Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Afghanistan Crisis : অনুমতি দিয়া নাই পাকিস্তানে, খাদ্য সংকটত থকা আফগানিস্তানত ত্ৰাণ পঠাব পৰা নাই ভাৰতে

publisher by publisher
November 4, 2021
in India, International, News
Reading Time: 1 min read
0
Afghanistan Crisis : অনুমতি দিয়া নাই পাকিস্তানে, খাদ্য সংকটত থকা আফগানিস্তানত ত্ৰাণ পঠাব পৰা নাই ভাৰতে
1
SHARES
12
VIEWS
ShareShareShareShare

আফগানিস্তানত তালিবানে দ্বিতীয়বাৰ চৰকাৰ গঠনৰ পাছত বহু দেশে ত্রাণ আৰু অনুদানৰ বিপুল পৰিমাণৰ অর্থ পঠোৱা বন্ধ কৰিছে । তেনে সময়তে আফগানিস্তানত প্রবল খাদ্য সংকটৰ শংকা কৰিছে আন্তর্জাতিক মানৱ অধিকাৰ সংগঠনবোৰে । চীন আৰু তুৰস্কৰ দৰে কিছুসংখ্যক দেশে ইতিমধ্যে আফগানিস্তানত ত্রাণ পঠোৱা আৰম্ভ কৰিছে । এই পর্যন্ত নতুন দিল্লীয়ে তালিবান চৰকাৰক স্বীকৃতি নিদিলেও আফগানিস্তানৰ জনসাধাৰণক খাদ্যৰ যোগান ধৰিবলৈ আগবাঢ়ি আহিছিল ভাৰত । কিন্তু অভিযোগ, পাকিস্তান চৰকাৰৰ অনুমতি নোপোৱাৰ বাবে ভাৰতে আফগানিস্তানত ত্রাণ পঠাব পৰা নাই, ইয়াকে লৈ সংশয় দেখা দিছে ।

ADVERTISEMENT

বৈদেশিক মন্ত্রণালয় সূত্রে জনানো হৈছে, সম্প্রতি ৫০ হেজাৰ মেট্রিক টন গম আফগানিস্তানত প্ৰেৰণ কৰিবৰ বাবে পাকিস্তানৰ পথ ব্যৱহাৰৰ অনুমতি বিচাৰিছিল ভাৰতে । বিপুল পৰিমাণৰ গম আকাশ পথেৰে পঠোৱাত সমস্যা হ’ব বুলি স্থলপথত ট্রাকেৰে পাকিস্তান হৈ আফগানিস্তানলৈ লৈ যোৱাৰ কথা ভাবিছিল । ইয়াৰ বাবে প্ৰায় পাঁচ হেজাৰ ট্রাকৰ প্রয়োজন । যোৱা মাহতেই ভাৰতে পত্ৰ লিখি পাক চৰকাৰৰ অনুমতি বিচাৰিছিল যাতে ট্রাকবোৰ পাকিস্তানত প্ৰৱেশ কৰিব পাৰে । সেই প্রস্তাৱত অসন্মতি জনায় পাকিস্তানে । কিন্তু ভাৰতৰ অভিযোগ, এই পৰ্যন্ত ইছলামাবাদে ট্রাকবোৰ দেশত সোমোৱাৰ অনুমতি দিয়া নাই । ফলত আফগানিস্তানত ত্রাণ পঠোৱাৰ বিষয়টো সম্পূৰ্ণ স্তব্ধ হৈ আছে ।

RelatedPosts

পাকিস্তানৰ প্ৰায় ৮০ শতাংশ পুৰুষ সমকামী!

বৈশাখী উদযাপনত ২,৮০০-তকৈ অধিক ভাৰতীয় তীৰ্থযাত্ৰীক ভিছা মঞ্জুৰ পাকিস্তানৰ

পাকিস্তানত পুনৰ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি

লগতে, আফগানিস্তান প্রসংগত ভাৰতে আহ্বান কৰা এক আলোচনাত তেওঁ অংশ নলয় বুলিও স্পষ্টভাৱে জনাইছে পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মইদ ইউছুফে । আফগানিস্তানৰ তালিবান চৰকাৰৰ পৰা চুবুৰীয়া দেশবোৰ সুৰক্ষিত হয় নে নহয়, সেই সন্দৰ্ভত আলোচনা কৰিবলৈ আগন্তুক ১০-১১ নৱেম্বৰত এটা সন্মিলনৰ আহ্বান জনাইছে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে । পাকিস্তানৰ লগতে, চীন, তৰস্ক, ইৰান, উজবেকিস্তান, তাজিকিস্তানকো বৈঠকত যোগ দিয়াৰ আমন্ত্রণ জনাইছিল ভাৰতে । কালি ইছলামাবাদত ভাৰতক কটাক্ষ কৰি মইদে সাংবাদিকসকলক কয়, ‘‘যিয়ে সমস্যা সৃষ্টি কৰে তেওঁলোক কেতিয়াও শান্তি প্রতিষ্ঠা কৰিব নোৱাৰে ।’’ সমগ্ৰ দক্ষিণ এছিয়াত সন্ত্ৰাসবাদী কার্যকলাপৰ বাবে ভাৰতকে দোষাৰোপ কৰে মইদে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AfghanistanindiaPakistan
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d