Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কোন বহে ৫৭ হেজাৰটকীয়া চকীত

আৰটিআইৰ তথ্যতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন এক কেলেংকাৰিৰ সূচনা

publisher by publisher
December 5, 2021
in Assam, India, News
Reading Time: 1 min read
0
কোন বহে ৫৭ হেজাৰটকীয়া চকীত
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

ZUBEEN GARG IN GAUHATI UNIVERSITY FOR PROMOTION OF HIS UPCOMING MOVIE ‘SIKAR’:গুৱাহাটী বিশ্ববিদ্যালয়ত জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ

Dr Gayatri Mahanta : ডক্টৰেট হ’ল মোহময়ী অভিনেত্ৰী গায়ত্ৰী মহন্ত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত সপ্তাহ উদ্‌যাপন

ৰাজ্যৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ একোজন শিক্ষাৰ্থীক ৫৭,৩৯৯ টকাৰ মূল্যৰ কাঠৰ চকী যোগান ধৰে কৰ্তৃপক্ষই । আচৰিত যেন লাগিলেও বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ কাৰ্যালয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এই তথ্য‌ই প্ৰকাশ কৰিছে । উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসসমূহৰ বাবে প্ৰতিবছৰে কৰ্তৃপক্ষই কাঠৰ চকী, টেবুল, বিছনা আৰু ষ্ট্ৰীলৰ ৰেক ক্ৰয় কৰি আহিছে আৰু এই সামগ্ৰী ক্ৰয়ৰ বাবদ বিশ্ববিদ্যালয়ৰ শ কৰ্তৃপক্ষই ২০১৬ৰ পৰা ২০২০লৈ প্ৰায় ১,৬৯,৩৮,৫৭৪ টকা ব্যয় কৰিছে । এই সামগ্ৰীসমূহৰ ভিতৰত কাঠৰ চকীসমূহ মালিগাঁৱৰ মেছাৰ্ছ এন‌এছ‌আইচি লিমিটেডৰ পৰা ক্ৰয় কৰি অহা বুলি প্ৰকাশ কৰিছে ।

ADVERTISEMENT

প্ৰকাশিত তথ্যৰ আধাৰত বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসসমূহত মেছাৰ্ছ এন‌এছ‌আইচি লিমিটেডে প্ৰায় ৭,৩০০ টকাত একোখন টেবুল, ৮,৮০০ টকাত একোখন বিছনা আৰু ৩,৬০০ টকাত ষ্ট্ৰীল ৰেক যোগান ধৰি আহিছে । সেই অনুপাতে বিশ্ববিদ্যালয়ৰ শ কৰ্তৃপক্ষই মেছাৰ্ছ এন‌এছ‌আইচি লিমিটেডৰ পৰা বৰ্তমানলৈ ৭৪,৪৭,৮৫৫ টকাৰ সামগ্ৰী ক্ৰয় কৰিছে । ইয়াৰ বিপৰীতে ২০১৭-১৮ বৰ্ষত বিশ্ববিদ্যালয়ৰ শ কৰ্তৃপক্ষই বনলক্ষ্মী ফাৰ্ণিচাৰৰ পৰা একোখন কাঠৰ চকী ৫৭,৩৯৯ টকাত ক্ৰয়ৰ তথ্য পোহৰলৈ আহিছে ।

প্ৰাপ্ত তথ্য অনুসৰি, ২০১৭ৰ ২৫ মাৰ্চত ছাত্ৰাবাসৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৪৮০৮ নম্বৰৰ অৰ্ডাৰ জৰিয়তে বনলক্ষ্মী ফাৰ্ণিচাৰৰ পৰা ১৪৭ খন কাঠৰ চকী ক্ৰয় কৰিছিল আৰু ইয়াৰ বিনিময়ত ব্যৱসায়িক প্ৰতিষ্ঠানটোক ৮৪,৩৭,৬১৯ টকা আদায় দিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । এই বনলক্ষ্মী ফাৰ্ণিচাৰৰ পৰাই পৰৱৰ্তী সময়ত অৰ্থাৎ ২০১৮-১৯, ২০১৯-২০ত তিনিবাৰকৈ কাঠৰ চকী ক্ৰয় কৰিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই য’ত একোখন কাঠৰ চকীৰ বাবদ প্ৰায় তিনি হেজাৰকৈ টকা আদায় দিয়া হৈছিল ।

তথ্য অনুসৰি, ২০১৭ৰ ২৫ অক্টোবৰত ১৮৮ খন কাঠৰ চকী ৫,৫৫,৯১৪ টকাত, ২০১৯ৰ ১১ ফেব্ৰুৱাৰীত ৪২ খন কাঠৰ চকী ১,২৫,০৩৪ টকাত আৰু ১৬ ডিচেম্বৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বনলক্ষ্মী ফাৰ্ণিচাৰক ১২৫ খন কাঠৰ চকীৰ বাবদ ৩,৭২,১২৫ টকা আদায় দিছিল । এতিয়া প্ৰশ্ন হয় ৫৭ হেজাৰ টকীয়া কাঠৰ প্ৰকৃততে ছাত্ৰাবাসৰ শিক্ষাৰ্থীসকলক যোগান ধৰা হৈছিল নে আন এক কেলেংকাৰিয়ে বিশ্ববিদ্যালয়খন জোঁকাৰিব ?

ইফালে, প্ৰতিবছৰে ছাত্ৰাবাসত নতুন আচবাব যোগান ধৰা ‌হয় যদিও পুৰণি আচবাবসমূহ বৰ্তমান ক’ত তাৰ কোনো তথ্য নাই বিশ্ববিদ্যালয়ৰ শ কৰ্তৃপক্ষৰ ওচৰত । এই সময়ছোৱাত বিশ্ববিদ্যালয়ত পুৰণি সামগ্ৰী নিলামৰো কোনো নিৰ্দেশনা ওলোৱা নাই বুলি কৰ্তৃপক্ষই সদৰী কৰিছে । তেনেস্থলত পুৰণি সামগ্ৰীসমূহ প্ৰকৃততে ক’লৈ যায় নে পুৰণি সামগ্ৰীকে নতুন দেখুৱাই লাখ লাখ টকা আত্মসাৎ কৰি আহিছে প্ৰকৃত তদন্ততহে সেয়া পোহৰলৈ আহিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Gauhati University
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d