Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

    Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

    Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰ বাৰ ৱান ছুইট মাল্টাৰ খেতি কৰি স্বাৱলম্বী গোৱালপাৰাৰ বিপুল চন্দ্ৰ নাথ

publisher by publisher
November 18, 2021
in Assam, India, News
Reading Time: 1 min read
0
উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰ বাৰ ৱান ছুইট মাল্টাৰ খেতি কৰি স্বাৱলম্বী গোৱালপাৰাৰ বিপুল চন্দ্ৰ নাথ
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Goalpara:মাকৈৰ মূল্য হ্ৰাস, গোৱালপাৰা-বৰপেটাৰ কৃষকৰ মাজত হাহাকাৰ

Wild Elephant Attack:গোৱালপাৰাত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ

Accident:গোৱালপাৰাৰ জলেশ্বৰত ৰাজপথত ই- ৰিক্সাৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ

চৰকাৰী চাকৰি বিচাৰি যি সময়ত একাংশ নিবনুৱা যুৱক-যুৱতীয়ে হাহাকাৰ কৰি ফুৰিছে ঠিক সেই সময়তে গোৱালপাৰা জিলাৰ মৰনৈস্থিত সৈনিক স্কুলৰ নিকটৱর্তী দহিকটা গাঁৱৰ এগৰাকী উচ্চ শিক্ষিত লোকে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে বাৰ ৱান মাল্টা খেতিৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । সূত্ৰ অনুসৰি, দহিকটাৰ বিপুল চন্দ্ৰ নাথে স্থানীয় দহিকটা ভোজমেলা হাইস্কুলৰ পৰা ইংৰাজীত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পাছত ইংৰাজী বিভাগত অনাৰ্ছ লৈ স্নাতক ডিগ্ৰী লাভ কৰিছিল । পাছত চাকৰিৰ ক্ষেত্ৰত প্ৰতাৰণাৰ বলি হৈ কৃষিকাৰ্যৰ ওপৰত মনোনিবেশ কৰে ।

ADVERTISEMENT

১২ বিঘা মাটিত ৰবৰ খেতি কৰা উচ্চ শিক্ষিত যুৱকজনে আৰাম্ভণীৰে পৰাই কিছু নতুন খেতি কৰাৰ বাবে মনত প্ৰচুৰ হাবিয়াস পুহি ৰাখিছিল । সেয়ে ঘৰৰ কাষতে থকা চাৰি বিঘা মাটিত থাইলেণ্ড প্ৰজাতিৰ বগৰী খেতি কৰিব বুলি মন মেলাৰ সময়তে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কৃষক আব্দুল হালিমৰ সংস্পৰ্শলৈ আহে । আদৰ্শ কৃষক আব্দুল হালিমে নিজৰ মাটিত আৰম্ভ কৰিছিল বাৰ ৱান ছুইট মাল্টা নামৰ এবিধ নতুন ফলৰ খেতি । কিন্তু বান বিধস্ত অঞ্চলত এইবিধ খেতি সম্ভৱ নহ’ল বাবে সতীৰ্থ কৃষক বিপুল চন্দ্ৰ নাথক ফলবিধৰ খেতি কৰিবলৈ পৰামৰ্শ দিয়ে ।

নাথৰ মাটি উক্ত ফলবিধৰ বাবে উপযুক্ত বুলি বিবেচনা কৰি পৰীক্ষামূলকভাৱে ফলবিধৰ খেতি কৰিবলৈ পৰামৰ্শৰ লগতে উৎসাহিত কৰে । আগ্ৰহী খেতিয়ক নাথে আৰম্ভ কৰি দিলে চাৰি বিঘা মাটিত বাৰ ৱান ছুইট মাল্টাৰ খেতি । পশ্চিমবংগৰ পৰা ৫৩০ টা পুলি ক্ৰয় কৰি আনি অভিজ্ঞ কৰ্ষি কৰ্মীৰ জৰিয়তে ২০১৯ৰ ১৮ এপ্ৰিলত ৰোপণ কৰে । নাথৰ এই কাৰ্যত সহায় কৰে জ্যেষ্ঠ ভাতৃ ধীৰেণ চন্দ্ৰ নাথ আৰু পুত্ৰ হীৰক জ্যোতি নাথে ।

এই খেতিৰ বাবে বৰ্তমানলৈকে প্ৰায় চাৰি লাখ ৫০ হেজাৰ টকা খৰচ কৰিবলগীয়া হৈছে । অৱশ্যে কৃষি বিভাগৰ ফালৰ পৰা পানী যোগান ধৰিবলৈ ডিপ ইৰিগেচন (পাইপ)ৰ লগতে চাৰিওফালে নেটেৰে বেৰ দিয়াৰ ব্যৱস্থা কৰি দিছে । তিনি বছৰ পাছত এইবিধ ফল লগাৰ কথা যদিও দুবছৰতে নাথৰ বাৰীত লমা-লমে লাগিল ফল । দেখিবলৈ মৌচুমীৰ দৰে হ’লেও ৰস আৰু সোৱাদ মৌচুমীতকৈ অধিক বেছি । ফলবিধৰ বিশেষত্ব এই যে গৰু ছাগলীয়ে সেই গছত মুখ নিদিয়ে ।

এই বাতৰি যুগুতোৱা লৈকে কিলো প্ৰতি এশ টকাকৈ নাথে সাত কুইণ্টল ফল বিক্ৰী কৰিছে আৰু বৰ্তমানো গছত লাগি থকা প্ৰায় ১৫ কুইন্টল ফল বিক্ৰী কৰিবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিয়ে । এইবিধ বাৰ ৱান ছুইট মাল্টা গছত ২০ বছৰলৈকে ফল ধৰে আৰু গোটেই বছৰত ফল লাগি থাকে । পৰৱৰ্তী বছৰৰ পৰা দেৰ কুইন্টলকৈ ফল ধৰিব বুলি নাথে আশা প্ৰকাশ কৰিছে ।

উল্লেখ্য যে যোৱা ২৬ অক্টোবৰত প্লাণ্ট ছায়েন্স পেথলজী আই এ আৰ আই নতুন দিল্লীৰ প্ৰিন্সিপাল বৈজ্ঞানিক ড°দীনেশ সিঙে দহিকটালৈ আহি নাথৰ বাৰীখনত প্ৰৱেশ কৰি মাল্টা খেতি প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে । তেওঁৰ লগত আহিছিল আই আই টি গুৱাহাটীৰ এগৰাকী বিজ্ঞানী অধ্যাপক আৰু গৱেষণাৰত ছাত্ৰ দুগৰাকী ।

ইপিনে, গোৱালপাৰাৰ জিলা উপায়ুক্ত মিনাক্ষী দাস নাথেও যোৱা পাঁচ নৱেম্বৰত নাথৰ ছুইট মাল্টা খেতি পৰিদৰ্শন কৰি অভিভূত হৈ পৰে ।‌ এইদৰে চৰকাৰী চাকৰিৰ প্ৰতি অপেক্ষা নকৰি পুত্ৰ আৰু জ্যেষ্ঠ ভাতৃৰ সহযোগত উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰথমবাৰ বাৰ ৱান ছুইট মাল্টাৰ খেতি কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বিপুল চন্দ্ৰ নাথে ।

নাথক অনুকৰণ কৰিলে আন আন নিবনুৱা যুৱক যুৱতীয়ে চৰকাৰী চাকৰি অবিহনেই স্বাৱলম্বীতা অৰ্জন কৰিবলৈ সক্ষম হ’ব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bari-1 Sweet MaltaBipul Chandra NathGOALPARA
publisher

publisher

Related Posts

দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ
India

September 12, 2026
চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

তেজপুৰৰ মাজগাঁও জ্যোতি আগৰৱলা পথৰ কালভার্টহীন পথৰ বাবে সমস্যাৰ সৃষ্টি
Assam

ৰহাত লোকনিৰ্মাণ বিভাগৰ পথৰ মাজত প্রকাণ্ড পুখুৰী : যমৰ যন্ত্রণা ভুগিছে ৰাইজে

জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত কঁহুৱাৰ শুভ্র দালিচা

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!
India

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!

September 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d