Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Rohingya : সন্ত্ৰাসবাদীৰ নির্দেশত হত্যা ৰোহিংগা নেতাক, জনালে গুপ্তঘাতকে

publisher by publisher
October 25, 2021
in International, News
Reading Time: 1 min read
0
Rohingya : সন্ত্ৰাসবাদীৰ নির্দেশত হত্যা ৰোহিংগা নেতাক, জনালে গুপ্তঘাতকে
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী, সেয়া আগতে স্থিৰ কৰা হ’ব

 Rohingya : অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা সাত ৰোহিংগিয়াক গ্ৰেপ্তাৰ ত্ৰিপুৰাত

বাংলাদেশত ৰোহিংগ্যা শিবিৰত নিজস্ব মুদ্ৰা প্ৰচলন সন্ত্ৰাসবাদী আৰছাৰ

ৰোহিংগা নেতা মুহিবুল্লাক হত্যা কৰা হৈছে সন্ত্ৰাসবাদী সংগঠন আৰছা-ৰ নেতৃত্বৰ নির্দেশত । ৰোহিংগাসকলক দেশত উভতাই আনিবৰ বাবে তেওঁ তৎপৰ হ’লেও আৰছাই সেইটো বিচৰা নাছিল । সেয়ে মুহিবুল্লাক নিঃশেষ কৰাৰ সিদ্ধান্ত লয় আৰছাই । এই হত্যাকাণ্ডত অংশ লোৱা এজন হত্যাকাৰীয়ে দুদিন পূৰ্বে ধৰা পৰাৰ পাছত তেওঁ আৰক্ষীক এই তথ্য জনায় । আদালতত স্বীকাৰোক্তিমূলক জবানবন্দিও দিছে এই হত্যাকাৰীজনে ।

ADVERTISEMENT

বাংলাদেশ চৰকাৰ স্বীকাৰ নকৰিলেও কক্সবজাৰৰ উখিয়াত ৰোহিংগা শৰণার্থী শিবিৰবোৰত ম্যানমাৰৰ সন্ত্ৰাসবাদী সংগঠন আৰছা (আৰাকান ৰোহিংগা ছালভেচন আর্মী)-ৰ উপস্থিতি আৰু দৌৰাত্ম্য ক্রমশ প্রকট হৈছে । ৰোহিংগা নেতা মহম্মদ মুহিবুল্লাক কে’বামাহ আগতে অজ্ঞাত পৰিচয় হত্যাকাৰীসকল শৰণার্থী শিবিৰতেই গুলি কৰি হত্যা কৰাৰ পাছত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে সেয়া সাধাৰণ দুষ্কৃতীৰ কাম বুলি বর্ণনা কৰিছিল ।

কিন্তু মুহিবুল্লাৰ পৰিয়ালবৰ্গই আৰম্ভণিৰ পৰাই অভিযোগ কৰি আহিছিল, পাকিস্তানৰ সহায়ত আৰু প্রশিক্ষণত তৈয়াৰী কট্টৰপন্থী ইছলামী সন্ত্ৰাসবাদী সংগঠন আৰছাই এই হত্যা কৰিছে । তেওঁলোকে কিছুদিনৰ পৰা মুহিবুল্লাক হুমকি দি আছিল । সম্প্রতি শৰণার্থী শিবিৰৰ এটা মাদ্রাছাত আক্ৰমণ চলাই ছজনক হত্যা কৰা হৈছে । আৰক্ষীয়ে এই হত্যাকাণ্ডক মাদক দ্ৰব্যৰ চোৰাং ব্যৱসায়ী গোষ্ঠীৰ সংঘর্ষ বুলি বর্ণনা কৰিলেও, ইয়াৰ লগতো আৰছা-ৰ নাম উত্থাপন হৈছে ।

আৰাকান ৰোহিংগা ছ’চাইটী ফৰ পিছ এণ্ড হিউমেন ৰাইটছৰ চেয়াৰমেন মুহিবুল্লাই শৰণার্থীসকলক সন্মানজনকভাৱে দেশত উভতোৱাৰ দাবীত আন্তর্জাতিক মহলত যোগাযোগ কৰি পৰিচিতি পাইছিল । গ্রেপ্তাৰ হোৱা আজিজুল হকে জনাইছে, এনেদৰে তেওঁ গুৰুত্বপূর্ণ হৈ উঠাত আৰছা অসন্তুষ্ট হৈছিল । সন্ত্ৰাসবাদী সংগঠনে তেওঁক স্তব্ধ হ’বলৈ কৈছিল । কিন্তু তেওঁ মান্তি নহয় । আজিজুলে জনাইছে, সংগঠনৰ ‘ওপৰ মহল’ৰ পৰা নির্দেশ অহাৰ পাছত তাক ৰূপায়ণৰ বাবে তেওঁলোক কেইজনমান স্থানীয় এটা টিলাত বৈঠকত মিলিত হয় । সিদ্ধান্ত লয় পাছৰ দিনাই এই ৰোহিংগা নেতাক হত্যা কৰা হ’ব ।

পৰিকল্পনা অনুযায়ী এদল বন্দুকধাৰী শিবিৰত এটা অমিতা বাগানত গোট খায় । দুজন ব্যক্তিয়ে মুহিবুল্লাক জনায়, কিছুসংখ্যক শৰণার্থী উভতি যাব বিচাৰে । তেওঁলোকে কথা পাতিব আহিব । পাছত মুহিবুল্লাই তেওঁৰ দফতৰত বহাৰ পাছত বন্দুকধাৰীসকলে আক্ৰমণ কৰে । আজিজুলে জনাইছে, তেওঁৰ কাম আছিল দুৱাৰৰ আগফালে থিয় হোৱা । ঘৰৰ ভিতৰত থকা তিনিজন বন্দুকধাৰীয়ে লক্ষ্যত গুলি কৰিব নোৱাৰিলে, তেওঁ গুলি কৰিবলগীয়া হ’ল হয় । কিন্তু ঘৰৰ ভিতৰত সোমাই হত্যাকাৰীসকলে মুহিবুল্লাক নিচেই কাষৰ পৰা গুলি কৰি হত্যা কৰে ।

২০১৮-ৰ আগষ্টত আৰছা-ৰ সন্ত্ৰাসবাদীসকলে একে নিশাতে ম্যানমাৰ আৰক্ষী আৰু সেনাসকলৰ ৩৯টা শিবিৰত আক্ৰমণ কৰি কিছুসংখ্যকক হত্যা কৰে । তাৰেই প্ৰতিশোধ হিচাপে সেনাসকলে ৰোহিংগাসকলৰ উৎখাতত নামে । প্রায় ১১ লাখ ৰোহিংগাই বাংলাদেশত আশ্রয় লয় । ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ শাখাই তেওঁলোকৰ আশ্রয়ৰ ব্যৱস্থা কৰিলেও অভিযোগ উত্থাপিত হয়, শৰণার্থীসকলৰ মাজতেই সন্ত্ৰাসবাদীৰ একাংশ সোমাই আছে ।

কিন্তু নানা বাধ্যবাধকতাৰ বাবে বাংলাদেশ চৰকাৰে এতিয়াই আৰছা-ৰ উপস্থিতি স্বীকাৰ কৰিব নিবিচাৰে । ম্যানমাৰ সীমান্তৰে মাদক দ্ৰব্য, সোণ, অস্ত্রৰ চোৰাং বেহাত শিবিৰৰ ৰোহিংগাসকলৰ একাংশ জড়িত হৈ আছে বুলি, সম্প্রতি বৈদেশিকমন্ত্রী এ কে আব্দুল মোমেনে স্বীকাৰ কৰিছে । তেওঁ জনায়, বিষয়টো সম্প্ৰতি উদ্বেগজনক হৈ পৰিছে । চোৰাং ব্যৱসায় ৰোধ কৰিবলৈ সেই সীমান্তত গুলি চালনাৰ নির্দেশ দিব সীমান্ত ৰক্ষীসকলক — এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Arakan Rohingya Salvation ArmyArakan Rohingya Society For Peace and Human RightsARSAMohammad Mohib UllahRohingya
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d