Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দেশৰ ষষ্ঠ দৰিদ্ৰতম ৰাজ্য অসম

নীতি আয়োগৰ বহুমাত্ৰিক দৰিদ্ৰ সূচক (এমপিআই)ৰ উদ্বেগজনক তথ্য, অসমৰ ৩২.৬৭ শতাংশ লোকেই দৰিদ্ৰ

publisher by publisher
November 28, 2021
in Assam, India, News
Reading Time: 1 min read
0
দেশৰ ষষ্ঠ দৰিদ্ৰতম ৰাজ্য অসম
4
SHARES
38
VIEWS
ShareShareShareShare

RelatedPosts

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

ভাৰতত এয়ে প্ৰথম, গুজৰাটত তীখাৰে নিৰ্মাণ কৰা হ’ল পথ

অ’মিক্ৰনে আনিব ক’ভিডৰ তৃতীয় ঢৌ

ৰাজ্য চৰকাৰৰ মুখত অসমৰ উন্নয়নী যাত্ৰাৰ ফুলজাৰিৰ সময়তে ইয়াৰ আন্তঃসাৰশূন্যতা স্পষ্ট হৈছে । নীতি আয়োগৰ শেহতীয়া প্ৰতিবেদন দাঙি ধৰিছে অসমৰ দুৰ্দশাগ্ৰস্ত ছবি । নীতি আয়োগৰ দৰিদ্ৰতা সম্পৰ্কীয় প্ৰতিবেদন অনুসৰি অসম দেশৰ ভিতৰতে ষষ্ঠ দৰিদ্ৰতম ৰাজ্য । তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত মেঘালয়ৰ পাছতে অসম সবাতোকৈ দৰিদ্ৰ ৰাজ্য । উত্তৰ-পূৰ্বাঞ্চলৰ আন কেইখন ৰাজ্য ক্ৰমে নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু ছিকিমৰ অৱস্থা অসমতকৈ টনকিয়াল ।

ADVERTISEMENT

নীতি আয়োগৰ প্ৰকাশিত তালিকা অনুসৰি দেশৰ ভিতৰত সবাতোকৈ দৰিদ্ৰতম ৰাজ্যখন হৈছে বিহাৰ । ইয়াৰ পাছতে আছে ঝাৰখণ্ড, উত্তৰ প্রদেশ আৰু মধ্যপ্ৰদেশ । ইয়াৰ পাছতে আছে পঞ্চম স্থানত মেঘালয় আৰু ষষ্ঠ স্থানত অসম । বিভিন্ন ক্ষেত্ৰত দৰিদ্ৰ ৰাজ্যসমূহৰ তালিকাত অসমৰ পাছত আছে ক্ৰমে চত্তীছগড়, ৰাজস্থান, ওড়িছা, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, পশ্চিমবংগ, গুজৰাট, মণিপুৰ, উত্তৰাখণ্ড, ত্ৰিপুৰা, মহাৰাষ্ট্ৰ, তেলেংগানা, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, হাৰিয়ানা, মিজোৰাম, হিমাচল প্ৰদেশ, পঞ্জাৱ, তামিলনাডু, ছিকিম, গোৱা, কেৰালা তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ ক্ৰমে দাদৰা আৰু নগৰহাভেলী, জম্মু-কাশ্মীৰ, দমন আৰু ডিউ, চণ্ডীগড়, দিল্লী, আন্দামান নিকোবৰ, লাক্ষাদ্বীপ আৰু পুডুচেৰী ।

তালিকা অনুসৰি বিহাৰৰ ৫১.৯১ শতাংশ জনসংখ্যা দৰিদ্ৰ । ঝাৰখণ্ডৰ ৪২.১৬ শতাংশ, উত্তৰ প্রদেশৰ ৩৭.৭৯ শতাংশ, মধ্যপ্ৰদেশৰ ৩৬.৬৫ শতাংশ, মেঘালয়ৰ ৩২.৬৭ শতাংশ আৰু অসমৰ ৩২.৬৭ শতাংশ লোক দৰিদ্ৰ । ইপিনে, উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহ যেনে নাগালেণ্ডৰ ২৫.২৩ শতাংশ লোক দৰিদ্ৰ, অৰুণাচল প্ৰদেশৰ ২৪.২৭ শতাংশ, মণিপুৰৰ ১৭.৮৯ শতাংশ, ত্ৰিপুৰাৰ ১৬.৬৫ শতাংশ আৰু মিজোৰামৰ ৯.৮০ শতাংশ লোকহে দৰিদ্ৰ ।

দেশৰ ৰাজ্যসমূহৰ ভিতৰত সবাতোকৈ কম দৰিদ্ৰ লোক আছে ক্ৰমে কেৰালা, গোৱা, ছিকিম, তামিলনাডু আৰু পঞ্জাৱত । কেৰালাৰ ০.৭১ শতাংশ, গোৱাৰ ৩.৭৬ শতাংশ, ছিকিমৰ ৩.৮২ শতাংশ, তামিলনাডুৰ ৪.৮৯ শতাংশ আৰু পঞ্জাৱৰ ৫.৫৯ শতাংশ লোকহে দৰিদ্ৰ । তদুপৰি কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত দাদৰা আৰু নগৰহাভেলী সবাতোকৈ দৰিদ্ৰতম (২৭.৩৬ শতাংশ লোক দৰিদ্ৰ) আৰু ধনী হৈছে পুডুচেৰী । ইয়াৰ মাত্ৰ ১.৭২ শতাংশ লোকহে দৰিদ্ৰ ।

অসমৰ জিলাসমূহৰ ভিতৰত সবাতোকৈ দৰিদ্ৰ হাইলাকান্দি, ইয়াৰ ৫১.০৭ শতাংশ লোকেই দৰিদ্ৰ । ইয়াৰ পাছত দৰিদ্ৰ জিলাসমূহ হৈছে ক্ৰমে – ধুবুৰীৰ ৫১.০৬ শতাংশ, কৰিমগঞ্জৰ ৪৬.০২ শতাংশ, গোৱালপাৰা ৪০.১৫ শতাংশ, বৰপেটা ৩৯.৪১ শতাংশ লোক দৰিদ্ৰ । ইয়াৰ পাছতে ক্ৰমে দৰঙৰ ৩৮.২২ শতাংশ, কাৰ্বি আংলঙৰ ৩৭.৬৩ শতাংশ, মৰিগাঁও ৩৬.৭৫ শতাংশ, তিনিচুকীয়া ৩৬.৭০ শতাংশ, চিৰাঙত ৩৬.২২ শতাংশ, বঙাইগাঁও ৩৩.০৮ শতাংশ, কোকৰাঝাৰ ৩২.০১ শতাংশ, ডিমা হাছাওৰ ৩১.০২ শতাংশ লোক দৰিদ্ৰ ।

আনহাতে, নগাঁৱৰ ৩০.০৫ শতাংশ, ওদালগুৰিৰ ২৯.৪৬ শতাংশ, ডিব্ৰুগড়ৰ ২৮.৯৭ শতাংশ, ধেমাজিৰ ২৭.৭১ শতাংশ আৰু কামৰূপৰ ২৬.২২ শতাংশ লোক দৰিদ্ৰ । ইপিনে, অসমৰ জিলাসমূহৰ ভিতৰত ধনী কামৰূপ মহানগৰ । এই জিলাখনৰ ১১.০৪ শতাংশ লোক দৰিদ্ৰ । ইয়াৰ পাছতে নলবাৰীৰ ১৬.৮৪ শতাংশ, যোৰহাটৰ ২০.২৪ শতাংশ, গোলাঘাটৰ ২০.৬০ শতাংশ, বাগ্‌সাৰ ২৩.৫৯ শতাংশ, লখিমপুৰৰ ২৪.২৩ শতাংশ, শোণিতপুৰৰ ২৫.৩২ শতাংশ আৰু শিৱসাগৰৰ ২৫.০৯ শতাংশ লোক দৰিদ্ৰ ।

উল্লেখ্য যে এই প্ৰতিবেদনত নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে তেওঁৰ আগপত্ৰত কয় যে ভাৰতত বহুমাত্ৰিক দৰিদ্ৰসূচক হৈছে ৰাজহুৱা নীতি প্ৰস্তুতৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অংশীদাৰ । তদুপৰি তেওঁ কয় যে দেশৰ প্ৰথমটো এনে বহুমাত্ৰিক দৰিদ্ৰ সূচক (এমপিআই) প্ৰতিবেদন ২০১৫-১৬ৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NITI AayogPoor States
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d