Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Sherlyn Chopra-Raj Kundra:ৰাজ শিল্পাৰ বিৰুদ্ধে এফআইআৰ শ্বাৰ্লিন চোপ্ৰাৰ

publisher by publisher
October 17, 2021
in Entertainment
Reading Time: 1 min read
0
Sherlyn Chopra-Raj Kundra:ৰাজ শিল্পাৰ বিৰুদ্ধে এফআইআৰ শ্বাৰ্লিন চোপ্ৰাৰ
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

শিল্পা-ৰাজৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ ‘লুকআউট’ জাননী জাৰি

Rakhi Sawant Arrest : আৰক্ষীৰ জালত বহু বিতৰ্কিত আইটেম গাৰ্ল ৰাখী সাৱন্ত !

Raj Kundra : পর্ন-কাণ্ডৰ পাছত এইবাৰ বেআইনী অর্থ লেনদেনত অভিযুক্ত শিল্পাৰ স্বামী ৰাজ

ৰাজ কুন্দ্ৰা আৰু শিল্পা চেট্টীৰ বিৰুদ্ধে বৃহস্পতিবাৰে আৰক্ষীত অভিযোগ দাখিল কৰিছিল অভিনেত্ৰী শ্বাৰ্লিন চোপ্ৰাই। ইয়াৰ আগতেও পৰ্ণ কাণ্ডক লৈ মুখ খুলিছিলে অভিনেত্ৰীগৰাকীয়ে।

ADVERTISEMENT

১৪ অক্টোবৰত পুনৰ এই ঘটনাটোক লৈ ৰাজ আৰু শিল্পাৰ ওপৰত যৌন আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল শ্বাৰ্লিনে ।

সংবাদ সংস্থা এএনআইক দিয়া এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয়, “মই ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে যৌন নিৰ্যাতন, প্ৰৱঞ্চনা আৰু অপৰাধমূলক কাৰ্যকলাপৰ বাবে এজাহাৰ দাখিল কৰিছো। “

সাক্ষাৎকাৰৰ আগতে ৰাজ-শিল্পাই উকীলসকলৰ জৰিয়তে আইনী বিবৃতি দিছিল। তাৰকা দম্পতীহালে দাবী কৰিছিল যে যদি ছাৰ্লিনে ৰাজহুৱাভাৱে তেওঁলোকৰ বিৰুদ্ধে কিবা কয় তেন্তে সেইয়া ‘মানহানি’ হিচাপে ধৰা হ’ব।

পৰ্ণ কাণ্ডক কেন্দ্ৰ কৰি চাঞ্চল‍্যকৰ তথ্য প্রকাশ কৰিবলৈ বৃহস্পতিবাৰে মুম্বাইৰ সাংবাদমেল আহ্বান কৰে শ্বাৰ্লিনে । এই পদক্ষেপক সমালোচনা কৰি ৰাজ-শিল্পাৰ অধিবক্তাসকলে দাবী কৰে, ” সংবাদমেল আহ্বান কৰি নিঃসন্দেহে আদালতৰ নিৰ্দেশক অপমান কৰিছে শ্বাৰ্লিনে ।তেওঁ ৰাজহুৱাভাৱে যি কয় তাৰ বাবে তেওঁ আইনী জটিলতাৰ সন্মুখীন হ’ব। “

পৰ্ণ কাণ্ডৰ গোচৰত জুলাই মাহত গ্ৰেপ্তাৰ হৈছিল ৰাজ কুন্দ্ৰা । যোৱা ২১ ছেপ্টেম্বৰত আৰ্থাৰ ৰোড আৰক্ষী থানাৰ পৰা তেওঁ জামিন পাই । মুম্বাই আৰক্ষীয়ে শ্বাৰ্লিন চোপ্ৰাকে ধৰি আন বহুতো সাক্ষীৰ ভাষ্যৰ স’তে ১৫০০ পৃষ্ঠাৰ অভিযোগপত্ৰ এখন প্ৰস্তুত কৰিছিল।

এই ঘটনাক লৈ বাৰে বাৰে মুখ খুলিছে শ্বাৰ্লিনে । আগষ্টত মুম্বাইৰ অপৰাধ শাখাত তেওঁক সোধা-পোছাৰ বাবে মাতি অনা হৈছিল।

দীঘলীয়া জেৰাৰ পাছত ছাৰ্লিনে সংবাদ মাধ্যমক কয়, “আৰ্মছ প্ৰাইমৰ স’তে মোৰ চুক্তি আৰু কামৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হৈছে। ৰাজ কুন্দ্ৰাৰ স’তে মোৰ ব্যক্তিগত সম্পৰ্ক কেনেকোৱা আছিল সেই বিষয়েও মোক প্ৰশ্ন কৰা হৈছে। মই অনুসন্ধানৰ সুবিধাৰ বাবে যিমান সম্ভৱ সহায় কৰিছো। মই বিচাৰো যে এই কেলেংকাৰীত ক্ষতিগ্ৰস্ত হোৱা সকলো ছোৱালীৰ বিচাৰ কৰা হ’ব। “

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Raj KundraSherlyn ChopraShilpa Shetty
publisher

publisher

Related Posts

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই
Entertainment

পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

September 20, 2026
মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল
Entertainment

মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

September 14, 2026
৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে
Entertainment

৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

September 13, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’
Entertainment

দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d