Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জনজাতিৰ বাবে সংৰক্ষিত ৪০ লাখ বিঘা ভূমিত বেদখল : ট্ৰাইবেল সংঘ

চৰকাৰৰ অৱহেলাত নিজাববীয়াকৈ জৰীপ, নহয় উচ্ছেদ

publisher by publisher
December 15, 2021
in Assam, India, News
Reading Time: 1 min read
0
জনজাতিৰ বাবে সংৰক্ষিত ৪০ লাখ বিঘা ভূমিত বেদখল : ট্ৰাইবেল সংঘ
4
SHARES
41
VIEWS
ShareShareShareShare

RelatedPosts

Dainik Agradoot Today’s Edition: 4th September 2026

Today’s Horoscope: দিনটোৰ ৰাশিফল

Dainik Agradoot Today’s Edition – 27 Aug 2026

চৰকাৰে ৰাজ্যৰ বিভিন্ন স্থানত হোৱা বেদখল উচ্ছেদ অব্যাহত ৰখাৰ সমান্তৰালভাৱে আন বহু স্থানতো এনে অভিযান চলিব । এই পৰ্যন্ত চলোৱা উচ্ছেদ অভিযানত জনজাতিৰ বাবে সংৰক্ষিত অঞ্চলবোৰক সামৰি লোৱা নাই । ইয়াকে লৈ জনজাতীয় দল-সংগঠনবোৰৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে । অথচ জনজাতিৰ বাবে সংৰক্ষিত অঞ্চলতো অবাধ গতিত বেদখল অব্যাহত আছে ।

ADVERTISEMENT

লক্ষ্যণীয়ভাৱে জনজাতীয় খণ্ড আৰু আবেষ্টনিৰ ভূমিৰ চৰকাৰে এই পৰ্যন্ত জৰীপ কৰা নাই । প্ৰতিখন চৰকাৰে জৰীপৰ আশ্বাস দিয়ে যদিও আজিলৈকে তাক কাৰ্যকৰী কৰা নাই । তাৰ সুযোগ দুষ্টচক্ৰ‌ই গ্ৰহণ কৰি জনজাতীয় লোকৰ সুৰক্ষাৰ বাবে সংৰক্ষিত ভূমিত বেদখল, বৈধ ক্ৰয়-বিক্ৰয় আদি অব্যাহত ৰাখিছে ।

জৰীপক লৈ চৰকাৰৰ ৰহস্যজনক অনীহাৰ বিপৰীতে সদৌ অসম ট্ৰাইবেল সংঘ‌ই জনজাতীয় খণ্ড আৰু আবেষ্টনিত হোৱা বেদখলৰ এক জৰীপ নিজাববীয়াকৈ সম্পন্ন কৰিছে । ইয়াৰ জৰিয়তে সংৰক্ষিত তেনে অঞ্চলবোৰৰ কমেও ৪০ লাখ বিঘা ভূমি বেদখলকাৰীৰ হাতত পৰা বুলি সংগঠনটোৱে “দৈনিক অগ্ৰদূত”ক সদৰী কৰে । অসমত ৪৮টা জনজাতীয় খণ্ড আৰু আবেষ্টনি আছে । তিনিচুকীয়া, শোণিতপুৰ, নগাঁও, মৰিগাঁও, লখিমপুৰ, কামৰূপ, কামৰূপ মহানগৰ, গোৱালপাৰা, ধেমাজি, দৰং, বঙাইগাঁও, কোকৰাঝাৰ, চিৰাং, বাগ্‌সা আৰু ওদালগুৰিত এইবোৰ অৱস্থিত । প্ৰতিটো খণ্ড আৰু আবেষ্টনিৰ কম-বেছি পৰিমাণে ভূমি বেদখলকাৰীৰ কৱলত পৰা বুলি সংঘৰ তথ্যত প্ৰকাশ ।

সংগঠনটোৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে জনোৱা মতে, একাংশ খণ্ড আৰু আবেষ্টনিৰ বৃহৎ পৰিমাণৰ ভূমি সম্পত্তি বেদখলকাৰীৰ জিম্মাত আছে । খাখলাৰীয়ে কয়, ‘যি ৪০ লাখ বিঘা ভূমি বেদখল হৈছে তাৰ ভিতৰত নগাঁৱৰ পণ্ডিতৰাম, লংকাভেটা, বৰদোছা, জোনাইৰ মুৰ্ককংচেলেং, হোজাইৰ কাকী, কামৰূপৰ সোণাপুৰ আৰু দক্ষিণ কামৰূপ আদি খণ্ড আৰু আবেষ্টনিত সৰ্বাধিক বেদখল হৈছে । কোকৰাঝাৰ, চিৰাং আদিতো বেদখল হোৱাটো অত্যন্ত উদ্বেগজনক ।

চৰকাৰে কিয় অদ্যাপি এই বেদখল উচ্ছেদত গুৰুত্ব দিয়া নাই সেয়াহে চিন্তনীয় । তদুপৰি, জনজাতীয় খণ্ড আৰু আবেষ্টনিৰ ভূমিৰ জৰীপ নকৰাটো লক্ষ্যণীয় । কাৰোবাৰ প্ৰভাৱত চৰকাৰে সেই দায়িত্ব পালনত পলাই ফুৰিছে নেকি ? এই সন্দেহো আমাৰ হৈছে । কাৰণ জৰীপে বহুতৰে মুখা খুলিব ।’ প্ৰসংগক্ৰমে খাখলাৰীয়ে অভিযোগ কৰে যে সন্দেহজনক নাগৰিক আৰু একাংশ প্ৰভাৱশালী লোক জনজাতিৰ বাবে সংৰক্ষিত ভূমিৰ মূল‌ বেদখলকাৰী ।

ৰাজ্যৰ বিগত চৰকাৰ দিনত জনজাতীয় বিভিন্ন সংগঠনে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বেদখল উচ্ছেদৰ দাবী জনাইছিল । চৰকাৰেও উচ্ছেদৰ প্ৰতিশ্ৰুতি দিছিল ; কিন্তু প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল । শেহতীয়াকৈ যোৱা আঠ ছেপ্টেম্বৰত অসমৰ জনজাতীয় সংগঠনবোৰৰ সমন্বয়ৰক্ষী সমিতিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি একেটা দাবী উত্থাপন কৰে । তাৰ ভিত্তিত মন্ত্ৰীদ্বয় ডাঃ ৰণোজ পেগু আৰু উৰ্খাও গৌৰা ব্ৰহ্মক সহকাৰী অধ্যক্ষৰূপে লৈ এখন সমিতি গঠন কৰা হয় ; কিন্তু সমিতিৰ কাম-কাজ ক্ষিপ্ৰ নোহোৱা বুলি চৰ্চা চলিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: All Assam Tribal SanghaDainik AgradootRanoj Peguurkhao gwra brahma
publisher

publisher

Related Posts

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ
Assam

ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

September 4, 2026
কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু
Assam

কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

September 4, 2026
দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা
India

দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

September 4, 2026
ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান
Assam

ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

September 4, 2026
মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ
Assam

মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d