মেষ :কিবা কাৰণতে মানসিক অশান্তি বৃদ্ধি পাব শৰীৰত আঘাত প্রাপ্তিৰ সম্ভাৱনা দেখা যায়। আর্থিক ক্ষেত্ৰত শুভ যদিও ব্যয় বৃদ্ধিৰ ফল মানসিক চিন্তা, আইনজীৱিৰ বাবে দিনটো শুভ ফল দায়ক হ’ব।
বৃষ : বিভিন্ন কাৰণতে ব্যয়ৰ পৰিমাণ অত্যধিক বৃদ্ধি পাব। আকস্মিক অর্থপ্রাপ্তিৰ যােগ দেখা যায়। পেট আৰু দাঁতৰ সমস্যাত কষ্ট পাব পাৰে সামাজিক কাম-কাজৰ ক্ষেত্ৰত সন্মান বৃদ্ধিৰ বােগ। বিদ্যার্থীৰ মধ্যম।
মিথুন : কোনােবাই আপােনাৰ লগত প্ৰতাৰণা কৰিব পাৰে। শুভ সংবাদ প্রাপ্তিৰ যােগ আছে। আকস্মিক ভাবে কর্মক্ষেত্ৰত বাধা দেখা দিব পাৰে বুধৰ প্ৰভাৱত ব্যৱসায় বাণিজ্যত কিছু হলেও শুভ প্রভাৱ পৰিব।
কর্কট :নতুন কামত উন্নতি-অব্যাহত থাকিব আর্থিক উন্নতিৰ কামত কিছু হলেও ঋণ পৰিশােধ কৰিব পাৰিব। গৃহবিবাদৰ ভয় আছে। ভ্ৰমণৰ যােগ আছে যদিও আজি ভ্রমণ নকৰাই ভাল হ’ব।
সিংহ: ৰাহুৰ অশুভ প্রভাৱৰ ফলত কর্মক্ষেত্ৰত ব্যাখ্যা ঘটিব পাৰে। যান বাহনৰ পৰা ভয় আছে। গতিকে চলাফুৰাত সতর্ক থাকিব। শত্ৰুৱে আপােনাৰ ক্ষতি কৰিব বিচাৰিব, গতিকে শত্ৰুৰ পৰা সতর্ক থাকিব।
কন্যা :বুধৰ প্ৰভাৱত দৈনন্দিন কামত উৎসাহ বৃদ্ধি পাব। বিশেষ কোনাে কামৰ বাবে বাহিৰলৈ যােৱাৰ যােগ আছে, তেজ সংক্রান্ত বেমাৰত ভুগিব পাৰে। ব্যৱসায় বাণিজ্যত ভাল ফল আশা কৰিব পাৰে। বিদ্যার্থীল শুভ
তুলা : শুক্র শুভ প্রভাৱত ৰাজহুৱা সন্মান লাভৰ যােগ কর্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব। কিবা বিষয়লৈ পতি-পত্নীৰ মাজত বিৰােধ দেখা দিব পাৰে পিতৃ-মাতৃয়ে সন্তানৰ গতিবিধিৰ উপৰত লক্ষ ৰাখিব। প্রেমত অশুভ।
বৃশ্চিক: নানান বাধা বিঘ্নিৰ মাজেৰে দিনটো পাৰ হ’ব। শত্রু দ্বাৰা আক্রান্ত হ’ব পাৰে। গতিকে শত্ৰুৰ গতিবিধিৰ ওপৰত লক্ষ ৰাখিব কি’বা বিষয় লৈ নিকট আত্মীয়ৰ লগত বিৰােধ দেখা দিব পাৰে।
ধনু : বৃহস্পতিৰ শুভ প্রভাৱত মনত কোনাে আশাৰ সঞ্চাৰ হ’ব পাৰে শত্ৰুৱে বিৰােধীতা কৰিবও আপােনা কোনাে ক্ষতি কৰিব নােৱাৰে ব্যৱসায়-বাণিজ্যত মধ্যম ফলদায়ক হ’ব।
মকৰ: দৈনন্দিন কাম-কাজত উন্নতি আকস্মিক কোনাে বিপদৰ সন্মুখীন হ’ব পাৰে। গতিকে দিনটোত সতর্কতা অৱলম্বন কৰিব। বিদ্যার্থীৰ শুভ
কুম্ভ: সামাজিক দিশত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধিৰ যােগ। দুর্ঘটনাৰ ভয় সন্তানৰ দ্বাৰা পিতৃ-মাতৃৰ সন্মান বৃদ্ধিৰ যােগ। বিদ্যার্থীৰ শুভ ফলদায়ক
মীন :পাৰিবাৰিক ক্ষেত্রত শুভ ফলদায়ক হব কিবা বিষয়লৈ দূৰ লগত মতবিৰােধ হ’ব পাৰে। পিতৃ-মাতৃৰ অসুস্থতাৰ কাৰণে অর্থ ব্যয়। চাকৰিয়ালসকলে সতর্কতাৰ কর্তব্য পালন কৰিব।



































