Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Rohingya Camp : ৰোহিংগা শিবিৰৰ আক্ৰমণত নিহত ছয়

publisher by publisher
October 23, 2021
in International, News
Reading Time: 1 min read
0
Rohingya Camp : ৰোহিংগা শিবিৰৰ আক্ৰমণত নিহত ছয়
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী, সেয়া আগতে স্থিৰ কৰা হ’ব

 Rohingya : অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা সাত ৰোহিংগিয়াক গ্ৰেপ্তাৰ ত্ৰিপুৰাত

বাংলাদেশত ৰোহিংগ্যা শিবিৰত নিজস্ব মুদ্ৰা প্ৰচলন সন্ত্ৰাসবাদী আৰছাৰ

কক্সবজাৰৰ উখিয়াত ৰোহিংগা শৰণার্থী শিবিৰৰ এটা মাদ্রাছাত সোমাই এদল দুষ্কৃতীকাৰীয়ে গুলি চালনা কৰে আৰু চোকা অস্ত্রৰে ঘপিয়াই ছজনক হত্যা কৰে । গুৰুতৰভাৱে আহত এজনক স্থানীয় হাস্পাতালত ভর্তি কৰা হৈছে । নিহত সকলোৱেই সেই মাদ্রাছাৰ শিক্ষক বা ছাত্র । সম্প্রতি ৰোহিংগা নেতা আৰু পৰিচিত মানৱ অধিকাৰ কর্মী মহম্মদ মুহিবুল্লাক গুলি কৰি হত্যা কৰা হয় । পাকিস্তানৰ সহায়ত তৈয়াৰ কৰা ৰোহিংগা সন্ত্ৰাসবাদী সংগঠন ‘আৰছা’-ই এই হত্যা কৰিছে কয়  মহিবুল্লাৰ পৰিয়ালবৰ্গই । ইয়াৰ কেইমাহমানৰ পাছতে আজি পুৱাই ৰোহিংগা শিবিৰত বৃহৎ আক্ৰমণ ।

ADVERTISEMENT

বাংলাদেশ আৰক্ষীয়ে জনাইছে, শুকুৰবাৰে পুৱা চাৰি বজাত এদল সশস্ত্র দুষ্কৃতীকাৰীয়ে উখিয়াৰ পালংখালি ইউনিয়নৰ ময়নাৰঘোনা শৰণার্থী শিবিৰৰ মাদ্রাছাটোত আক্ৰমণ চলায় । আক্রান্তসকল সেই সময়ত শো‌ই আছিল । কেইজনমানে পাছফালৰ দুৱাৰেদি পলায়ন কৰিবলৈ সক্ষম হয় যদিও চাৰিজনৰ ঘটনাস্থলীতেই মৃত্যু হয় । হাস্পাতালত লৈ যোৱাৰ পাছত আৰু দুজনৰ মৃত্যু হয় ।আক্রমণকাৰীসকলো ৰোহিংগা বুলি জনাইছে আৰক্ষীয়ে । ঘটনাৰ পাছত তালাচী চলাই এটা পিষ্টল আৰু চোকা অস্ত্রসহ এজন ৰোহিংগাক গ্রেপ্তাৰ কৰা হয় ।

আৰক্ষীৰ দাবী, কক্সবাজাৰত বিশ্বৰ বৃহত্তম শৰণার্থী শিবিৰত ১১ লাখ মানুহ আছে । যথেষ্ট নিৰাপত্তা থকা সত্ত্বেও এদল দুষ্কৃতীকাৰী ম্যানমাৰৰ সীমান্তত মাদক দ্ৰব্য আৰু অস্ত্রৰ চোৰাং বেহাত লিপ্ত । তেওঁলোকৰেই দুই গোষ্ঠীৰ ‌সংঘৰ্ষৰ ফলচ এই আক্রমণ— প্রাথমিকভাৱে এই কথাই জনাইছে আৰক্ষীয়ে । আগতেও ৰোহিংগা শিবিৰত সংঘর্ষ আৰু হত্যাৰ ঘটনা ঘটিছে । বৈদেশিকমন্ত্রী এ কে আব্দুল মোমেনে আজি জনাইছে, ৰোহিংগা শিবিৰত মাদক আৰু অস্ত্রৰ চোৰাং বেহা চৰকাৰৰ চিন্তাৰ বিষয় হৈ পৰিছে ।

ম্যানমাৰ সীমান্তত গুলি চালনা নকৰাৰ বিষয়ত বোজাপৰা থকাত সীমান্ত ৰক্ষীসকলে বহু সময়ত অসহায় হৈ পৰে । চোৰাং চিকাৰীসকলে সেই সুযোগ লয় । বৈদেশিকমন্ত্রীয়ে জনায়, ৰোহিংগা শিবিৰৰ আইনশৃংখলা পৰিস্থিতিক লৈ কালি এটা উচ্চপর্যায়ৰ বৈঠক হৈছে । বৈঠকত সিদ্ধান্ত লোৱা হয় যে, মাদক চোৰাং ব্যৱসায়ীসকলক বাধা দিবলৈ সীমান্তত গুলি চলোৱাৰ অনুমতি দিয়া হ’ব । তাৰ পাছতেই এই হত্যাকাণ্ড ।

উখিয়াৰ আৰক্ষীয়ে অৱশ্যে আশ্রয় শিবিৰত আৰছা সন্ত্ৰাসবাদীসকলৰ উপস্থিতি মানি নলয় । আৰক্ষীৰ দাবী, আৰছা-ৰ নাম লৈ দুর্বৃত্তসকলে নানা ধৰণৰ অপকর্ম কৰিছে । ইয়াৰ ভিতৰত মাদক, সোণ আৰু অস্ত্রৰ চোৰাং বেহা, ডকাইতি, অপহৰণৰ দৰে ঘটনাও আছে । এনে ধৰণৰ ১৪-১৫টা দুষ্কৃতীকাৰী গোষ্ঠী তাত তৎপৰ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Rohingya
publisher

publisher

Related Posts

বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!
International

October 17, 2026
শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d