Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

Coronavirus : দুবছৰতো ৰহস্যৰ আঁৰত অতিমাৰীৰ উৎস !

publisher by publisher
December 12, 2021
in COVID-19, News
Reading Time: 1 min read
0
Coronavirus : দুবছৰতো ৰহস্যৰ আঁৰত অতিমাৰীৰ উৎস !
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

২০২০ত ৰুজু ১৬টা গোচৰ খাৰিজ অসমকো জোঁকাৰি গৈছিল

বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা

দেশত বৃদ্ধি পাইছে ক’ভিডৰ উদ্বেগ !

ঠিক দুবছৰ আগত ২০১৯ৰ ডিচেম্বৰত চীনৰ উহানত ধৰা পৰিছিল এক ৰহস্যময় জ্বৰ । পাছৰ দুটা বছৰত কোটি কোটি সংক্রমণ ঘটিছে সমগ্ৰ বিশ্বত । ৫২ লাখৰো অধিক লোকৰ মৃত্যু হৈছে । কিন্তু বিগত দুবছৰেও জানিব পৰা নগ’ল ছাৰ্ছ-ক’ভ-২-ৰ উৎস ।

ADVERTISEMENT

অধিকাংশ বিজ্ঞানীয়েই বিশ্বাস কৰে, কোনো বনাঞ্চলত ভাইৰাছটোৰ জন্ম হৈছিল । হয়তো বাদুলীৰ শৰীৰৰ পৰা মানুহৰ শৰীৰত বিয়পিছিল ভাইৰাছটো । নতুবা বাদুলীৰ পৰা অন্য কোনো প্রাণীৰ দেহত সংক্ৰমিত হৈ মানুহৰ শৰীৰত সংক্রমণ ঘটিছে । বিজ্ঞানীসকলৰ আন এটা দলে ধাৰণা কৰিছে, চীনৰ গৱেষণাগাৰৰ পৰা ভাইৰাছটো বিয়পিছে । কিন্তু ইয়াৰ নিশ্চিত উত্তৰ কাৰো তাত নাই ।

বিশেষজ্ঞসকলৰ একাংশৰ মতে, ইয়াৰ উত্তথ কোনো দিন জানিব‌ও পৰা নাযাব । এনে পৰিস্থিতিত অধিকাংশ বিজ্ঞানীয়ে এই তত্ত্বতোতেই জোৰ দিছে, সংক্রমণটো ‘জুন’টিক’, অর্থাৎ প্রাণীদেহৰ পৰা মানৱদেহত ভাইৰাছৰ প্রৱেশ ঘটিছিল । তেওঁলোকৰ মতে, ভৱিষ্যতে নতুন ভাইৰাছ বা ভেৰিয়েন্টৰ সংক্রমণ নিয়ন্ত্ৰণ কৰিবলৈ কৰ’না অতিমাৰীৰ পৰা পোৱা শিক্ষা‌ সহায়ক হ’ব ।

উটা বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ষ্টফেন গোল্ডষ্টাইনে কয়, ‘‘গৱেষণাগাৰৰ পৰা কৰ’নাভাইৰাছ বিয়পাৰ তত্ত্বটো বহুতৰ দৃষ্টি গোচৰ হৈছিল । বিশেষকৈ ছ’চিয়েল মিডিয়াত । কিন্তু এনে কোনো প্রমাণ পোৱা নাই ।’’ এই বিষয়ত আগষ্টত ‘ছেল’ পত্রিকাত এটা প্ৰতিবেদন প্রকাশিত হয় । গোল্ডষ্টাইনসহ ২০ জন বিজ্ঞানীয়ে একজোঁট হৈ প্ৰতিবেদনটো তৈয়াৰ কৰিছিল ।

এই প্ৰতিবেদনৰ মুখ্য ভূমিকাত আছিল এৰিজোনা বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞানী মাইকেল ওৰোবে । তেওঁ কয়, ‘‘যিকোনো হ’ব পাৰে । একো অসম্ভৱ নহয় ।’’ এই প্ৰতিবেদনত অৱশ্যে জনাইছে, অন্য গৱেষকসকলৰ স’তে আলোচনা কৰি, যিসমূহ তথ্যপ্রমাণ পোৱা গৈছে সকলোখিনিত পৰ্যবেক্ষণ ‘জুন’টিক হাইপ’থেছিছ’ আৰু স্পষ্ট হৈছে ।

যোৱা মাহত ওৰোবে ক’ভিড-১৯ সংক্রমণৰ এটা টাইমলাইন প্রকাশ কৰিছিল । সেই প্ৰতিবেদনত তেওঁ লিখিছিল, উহানৰ হুৱানান ছিফুড হোলছেল বজাৰৰ পৰা প্রথম মানৱদেহত সংক্রমণটো ঘটিছিল বুলি জানোৱা হৈছে । এই বজাৰত জীৱিত জীৱ-জন্তুৰ বিক্রী হয় । ওৰোবে কয়, ‘‘গৱেষণাগাৰৰ পৰা ভাইৰাছ বিয়পাৰ থিয়ৰিয়ে একপ্রকাৰ মূল ঘটনাৰ পৰা লক্ষ্যভ্ৰষ্ট কৰিছিল ।’’

অৱশ্যে কোনেও কোনো থিয়ৰিত সমর্থন কৰা নাই । আমেৰিকান ৰাষ্ট্ৰপতি জ’ বাইডেনে তেওঁৰ চোৰাংচোৱা বাহিনীক পুংখানুপুংখভাৱে অতিমাৰী-তদন্ত পর্যালোচনা কৰাৰ নির্দেশ দিছে । সেই প্ৰতিবেদন তৈয়াৰ হোৱা এতিয়াও বাকী আছে । বিশেষজ্ঞসকলৰ একাংশ‌ই অৱশ্যে শংকা প্ৰকাশ কৰিছে, অতিমাৰীৰ উৎস কোনো দিন জানিব পৰা নাযাব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CORONAVIRUScovid19
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d