চাৰি দেশৰ শীর্ষ নেতাসকলৰ সহযোগিতাত এই প্রকল্প গ্রহণ কৰা হৈছে ।

যোৱা ২৪ ছেপ্টেম্বৰত হোৱাইট হাউছত প্রথমবাৰ মুখোমুখি হৈছিল চাৰি দেশৰ শীর্ষ নেতাসকল । আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন, ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী, অষ্ট্ৰেলিয়াৰ স্কট মৰিছন আৰু জাপানৰ ইয়োশিহিদে ছুগা । সেই বৈঠকত চাৰি শীর্ষ নেতাৰ তৰফৰ পৰা আনুষ্ঠানিক বিবৃতিত জনোৱা হয়, কোভেক্স প্রকল্পত প্রতিষেধক প্ৰস্তুত কৰাৰ ক্ষেত্রত বিনিয়োগ কৰা হ’ব । বিশ্বব্যাপী ১২০ কোটি প্রতিষেধকৰ ড’জ বিতৰণ কৰিবলৈও অংগীকাৰ কৰে কোৱাডৰ শীর্ষ নেতাসকলে । ইতিমধ্যে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দেশবোৰত সাত কোটি ৯০ লাখ প্রতিষেধক দিয়া হৈছে ।

প্রতিষেধক তৈয়াৰৰ ক্ষেত্রত ভাৰতে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে যদিও বিৰোধীসকলে বাৰে বাৰে মোদী চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে, টিকাকৰণৰ গতি কাংক্ষিত পর্যায়ত উপনীত নোহোৱা বুলি ।

কেন্দ্রীয় চৰকাৰৰ এটা সূত্রৰ দাবী, অক্টোবৰত কৰ’না প্রতিষেধকৰ মুঠ ২৮ কোটি ড’জৰ বন্দোৱস্ত কৰা হৈছে । ইয়াৰে ২২ কোটি ড’জ ক’ভিশিল্ড, ছয় কোটি ড’জ কোভেক্সিন আৰু ৬০ লাখ ড’জ জাইক’ভ ডি-ৰ (জাইডাছ কেডিলা) । সূত্রটোৰ দাবী, আগন্তুক বৰ্ষৰ পৰা প্রতি মাহে প্রতিষেধকৰ ৩০ কোটিৰো অধিক ড’জৰ যোগান ধৰা হ’ব । ইয়াৰে ক’ভিশিল্ড, কোভেক্সিন, জাইক’ভ ডি-ৰ লগতে বায়োলজিকেল ই-ৰ প্রতিষেধকো থাকিব ।

অহা নৱেম্বৰৰ ভিতৰতেই বায়’লজিকেল ই-ৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষামূলক প্রয়োগৰ প্ৰতিবেদন প্ৰকাশ কৰা হ’ব । ডিচিজিআই-ৰ অনুমোদন পালে বায়’লজিকেল ই হ’ব তৃতীয় ভাৰতীয় কৰ’না প্রতিষেধক । সেয়ে আগন্তুক বৰ্ষত এই সংস্থাৰ প্রতিষেধককো হিচাপত ৰখা হৈছে । প্রতিষেধক প্ৰস্তুতকৰণৰ দৌৰত আন এটা ভাৰতীয় সংস্থা জেনোভাও আছে । আগন্তুক ফেব্রুৱাৰীৰ ভিতৰতেই জেনোভাৰ প্রতিষেধকো বজাৰত উপলব্ধ হ’ব বুলি ধাৰণা কৰা হৈছে ।

কৰ’না প্রতিষেধকৰ ১০০ কোটি ড’জৰ মাইলখুটিৰ প্ৰতি লক্ষ্য ৰাখি আজি মুক্তি পালে গায়ক কৈলাশ খেৰেৰ ক’ভিডক লৈ বিশেষ গান । আজি সন্ধিয়া পর্যন্ত দেশত মুঠ ৯৭ কোটি ৬২ লাখ ড’জ প্রতিষেধক দিয়া হৈছে । ইতিমধ্যে অন্তত ৩০ শতাংশ দেশবাসীয়ে প্রতিষেধকৰ দুটা ড’জ লাভ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Corona Vaccine
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d