Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংবিধান দিৱস পালন

publisher by publisher
November 27, 2021
in Assam, News
Reading Time: 1 min read
0
গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংবিধান দিৱস পালন
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

ZUBEEN GARG IN GAUHATI UNIVERSITY FOR PROMOTION OF HIS UPCOMING MOVIE ‘SIKAR’:গুৱাহাটী বিশ্ববিদ্যালয়ত জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ

Dr Gayatri Mahanta : ডক্টৰেট হ’ল মোহময়ী অভিনেত্ৰী গায়ত্ৰী মহন্ত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত সপ্তাহ উদ্‌যাপন

গুৱাহাটী বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষ আৰু কর্মশ্রী হিতেশ্বৰ শইকীয়া কলেজ এন এছ এছ গোটৰ যৌথ সহযোগত ২৬ নৱেম্বৰ তাৰিখে ৱেবিনাৰৰ মাধ্যমত সংবিধান দিৱস উদযাপন কৰা হয় ।

ADVERTISEMENT

ৱেবিনাৰৰ আৰম্ভণিতে অতিথি আৰু অংশগ্রহণকাৰীক আদৰণি জনাই হিতেশ্বৰ শইকীয়া কলেজৰ অধ্যক্ষ ড. শিখামনি কোঁৱৰে সংবিধান দিৱসৰ সংক্ষিপ্ত ভূমিকা আৰু উদ্দেশ্য দাঙি ধৰে।

ৱেবিনাৰখন উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্য্যসূচী সমন্বয়ক ড. ৰঞ্জন কুমাৰ কাকতিয়ে ,তেওঁ ভাৰতীয় সংবিধান সম্পর্কে বহুতো নির্দিষ্ট বিষয় তুলি ধৰে।

ডাঃ কাকতিয়ে স্বেচ্ছাসেৱক সকলক সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰাই অংশগ্রহণকাৰীসকলৰ উদ্দেশ্যি কয় যে, আমাৰ সংবিধান সম্পর্কে কিছু প্রাথমিক ধাৰণা জ্ঞাত থকাটো অতি গুৰুত্বপূৰ্ণ যি আমাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পৰে ।

বেবিনাৰখনত মুখ্য বক্তা হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ ডীন প্ৰফেছৰ স্তুতি ডেকা,তেওঁ ভাৰতেৰ সংবিধানেৰ ওপৰত মূল্যবান বক্তৃতাৰে তেওঁ ভাৰতীয় সংবিধানৰ উদ্দেশ্য আৰু দর্শনৰ বিষয়টোৰ ওপৰত বর্ণনা কৰে ।

অধ্যাপক ডেকাই কয় যে , ভাৰতীয় সংবিধান প্রকৃতিত গণতান্ত্রিক গণৰাজ্য আৰু প্রত্যেক নাগৰিকেই ভাৰতীয় সংবিধানৰ প্রাথমিক জ্ঞান সম্পর্কে সচেতন হোৱা দৰকাৰ। শেষত শলাগৰ শৰাই আগবঢ়ায় হিতেশ্বৰ শইকীয়া কলেজৰ দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক তথা এন এছ এছৰ কাৰ্যসূচী বিষয়া ডঃ নুৰুল ইছলামে ।

ৱেবিনাৰখনত এনএসএস স্বেচ্ছাসেবক, কাৰ্য্যসূচী বিষয়া আৰু বিভিন্ন প্ৰতিষ্ঠানৰ পৰা প্ৰায় ১০০ জনে অংশগ্ৰহণ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Constitution DayGauhati University
publisher

publisher

Related Posts

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক
Assam

শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

September 5, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d