Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Narendra Modi : চাৰিটা কাৰণত দেওবাৰে ৰোমত প্রধানমন্ত্রী মোদীৰ জলবায়ু পৰিৱর্তন বক্তব্য গুৰুত্বপূর্ণ

publisher by publisher
October 31, 2021
in India, International, News
Reading Time: 1 min read
0
Narendra Modi : চাৰিটা কাৰণত দেওবাৰে ৰোমত প্রধানমন্ত্রী মোদীৰ জলবায়ু পৰিৱর্তন বক্তব্য গুৰুত্বপূর্ণ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

দেওবাৰে ৰোমত অনুষ্ঠিত হ’ব জি-২০-ৰ দ্বিতীয় অধিবেশন । য’ত ভাৰতৰ প্রধানমন্ত্রী নৰোন্দ্র মোদীয়ে কথা ক’ব জলবায়ু পৰিৱর্তনক লৈ । শনিবাৰে জি-২০ সন্মিলনৰ প্রথম অধিবেশনত স্বাস্থ্য আৰু কৰ’না অতিমাৰীৰ বিৰুদ্ধে যুঁজৰ বিষয়ে বক্তব্য দাঙি ধৰিব প্রধানমন্ত্রী মোদীয়ে । ক’ভেক্সিনক বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন দিয়াৰ প্রসংগৰ পৰা আৰম্ভ কৰি বিশ্বৰ বিভিন্ন দেশক ভাৰতৰ টিকা সৰবৰাহসহ একাধিক বিষয় উত্থাপন হৈছে আলোচনাত । কিন্তু অতিমাৰী পৰিস্থিতিতো দেওবাৰৰ আলোচনাত প্রধানমন্ত্রী মোদীয়ে জলবায়ু পৰিৱর্তন সন্দৰ্ভত কি ক’ব, সেয়া হ’ব লক্ষ্যণীয় ।

ADVERTISEMENT

১। ৰোমৰ জি ২০-ৰ দ্বিতীয় অধিবেশনৰ পাছত প্রধানমন্ত্রী মোদী যাব গ্লাছগোত । গ্লাছগোত দেওবাৰৰ পৰা জলবায়ু পৰিৱর্তন সংক্রান্ত ২৬তম ‘কনফাৰেন্স অৱ পার্টিজ’ অনুষ্ঠিত হ’ব । এইটো জলবায়ু সমস্যাৰ সমাধানৰ বাবে ৰাষ্ট্রসংঘৰ পৰিকাঠামোগত সন্মিলন। ওই সন্মিলনত উপস্থিত থাকিব ২০০ৰো অধিক দেশ । জি-২০ জলবায়ু সংক্রান্ত অধিবেশনক গ্লাসগোৰ সন্মিলনত প্রথম পর্যায় বুলি ধৰি লোৱা হৈছে । জি-২০-ৰ বৈঠকত ৰাষ্ট্রনেতাসকলে যি বক্তব্য ৰাখিব, সেই বিষয়ে আলোচনা হ’ব গ্লাসগোত ।

২। সম্প্ৰতি বিশ্বৰ মুঠ গ্রীন হাউছ গেছ নির্গমনৰ ৮০ শতাংশৰ বাবে দায়ী পাঁচখন দেশ । চীন, আমেৰিকা, ভাৰত, ব্রাজিল আৰু জার্মানী । পাঁচখন দেশেই জি-২০-ৰ সদস্য ।

৩। গ্রীন হাউছ গেছ জলবায়ু প্ৰদূষণৰ অন্যতম কাৰণ বুলি জনাইছে বিজ্ঞানীসকলে । এই গ্রীন হাউছ গেছ নির্গমনত সমগ্ৰ বিশ্বত ভাৰত তৃতীয় স্থানত আছে । ভাৰতৰ আগত আছে চীন আৰু আমেৰিকা । গ্লাছগোত ৰাষ্ট্রসংঘৰ জলবায়ু পৰিৱর্তন সংক্রান্ত সন্মিলনত প্রধানমন্ত্রী মোদীৰ উপস্থিতি আৰু তেওঁৰ বক্তব্যক সেয়ে বিশেষ গুৰুত্ব দিয়া হৈছে ।

৪। আমেৰিকাই দীর্ঘদিন ধৰি ভাৰতক জলবায়ুৰ বিষয়ত সতর্ক কৰি আহিছে । ভাৰতৰ দৰে উন্নয়নশীল দেশত কলকাৰখানা আৰু উদ্যোগৰ কাম চলি থাকিব । এই ক্ষেত্রত জলবায়ু প্ৰদূষণ নিয়ন্ত্রণত অন্যান্য দেশবোৰে যি পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া ভাৰতকো অনুসৰণ কৰিবলৈ কৈছে আমেৰিকাই । বৃক্ষৰোপণ, প্রযুক্তিৰ সহায়ত গ্রীন হাউছ গেছ নির্গমন কমাবলৈ পদক্ষেপ কৰিবলৈ কোৱা হৈছিল । সেই পৰামর্শ ভাৰতে কিমান অৱলম্বন কৰিছে, সেই বিষয়ে জানিব পৰা যাব মোদীৰ বক্তব্যত ।

স্কটলেণ্ডৰ গ্লাছগোত ৰাষ্ট্রসংঘৰ কনফাৰেন্স অৱ পার্টিজ চলিব ১৩ দিন পৰ্যন্ত । ৩১ অক্টোবৰত আৰম্ভ হৈ ১২ নৱেম্বৰত সমাপ্ত হ‘ব সন্মিলন । ৰোমৰ পৰা গ্লাছগোলৈ যাব প্রধানমন্ত্রী মোদী । অন্যান্য দেশৰ ৰাষ্ট্রনেতাসকলেও ৰোমৰ পৰা গ্লাছগোত যাব ৰাষ্ট্রসংঘৰ সন্মিলনত যোগ দিবলৈ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Climate Change ConferenceNarendra ModiRomeUnited Nations
publisher

publisher

Related Posts

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d