Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Environment

Air Pollution : বিশ্বৰ সবাতোকৈ প্ৰদূষিত চহৰৰ ভিতৰত ভাৰতৰেই তিনি

publisher by publisher
November 13, 2021
in Environment, India, International, News
Reading Time: 1 min read
0
Air Pollution : বিশ্বৰ সবাতোকৈ প্ৰদূষিত চহৰৰ ভিতৰত ভাৰতৰেই তিনি
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

বায়ুৰ মান আৰু প্ৰদূষিত চহৰ চিহ্নিত কৰা ছুইজাৰলেণ্ডৰ এটা সংস্থাই সম্প্রতি বিশ্বৰ আটাইতকৈ প্ৰদূষিত ১০খন চহৰৰ কথা দাঙি ধৰিছে । জানিলে অবাক হ’ব এই দশৰ ভিতৰত ভাৰতৰেই তিনি চহৰ আছে ! আইকিউএয়াৰ নামে ছুইছ সংস্থাটো ৰাষ্ট্রসংঘৰ প্ৰদূষণ সংক্রান্ত প্র’গ্রামৰ তথ্যপ্রযুক্তি সহায়ক ।

ADVERTISEMENT

ছুইছ সংস্থাই প্ৰকাশ কৰা তালিকাত প্রথমতেই আছে দিল্লীৰ নাম । নৱেম্বৰৰ আৰম্ভণিৰ পৰা বিষাক্তৰ পৰা বিষাক্ততৰ হৈছে দিল্লী বতাহ । বিগত ২৪ ঘণ্টাত দিল্লীৰ বায়ু মান সূচক আৰু কিছু বৃদ্ধি হৈ শনিবাৰে পুৱা ৫৫৬ হয়‌ । শীঘ্ৰে পৰিবহণ ৩০ শতাংশ কমোৱাৰ নির্দেশ জাৰি কৰিছে কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্রণ পৰিষদে । প্রতি বছৰে দীপাৱলীৰ পাছত এনে পৰিস্থিতিৰ সৃষ্টি হয় দিল্লীত । আতচবাজী জ্বলোৱাৰ লগতে চুবুৰীয়া ৰাজ্যৰ কৃষি ভূমিত শস্যৰ নৰা জ্বলোৱা ইয়াৰ অন্যতম কাৰণ ।

বিশ্বৰ দ্বিতীয় প্ৰদূষিত চহৰ হিচাপে পাকিস্তানৰ লাহৌৰৰ নাম উত্থাপন হৈছে । সম্প্রতি লাহৌৰৰ উচ্চ ন্যায়ালয়েও প্ৰদূষণ নিয়ন্ত্রণক লৈ এটা গোচৰ ৰুজু কৰা হৈছে । গোচৰৰ শুনানিত ন্যায়াধীশে স্পষ্টভাৱে জনাইছে, প্ৰদূষণ নিয়ন্ত্রণৰ কোনো ব্যৱস্থাই লোৱা নাই পাকিস্তানৰ প্রশাসনিক বিষয়াসকলে ।

তৃতীয় প্ৰদূষিত চহৰ বুলগেৰিয়াৰ ছোফিয়া । বায়ু মান সূচক ১৭৮ । এইখন ইউৰোপৰ আটাইতকৈ প্ৰদূষিত চহৰ । বিশ্ব স্বাস্থ্য সংস্থা (হু)-ৰ সমীক্ষা অনুযায়ী, প্রতি বছৰে বুলগেৰিয়াৰ ন হেজাৰ মানুহ বায়ু প্ৰদূষণজনিত ৰোগত আক্রান্ত হৈ মৃত্যু হয় ।

চতুর্থ প্ৰদূষিত চহৰ কলকাতা । কলকাতাৰ পৰিস্থিতিও চিন্তনীয় । এই চহৰৰ বায়ু মান সূচক ১৭৭ । অত্যধিক কলকাৰখানা আৰু যানবাহনেই ইয়াৰ কাৰণ বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে ।

ছুইছ সংস্থাৰ সমীক্ষা অনুযায়ী, ক্রোয়েছিয়াৰ ৰাজধানী জাগ্রেব-ৰ অৱস্থা শীতকালত শোচনীয় হৈ পৰে । সেই সময়ত ধোঁৱাই ঢাকি পেলায় সম্পূৰ্ণ চহৰ । শ্বাস লোৱাত সমস্যা হয় বাসিন্দাসকলৰ । পঞ্চম প্ৰদূষিত এই চহৰৰ বায়ু মান সূচক ১৭৩ ।

ষষ্ঠ স্থানত আছে ভাৰতৰ আন এক চহৰ মুম্বাই । কলকাতাতকৈ প্ৰদূষণৰ নিৰিখত কিছু পিছুৱাই আছে মুম্বাই । ইয়াৰ বায়ু মান সূচক ১৬৯ ।

ছার্বিয়াৰ ৰাজধানী বেলগ্রেড ইউৰোপৰ আদি চহৰ । তাপবিদ্যুৎ উৎপাদন কেন্দ্র আৰু বিভিন্ন খনি এই চহৰৰ প্ৰদূষণৰ মূল কাৰণ । ইয়াৰ উপৰি কাৰখানা আৰু যানবাহনৰ ধোঁৱা । সমীক্ষা অনুযায়ী, বেলগ্ৰেডত বায়ু মান সূচক ১৬৫ ।

অষ্টম স্থানত আছে চীনৰ চেংগদু । ইয়াৰ বায়ু মান সূচক ১৬৫ । কাৰখানা আৰু অত্যধিক যানবাহন নিয়ন্ত্রণ নকৰিলে এই চহৰৰ পৰিস্থিতি আগন্তুক দিনত আৰু ভয়াবহ হৈ উঠিব পাৰে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

কাৰখানাৰ পৰা নিৰ্গত ধোঁৱা, যানবাহন আৰু গৃহস্থালিৰ ধোঁৱাৰ কাৰণে প্ৰদূষণৰ চাদৰত ঢাক খাইছে উত্তৰ মেছিড’নিয়াৰ চহৰ স্কপজে । ইয়াৰ বায়ু মান সূচক ১৬৪ । বিশেষজ্ঞসকলৰ মতে, বায়ু প্ৰদূষণৰ বাবে প্রত্যক্ষভাৱে প্রতি বছৰে প্রায় আঢ়ৈ হেজাৰ মানুহৰ মৃত্যু ঘটে চহৰখনত ।

পোলেণ্ডৰ ক্রাকো বিশ্বৰ দশম প্ৰদূষিত চহৰ । ছুইছ সংস্থাৰ সমীক্ষা অনুযায়ী, ইয়াৰ বায়ু মান সূচক ১৬০ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AIR POLLUTIONDELHIIQAirMUMBAI
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d